AdoroniBot (বাৰ্তা) 05:56, 23 May 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

ষোড়শোপচাৰ সম্পাদনা কৰক

ষোড়শোপচাৰ হ'ল পূজাৰ বাবে প্ৰয়োজনীয় ষোল্লবিধ উপকৰণ । এই ষোল্লবিধ উপকৰণেৰে দেৱ-দেৱীক পূজা অৰ্চনা কৰা হয় । সেই উপকৰণ কেইবিধ হ'ল- আসন, স্বাগত, পাদ‍্য , অর্ঘ্য, আচমনীয়, মধুপর্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনা । Priyanjimanarayanpur (বাৰ্তা) 16:58, 1 June 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক