-অজয় দাস (বাৰ্তা) 06:04, 4 February 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

শেহতীয়া সম্পাদনা সম্পাদনা কৰক

পোনপ্ৰথমে ৱিকিপিডিয়াত বৰঙণি আগবঢ়োৱা বাবে ধন্যবাদ। আপুনি সম্পাদনা কৰা ঢেকীয়াজুলি পৃষ্ঠা খনৰ বিষয়ে সুধিব লগীয়া আছিল। আপুনি ঢেকীয়াজুলি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে অৱস্থিত লিখিছিল। মই জনাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নাই। গুগুল মেপত ১৫ নং পোৱাত সেইটো কৰি দিলোঁ। শুভেচ্ছাৰে-অজয় দাস (বাৰ্তা) 06:04, 4 February 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক