AdoroniBot (বাৰ্তা) 04:16, 1 April 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

আলোচনা পৃষ্ঠাৰ উকাকৰণ সম্পাদনা কৰক

শেহতীয়াকৈ দেখা গৈছে যে আপুনি সুশোভন সনু ৰয় পৃষ্ঠাৰ আলোচনাসমূহ অকৰ্তৃত্ত্বশীলভাৱে মচি পেলাইছে। অনুগ্ৰহ কৰি এনে কাম নকৰিব। কোনো ওজৰ-আপত্তি বা মতামত দিবলৈ থাকিলে পূৰ্বৰ আলোচনাসমূহৰ তলতেই মন্তব্য আগবঢ়াব পাৰিব। ---Chandan Chiring Phukon Chat 01:40, 23 April 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক