-অজয় দাস (বাৰ্তা) 04:32, 2 December 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক

শেহতীয়া সম্পাদনা সম্পাদনা কৰক

নমস্কাৰ, পোন প্ৰথমে অসমীয়া ৱিকিপিডিয়া সমৃদ্ধ কৰিবলৈ আগ বাঢ়ি অহাৰ বাবে ধন্যবাদ। আপুনি কৰা শেহতীয়া সম্পাদনাৰ ওপৰত কিছু কথা কবলৈ আছিল। আপুনি content translation ব্যৱহাৰ কৰি কিছুমান ইংৰাজী প্ৰবন্ধ অসমীয়া ৱিকিত প্ৰকাশ কৰিছে। অনুগ্ৰহ কৰি দুনাই তেনে কাম নকৰিব। এনে কৰিলে যদি পৃষ্ঠাৰ শিৰোনাম ইংৰাজীত থাকে তেন্তে প্ৰশাসকে তাক delete কৰিব লগীয়া হয়। আৰু অসমীয়া শিৰোনাম থাকিলেও আন সম্পাদকে প্ৰথমৰ পৰা গোটেই খিনি কাম কৰিবলগীয়া হয়। গতিকে এনে কৰিলে সকলোৰে কাম বাঢ়ে। গতিকে এই কথাত অলপ মন দিব। যদিহে নিদিয়ে প্ৰশাসকে আপোনাক সম্পাদনা কৰাৰ পৰা block কৰিবও পাৰে। কিবা সুধিবলগীয়া থাকিলে সুধিব। শুভেচ্ছাৰে.... -অজয় দাস (বাৰ্তা) 05:49, 2 December 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক