অক্লান্ত কৰ্মী পদক
প্রিয় অম্লান,

অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ স্বীকৃতি হিচাবে আমাৰ এই সমান্য সন্মান অৰ্ঘ্য প্রদান কৰিলোঁ। অনুগ্রহ কৰি আপুনিও আপোনাৰ সতীৰ্থ-সহযোগী সকলক উচিত ক্ষেত্রত এনেধৰণৰ "পদকে"ৰে সন্মানিত কৰে যেন।

প্রভাকৰ শৰ্মা নেওগ 11:55, 14 অক্টোবৰ 2011 (UTC)

Invite to WikiConference India 2011 সম্পাদনা কৰক

 

Hi SlowPhoton/Archive,

The First WikiConference India is being organized in Mumbai and will take place on 18-20 November 2011.
You can see our Official website, the Facebook event and our Scholarship form.

But the activities start now with the 100 day long WikiOutreach.

Call for participation is now open, please submit your entries here. (last date for submission is 30 August 2011)

As you are part of Wikimedia India community we invite you to be there for conference and share your experience. Thank you for your contributions.

We look forward to see you at Mumbai on 18-20 November 2011

বিষয়সূচী সম্পাদনা কৰক

ভাৰতৰ তলত "সুপ্ৰসিদ্ধ মানুহ" শ্ৰেণীটোৰ উদ্দেশ্য আছিল ভাৰতীয় বিখ্যাত লোকসকলৰ জীৱনী (অসমীয়া বাদ দি, তাৰ বাবে বেলেগ শ্ৰেণী আছেই) একেলগ কৰাটো । সেইটো সলাই "জীৱনী" কৰিলে সকলো সানমিহলি হৈ নাযাবনে ? জীৱনীত দেশ-বিদেশৰ সকলোৰে জীৱনী থাকিব পাৰে । Gitartha.bordoloi ২০:৫৩, ৩১ আগষ্ট ২০১১ (UTC)

ভাৰতৰ "সুপ্ৰসিদ্ধ মানুহ"ৰ বাবে কোনো উপযুক্ত শ্ৰেণী বিচাৰি নোপোৱাৰ বাবে মই "জীৱনী"লৈ পৰিবৰ্তন কৰি দিলোঁ। যদি ভাৰতৰ "সুপ্ৰসিদ্ধ মানুহ"ৰ বাবে কোনো শ্ৰেণী আছে, মোক জনালে সুখি হম। Simbu123 ১৩:০৬, ১ চেপ্তেম্বৰ ২০১১ (UTC)

"সুপ্ৰসিদ্ধ মানুহ" মানুহ শ্ৰেণীটোতে ভাৰতীয়সকলৰ জীৱনী অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা আছিল । বোধকৰোঁ দুটামান লেখা তাত আছিল । পিছলৈ ইয়াক "ভাৰতৰ সুপ্ৰসিদ্ধ মানুহ" শ্ৰেণী নামাকৰণ কৰিলে ভাল হ'ব নে কি কয় ? আপুনি ফে'চবুকৰ "Assamese wikipedia community" গোটটোত যোগদান কৰিবচোন । Gitartha.bordoloi ১৪:৪৪, ১ চেপ্তেম্বৰ ২০১১ (UTC)

হয় এটা সূকীয়া শ্ৰেণী হলে ভাল হয়। "সুপ্ৰসিদ্ধ মানুহ" শ্ৰেণীটোক "ভাৰতৰ সুপ্ৰসিদ্ধ মানুহ"লৈ পৰিবৰ্তন কৰিব পৰা যায়। Simbu123 ১৪:৫২, ১ চেপ্তেম্বৰ ২০১১ (UTC)

অসমীয়া চলচ্চিত্ৰ সম্পাদনা কৰক

আপুনি "অসমীয়া চলচ্চিত্ৰ" শ্ৰেণী এটা সৃষ্টি কৰি "বোলছবি"ৰ অন্তৰ্ভুক্ত কৰি দিব নেকি ? গোটেইবোৰ অসমীয়া ছবি একেলগে থাকিলে সুবিধা হ'ব । Gitartha.bordoloi ১১:৫৪, ৭ চেপ্তেম্বৰ ২০১১ (UTC)

মই শ্ৰেণীতো সৃষ্টি কৰিলোঁ শ্ৰেণী:অসমীয়া চলচ্চিত্ৰ Simbu123 ১২:৪৬, ৭ চেপ্তেম্বৰ ২০১১ (UTC)


Dear Mr Simbu, I am unable to find Assamese R in the Wiki. Thanks for editing. Shankar Sen.

চলচ্চিত্ৰ সম্পাদনা কৰক

তুমি খুব ভাল কাম কৰি আছা। তুমি চলচ্চিত্ৰ বিভাগৰ দায়িত্ব নিজৰ ওপৰত লোৱা। সময় পালে সমল ভালকৈ গোটাই অসমীয়া বোলছবিৰ তথ্যভাণ্ডাৰ এটা গঢ়ি তুলিব পৰা যাব। "এনাজৰী" অনলাইন আলোচনীখনৰো সহায় ল'ব পাৰা। Gitartha.bordoloi ১৪:২৫, ৪ অক্টোবৰ ২০১১ (UTC)

আজিৰ নিৰ্বাচিত চিত্র সম্পাদনা কৰক

প্রতিদিনে এখনকৈ চিত্রৰ সাঁচ বনাব লাগিব যেন পাইছোঁ। "বট" লিখিব লাগিব নেকি। নহ'লে toolserver-ত কিবা tool/application আছে নেকি বিচাৰিব লাগিব।

BTW, you are really doing grate job. Keep it up.


প্রভাকৰ শৰ্মা নেওগ 16:43, 11 অক্টোবৰ 2011 (UTC)


নিজে সলনি কৰিবলৈ ৰাখিব পৰা নাযায়। কাৰণ ই মেনেজমেন্টৰ এটা মূল তত্ব: কেৱল এজনৰ ওপৰত নিৰ্ভৰ কৰা অনুচিত -অৰ পৰিপন্থী, লাগিলে সেইজন মই বা তুমিয়েই নোহোৱা কিয়। সেয়ে মই toolserver-অৰ বা bot-অৰ কথা কৈছোঁ। বাংলাখনে toolserver ব্যবহাৰ কৰা যেন পাইছোঁ, reverse engg কৰিব পাৰিলেগো বেয়া নহয়। toolserver-অত CGI script বা Web service API install কৰাৰ সুবিধা আছে।Copy কৰিবৰ বাবে bot লিখাৰ কথাও ভাবিব পাৰি। Wikipedia-ৰ IRC chat ব্যবহাৰ কৰি কোনোবা বেলেগ wikipedian-অক সুধি চাব পৰা যায়। (Google-অত "Wikipedia web IRC" মাৰি দিলে chat website বোৰৰ নাম আহি যায়।)

একো নহ'লে মালায়ালমৰ জুনেইদ/সিজু বা বাংলাৰ জয়ন্তক সুধিব লাগিব। কিন্তু সকলো কথাৰ বাবে লোকক disturb কৰাও ভাল নহয়। আগতে আমি নিজে চেষ্টা কৰি চাওঁ।

প্রভাকৰ শৰ্মা নেওগ 01:45, 12 অক্টোবৰ 2011 (UTC)


তুমি ফেচবুকত NIT Silchar Software Engineering Study Group বুলি পেজটোত মেম্বাৰ হৈ লোৱাঁ। মই অলপতে mediawiki developement-ৰ ওপৰত tutorial দিয়া আৰম্ভ কৰিম। জইন কৰি মোক খবৰ দিবাঁ, মই tutorial start কৰিম। মোক এজন backup admin লাগে, অসমীয়া ৱিকিপিডিয়া অকল মোৰ ওপৰত dependent হৈ যোৱাতো মই নিবিচাৰোঁ।

প্রভাকৰ শৰ্মা নেওগ 01:50, 12 অক্টোবৰ 2011 (UTC)


শ্রেণীবিভাজনবোৰ ভালকৈ কৰাটো প্রয়োজনীয়। HotCat-এ ভালকৈ কাম কৰিছেনে?


প্রভাকৰ শৰ্মা নেওগ 07:24, 6 নভেম্বৰ 2011 (UTC)


An Invite to join the Wikimedia India Chapter সম্পাদনা কৰক

 
- - - - - - - - - - - - Wikimedia India Chapter - - - - - - - - - - - -
Hi SlowPhoton/Archive,

Greetings from the Wikimedia India Chapter !

Wikimedia India is an autonomous non-profit organization. The objective of the Chapter is to educate Indian public about availability and use of free and open educational content and build capacity to access and contribute to such resources in various Indian languages and in English. It works in coordination with Wikimedia Foundation and the Wikipedian community to promote building and sharing of knowledge through Wikimedia projects.

As you have shown an interest in articles related to India we thought you might be interested in knowing about the Wikimedia India chapter, its activities, volunteering and process to gain membership to the society. We need your help.

More details can be found at Our Blog  • Our Wiki
We welcome you to join and particpate in the India Chapter's activites. To join the chapter please click here. We thank you for your your contributions thus far and look forward to your continued participation.


Sincerely,
On behalf of the Wikimedia India chapter.

--Naveenpf 08:01, 6 নভেম্বৰ 2011 (UTC)

Hi, We are planning to conduct WikiAcademies across India. Can you please help to translate the Wiki Academy Brochure ? [1] . Please feel free to mail @ naveenpf at wikimedia dot in --Naveenpf 08:01, 6 নভেম্বৰ 2011 (UTC)

You are right. My bad. Thanks


প্রভাকৰ শৰ্মা নেওগ 14:21, 7 নভেম্বৰ 2011 (UTC)


Translation Policy of CS Terms, and Glossary সম্পাদনা কৰক

শ্রীমান অম্লান,

আমি CS technical terms -অৰ বাবে এখন policy page বনাব লাগিছিল। লগতে এখন glossary -ও লাগে। পাৰিবা নেকি?


প্রভাকৰ শৰ্মা নেওগ 16:58, 9 নভেম্বৰ 2011 (UTC)


{{subst:idw|File:Bhupen Hazarika Signature.png|File:Bhupen_Hazarika_Signature.png}} প্রভাকৰ শৰ্মা নেওগ 03:51, 11 নভেম্বৰ 2011 (UTC)

The signature image of Bhupenda is marked for deletion under copyright. I've changed the license to the Creative Commons Attribution-Share Alike 1.0 Generic license.

Rest you take care.

http://commons.wikimedia.org/wiki/File:Bhupen_Hazarika_Signature.png


প্রভাকৰ শৰ্মা নেওগ 03:51, 11 নভেম্বৰ 2011 (UTC)


প্রতিশব্দ সম্পাদনা কৰক

  • Binary = দ্বৈত
  • Binary number system = দ্বৈত সংখ্যা প্রণালী, দ্বৈত পদ্ধতি
  • Binary algebra, Boolean algebra = দ্বৈত বীজগণিত, দ্বৈত গণিত(?)
  • Logic = যুক্তিশাস্ত্র, যুক্তিবিদ্যা, যুক্তিবিজ্ঞান
  • Truth value = সত্যাপন মান, সত্যতা মান
  • True = সঁচা (স)
  • False = মিছা (মি)

এনেকৈ কৰিলে মানুহবোৰ কনফিউজড হ'ব। তাতকৈ যেনে আছে তেনে ৰখাই ভাল। বাইনাৰী, বাইনাৰী নাম্বাৰ চিষ্টেম, বাইনাৰী এলজেব্রা, বুলীয়ান এলজেব্ৰা, লজিক, ট্রুথ ভেল্যু, ট্রু, ফল্‌চ, ট্রুথ টেবল, লজিক গেট...

সেইকাৰণে মই পলিচি আৰু গ্ল'চাৰীৰ কথা কৈছিলোঁ। আমি বৈজ্ঞানিক শব্দবোৰ ইংৰাজীত যেনেকৈ আছে তেনেকৈ ৰখাৰ নিয়মকে কৰি লওঁ নেকি? বিজ্ঞান পঢ়াৰ আগতে ভাষা শিকি ল'ব লগা হ'লে মানুহে বিজ্ঞান শিকিব নে ভাষা? মোৰমতে বিজ্ঞানেই হওক।

তথাপিতো লাগেই যদি, সংস্কৃত ৱিকিপিডিয়াত কাৰোবাক সুধিব লাগিব।


প্রভাকৰ শৰ্মা নেওগ 12:49, 11 নভেম্বৰ 2011 (UTC)


মই গীতাৰ্থই লিখা "ৰচনাশৈলিৰ হাতপুঠি" (style guide/manuale of style) -তে "অনুবাদ নীতি" এটা লগাই দিম।


প্রভাকৰ শৰ্মা নেওগ 13:18, 11 নভেম্বৰ 2011 (UTC)

Please look at the discussion thread about "project approach to wikipedia" in the FB group.


প্রভাকৰ শৰ্মা নেওগ 04:35, 23 নভেম্বৰ 2011 (UTC)

ফোন এটা কৰিবাঁ সম্পাদনা কৰক

ফোন এটা কৰিবাঁ - ৯৯৫৪১১৩১৭০


প্রভাকৰ শৰ্মা নেওগ 01:11, 26 নভেম্বৰ 2011 (UTC)


আৰু ভাল চাই ফট' এখন, আৰু তুমিনো কিয় ৱিকিপিডিয়াৰ কাৰণে কাম কৰা, ৱিকিপিডিয়া ভাল হোৱাটো কিয় বিচাঁৰা, আজিৰ পৰা পাঁচ বছৰ পাছত ৱিকিপিডিয়া, তিমি, আৰু অসম ক'ত থকাটো বিচাঁৰা, আদি লিখি (এক পেৰা মাত্র) দি মোক psneog এট gmail ডট com -অত মেইল কৰিবাঁ।


প্রভাকৰ শৰ্মা নেওগ 06:54, 26 নভেম্বৰ 2011 (UTC)


Please check the "সাঁচ:Underconstruction" ASAP.


প্রভাকৰ শৰ্মা নেওগ 07:02, 26 নভেম্বৰ 2011 (UTC)

Ok, here in NIT Silchar also the end-sem season. The whole last week I spent in conductin Viva, project evaluation...

If you have any difficulty in computer related topics, just ring me up. I'll be happy to help you. All the best for exams.

প্রভাকৰ শৰ্মা নেওগ 12:05, 26 নভেম্বৰ 2011 (UTC)

ভাল লাগিছে ! Gitartha.bordoloi 11:09, 28 নভেম্বৰ 2011 (UTC)

কৰিলোঁ। কাকো নোসোধাকৈ কৰিছোঁ, কোনোবাই গালি পাৰিলে উলিয়াই দিম। পাত টো তোমাৰ এৰীয়াতে আছে, মই মাত্ৰ ৰি-ডাইৰেক্ট কৰি দিছোঁ।


প্রভাকৰ শৰ্মা নেওগ 12:11, 28 নভেম্বৰ 2011 (UTC)

Amlan,

I have moved the page you made to বেটুপাত। Actually, that index page I designed as a template and just included in বেটুপাত। The template is {{সাঁচ:বেটুপাতৰ বিস্তৃত সূচী}}. The page you developed is in yourspace only, I've just put a #redirect.


Further, as an experiment, I've created the first portal: Wikipedia:অসম. See it, and try what you want to. These decisions I've taken all by myself and without asking anybody. I did so, because I am annoyed about people stalling good work by simply not participating, and I don't like delay. I have done it in good faith and I can defend it. So, if someone asks you about your involvement in it, you can tell them that it was my idea. I'll handle it.

Now, about portals. Portals are very closely related to classification, with which you are closely related, I've seen you classifying articles. Actually you and I are thinking the same.

Now the critical part. You might know it already. Wikipedia has a flat (i.e. linear) structure. Due to the Category mechanism the articles are connected to each other like a graph. The file system in computer is actually a tree, to find something on it, one must approach from the root. But with a graph of interconnected node doesn't have that limitation and it enables us to have numorous views of data.

A portal is placed at various entry points to serve as a starting point to a path of knowledge.

I don't know whether you could understand the above or not, because it is highly technical. But my point is as follows:

In all other wikipedias there are standard entry points: Arts, Biography, ... etc. I feel we should adhere to it, not the entry points like Assam, India, etc. Actually we are breaking wikipedia policy, it's wikipedia, its not Assam tourism website.

What I feel is that both you and I start working on portals and classifications and start working more after our exams are over. You think of a clasification scheme like other wikipedias.


প্রভাকৰ শৰ্মা নেওগ 16:51, 28 নভেম্বৰ 2011 (UTC)

মামণি ৰয়চম গোস্বামী সম্পাদনা কৰক

বাৰ্তা:মামণি ৰয়চম গোস্বামী‎ চাবা


প্রভাকৰ শৰ্মা নেওগ 05:55, 30 নভেম্বৰ 2011 (UTC)

ৱিকি ট্রেইনিং সম্পাদনা কৰক

মই অনুভৱ কৰিছোঁ কম্পিউটাৰৰ বিষয়ে নজনা মানুহবোৰ যেনে বিষ্ণু শইকীয়া, বাবুল বৈশ্য - আৰু কিমান তেনে মানুহ আছে কোনে জানে - তেওঁলোকক শিকাব লাগিব। তোমাৰ আৰু মোৰো - পৰীক্ষাবোৰ শেষ হওক, ভালদৰে আলোচনা কৰিম। টেকনিকেল মানুহ হিচাবে অকল তুমি আৰু মই, গতিকে এই বিষয়ে আমিয়ে দায়িত্ব ল'ব লাগিব।

মই লাহে লাহে তুমিও sysop -অৰ দায়িত্ব ল'বলৈ প্রস্তুত হোৱাটো বিচাৰোঁ।

প্রভাকৰ শৰ্মা নেওগ 08:16, 2 ডিচেম্বৰ 2011 (UTC)

হ'ব, মোৰো একে অবস্থা, পৰীক্ষাৰ ছীজন চলি আছে প্রভাকৰ শৰ্মা নেওগ 09:48, 2 ডিচেম্বৰ 2011 (UTC)

I think that as long as its a matter of user and usability training, we should resort to the simple Eng wiki. Not all users are comfortable with English, but I feel that if they need to know some untranslated items, they should be reffered to the simple wiki not the Eng wiki. See the new help section.

প্রভাকৰ শৰ্মা নেওগ 20:29, 7 ডিচেম্বৰ 2011 (UTC)

বাৰ্তা:আমেৰিকা (মহাদেশ) সম্পাদনা কৰক

please see বাৰ্তা:আমেৰিকা (মহাদেশ) প্রভাকৰ শৰ্মা নেওগ 08:49, 10 ডিচেম্বৰ 2011 (UTC)

কেলেণ্ডাৰ সম্পাদনা কৰক

মোৰ একো আপত্তি নাই| পৰীক্ষামূলক ভাৱে ম‍ই সেইখন আৰম্ভ কৰিছিলো| আপুনি মাহলৈ লৈ স্থানান্তৰিত কৰা বাবে ভালেই হ'ব যেন পাইছো। (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 12:45, 13 ডিচেম্বৰ 2011 (UTC)

জ্যামিতি সম্পাদনা কৰক

ইয়াত চোৱা: Wikipedia:জ্যামিতি

প্রভাকৰ শৰ্মা নেওগ 17:25, 14 ডিচেম্বৰ 2011 (UTC)

  শেহতীয়া সালসলনি পদক
To our silent observer and contributor. প্রভাকৰ শৰ্মা নেওগ 18:09, 26 ডিচেম্বৰ 2011 (UTC)

দীঘল | বোৰ চুটি | কৰিবলৈ কিবা Bot নাইনে? (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 14:33, 27 ডিচেম্বৰ 2011 (UTC)

বিষ্ণুক মই উত্তৰ দিছোঁ http://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%A6%E0%A6%B8%E0%A7%8D%E0%A6%AF_%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A6%BE:Bishnu_Saikia#.E0.A6.B8.E0.A6.BE.E0.A6.81.E0.A6.9A

পঢ়িবাঁ। আচলতে সেইটো technical সমস্যা, বিষ্ণুৱে কেনেকৈ বুজি পাব? প্রভাকৰ শৰ্মা নেওগ 12:14, 3 জানুৱাৰী 2012 (UTC)

"SlowPhoton/Archive/2011"ৰ সদস্য পৃষ্ঠালৈ উভতি যাওক।