চাণক্য কুমাৰ দাস (talk) 07:10, 21 November 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক

শেহতীয়া সম্পাদনা সম্পাদনা কৰক

নমস্কাৰ, পোন প্ৰথমে অসমীয়া ৱিকিপিডিয়াত বৰঙণি আগবঢ়াই ইয়াক সমৃদ্ধ কৰিবলৈ আগবাঢ়ি অহাৰ বাবে ধন্যবাদ। আল্লাহ পৃষ্ঠাত আপুনি কৰা সম্পাদনা কৰাৰ ওপৰত কিছু কথা কবলৈ মন গৈছে। অনুগ্ৰহ কৰি link create কৰিলে শুদ্ধ শব্দটোৰ কাৰণে হে কৰিব। তাত কোনো বিভক্তি আদি যোগ দিব নালাগে। উদাহৰণস্বৰূপে, অসমৰ বানপানী; আপুনি যদি "অসম"ৰ এটি পৃথক প্ৰবন্ধ পিছলৈ সৃষ্টি কৰিব বিচাৰিছে, বা আনে সৃষ্টি কৰাৰ স্থল থাকে, তেতিয়া হে [[]] ব্যৱহাৰ কৰি link দিব। আৰু সেইটো ব্যৱহাৰ কৰোঁতে অসম|অসমৰ লিখি [[]] ব্যৱহাৰ কৰিব। আল্লাহ পৃষ্ঠাৰ সৃষ্টিকৰ্তাকে|সৃষ্টিকৰ্তাক এনেকৈ দিয়াৰ সলনি সৃষ্টিকৰ্তা|সৃষ্টিকৰ্তাক এনেকৈ ব্যৱহাৰ কৰিব। সেইদৰে তৌহিদ|তাওহীদ ইয়াত তৌহিদত লিংক হৈ আছে, যদি তৌহিদ শুদ্ধ নহয় তাৰ বাবে বেলেগকৈ লিংক সৃষ্টি কৰিব নালাগে কেৱল তাওহীদত কৰিলেই হব।

আৰু এটা কথা, ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী এই পৃষ্ঠা আপোনাৰ নিজৰ বিষয়ে নেকি? কিবা সুধিবলগীয়া থাকিলে মোক বাৰ্তা দিব।-অজয় দাস (বাৰ্তা) 12:09, 24 November 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক

দৰাচলতে মই অসমীয়া ৱিকিপিডিয়াত নতুন। সেয়ে বহুত শিকিবলগীয়া আছে। কৃতজ্ঞতা জ্ঞাপন কৰিছো আপোনাক বুজাই দিয়াৰ বাবে।

হয়, ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী পৃষ্ঠাটো মোৰ নিজৰ বিষয়ে। এটা কথা জনাবচোন এই পৃষ্ঠাটোৰ কাষত টেমপ্লেট কেনেকৈ ব্যৱহাৰ কৰিম ছবিৰ সৈতে যেনেকৈ আপুনি ব্যৱহাৰ কৰিছে। ধন্যবাদ।

যিহেতু ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী পৃষ্ঠাটো আপোনাৰ ব্যক্তিগত পৃষ্ঠা, সেয়েহে পৃষ্ঠাটো সদস্য:ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙীলৈ স্থানান্তৰ কৰা হ'ল।- চাণক্য কুমাৰ দাস (talk) 03:26, 26 November 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক
ফটো যোগ কৰিব বিচাৰিলে প্ৰথমতে ফটোখন ৱিকিত আছে নে নাই পৰীক্ষা কৰি লব। নাথাকিলে আপুনি আপলোড কৰিব পাৰে। মুক্ত আৰু কপিৰাইট বিহীন চিত্ৰ অনুগ্ৰহ কৰি ৱিকিকমন্সত আপলোড কৰিব। তথ্যপেৰা বা infobox প্ৰবন্ধ অনুযায়ী বেলেগ বেলেগ হয়। আপুনি একে ধৰণৰ পৃষ্ঠাৰ পৰা সেইটো কপি কৰি আনি আন পৃষ্ঠাত তথ্যবোৰ সলনি কৰি ব্যৱহাৰ কৰিব পাৰে।-অজয় দাস (বাৰ্তা) 11:45, 27 November 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.