assamese poem শুকান পাতত মুকুতা হিৰা সম্পাদনা কৰক

শিৰোনামৰ আখৰ
উদাহৰণ

শুকান পাতত মুকুতা হিৰা

✍✍✍✍✍✍✍✍✍

সপোন ভৈৰৱ

গাঢ় পাঠ্য

চিত্ৰ:Sapun bhairab's poem
শুকান পাতত মুকুতা হিৰা
চিত্ৰ:P 20191018 155230 BF 1(1).jpg
শুকান পাতত মুকুতা হিৰা


নৈ সোতত উটি যাম তোমাৰ প্ৰেমৰ পৰস লৈ

থপিয়াই আনিম

শুকুলা কামিজ আতৰাই 

বুকুৰ ফাকেৰে কেঁচা কলিজা।

শুকান পাতত নাপাবা সৰ সৰনি বিৰিণা পাতেৰে আলিংগন কৰিম ফাগুনৰ পচোৱা সতে।

ক'ত তুমি প্ৰিয়তমা

নুশুনা তাত

স্বাধীনতা জয় গান তেজৰ শিৰাই শিৰাই বৰসীছে মৃত্যু দান।

হে প্ৰিয়তমা তোমাৰ প্ৰেমৰ বানে ভেদিছে

হৃদপিণ্ড ধপ ধপনি।।

তুমি ………… তুমি ধন্য প্ৰিয়তমা তোমাৰ এই অপৰূপ সৌন্দয্যই নাশ

নকৰিবা নিজক
বাস্তৱিতৰ হোৱা 

য'ত জিলিকিৱ শুকান পাতত মুকুতা হিৰা

২০/১০/২০১৯

শুকান পাতত মুকুতা হিৰা সম্পাদনা কৰক

শুকান পাতত মুকুতা হিৰা

✍✍✍✍✍✍✍✍✍

সপোন ভৈৰৱ

নৈ সোতত উটি যাম তোমাৰ প্ৰেমৰ পৰস লৈ থপিয়াই আনিম

শুকুলা কামিজ আতৰাই 

বুকুৰ ফাকেৰে কেঁচা কলিজা।

শুকান পাতত নাপাবা সৰ সৰনি বিৰিণা পাতেৰে আলিংগন কৰিম ফাগুনৰ পচোৱা সতে।

ক'ত তুমি প্ৰিয়তমা

নুশুনা তাত

স্বাধীনতা জয় গান তেজৰ শিৰাই শিৰাই বৰসীছে মৃত্যু দান।

হে প্ৰিয়তমা তোমাৰ প্ৰেমৰ বানে ভেদিছে

হৃদপিণ্ড ধপ ধপনি।।

তুমি ………… তুমি ধন্য প্ৰিয়তমা তোমাৰ এই অপৰূপ সৌন্দয্যই নাশ

নকৰিবা নিজক
বাস্তৱিতৰ হোৱা 

য'ত জিলিকিৱ শুকান পাতত মুকুতা হিৰা

২০/১০/২০১৯

শিৰোনামা পাঠ্য সম্পাদনা কৰক