সাঁচ:ভূপেন হাজৰিকা/চলচ্চিত্ৰপঞ্জী
পৰিচালিত চলচিত্ৰ
সম্পাদনা কৰকছবিৰ নাম! | বৰ্ষ! | ভাষা! | টোকা |
---|---|---|---|
এৰা বাটৰ সুৰ | ১৯৫৬ | অসমীয়া | |
মাহুত বন্ধুৰে | ১৯৫৮ | বঙালী | |
শকুন্তলা | ১৯৬১ | অসমীয়া | |
প্ৰতিধ্বনি | ১৯৬৪ | অসমীয়া | |
লটি-ঘটি | ১৯৬৬ | অসমীয়া | |
চিক্-মিক্ বিজুলী | ১৯৬৯ | অসমীয়া | |
ফৰ হুম দ্য ছানৰাইজ | ১৯৭৪ | তথ্যচিত্ৰ | |
এমুঠি চাউলৰ কাহিনী | ১৯৭৪ | অসমীয়া | তথ্যচিত্ৰ |
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী | ১৯৭৬ | অসমীয়া | তথ্যচিত্ৰ |
থ্ৰ’ মেলডী এণ্ড ৰীডম | ১৯৭৭ | তথ্যচিত্ৰ | |
মেৰা ধৰম মেৰী মা | ১৯৭৭ | হিন্দী | |
মন প্ৰজাপতি | ১৯৭৯ | অসমীয়া | |
এলং দ্য ৰীভাৰ ব্ৰহ্মপুত্ৰ | ১৯৮১ | তথ্যচিত্ৰ | |
ছিৰাজ | ১৯৮৮ | অসমীয়া | |
মিৰি-জীয়ৰী | ১৯৮৯ | অসমীয়া | টেলিফিল্ম |
গিম্পছেছ অৱ দ্য মিষ্টী ইষ্ট | ১৯৯৬ | তথ্যচিত্ৰ |
সংগীত পৰিচালক হিচাপে অসমীয়া চলচিত্ৰ
সম্পাদনা কৰকছবিৰ নাম! | পৰিচালক! | বৰ্ষ! | টোকা |
---|---|---|---|
চিৰাজ | ফনী শৰ্মা | ১৯৪৮ | সঙ্গীত পৰিচালক বিষ্ণুপ্ৰসাদ ৰাভা; সহকাৰী সংগীত পৰিচালক ভূপেন হাজৰিকা। |
সতী বেউলা | সুনীল গংগোপাধ্যায় | ১৯৪৮ | |
পিয়লি ফুকন | ফণী শৰ্মা | ১৯৫৫ | |
ধুমুহা | ফনী শৰ্মা | ১৯৫৭ | |
কেঁচা সোণ | ফণী শৰ্মা | ১৯৫৯ | |
পুৱতিনিশাৰ সপোন | ফণী শৰ্মা | ১৯৫৯ | |
মণিৰাম দেৱান | সৰ্বেশ্বৰ চক্ৰৱৰ্তী | ১৯৬৩ | |
প্ৰতিধ্বনি | "" | ১৯৬৪ | |
ভাগ্য (অসমীয়া ডাবিং চিনেমা) | তাৰাচাঁদ বৰজাত্য | ১৯৬৩ | সঙ্গীত পৰিচালক লক্ষ্মীকান্ত-প্যাৰেলাল। গীতৰ অসমীয়া ৰূপান্তৰ ভূপেন হাজৰিকাৰ। |
লটিঘটি | ... | ১৯৬৬ | |
চামেলী মেমচাব | আব্দুল মজিদ | ১৯৭৫ | শ্ৰেষ্ঠ সঙ্গীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত |
খোজ | পুলক গগৈ | ১৯৭৫ | |
কাঁচঘৰ | আব্দুল মজিদ | ১৯৭৫ | |
পলাশৰ ৰং | জীৱন বৰা | ১৯৭৬ | |
বনহংস | আব্দুল মজিদ | ১৯৭৭ | |
বনজুই | আব্দুল মজিদ | ১৯৭৮ | |
অকণ | গৌৰী বৰ্মন | ১৯৮০ | |
অপৰূপা | জাহ্নু বৰুৱা | ১৯৮৩ | |
অংগীকাৰ | প্ৰবীণ বৰা | ১৯৮৫ | |
যুগে যুগে সংগ্ৰাম | গৌৰী বৰ্মন | ১৯৮৬ | |
সংকল্প | হেম বৰা | ১৯৮৬ | |
মা | ভৱেন দাস | ১৯৮৬ | |
প্ৰতিশোধ | অনিল মিত্ৰ | ১৯৮৭ | |
ছিৰাজ | ভূপেন হাজৰিকা | ১৯৮৮ | প্ৰথম অসমীয়া ৰি-মেক চিনেমা |
পানী | প্ৰফুল্ল শইকীয়া | ১৯৯০ | |
মিৰি জীয়ৰী | "" | ১৯৯০ | দূৰদৰ্শন প্ৰযোজনাৰ |
প্ৰিয়জন | ৱাইছকুৰ্ণী বৰা | ১৯৯৩ | |
অশান্ত প্ৰহৰ | শিৱপ্ৰসাদ ঠাকুৰ | ১৯৯৪ | |
সতী ৰাধিকা | অঞ্জলি দাস | ২০০৪ | চুটি কাহিনী চিত্ৰ |
সংগীত পৰিচালক হিচাপে হিন্দী চলচিত্ৰ
সম্পাদনা কৰকছবিৰ নাম! | পৰিচালক! | বৰ্ষ! | টোকা |
---|---|---|---|
আৰোপ | আত্মাৰাম | ১৯৭৩ | |
অপেক্ষা | জাহ্নু বৰুৱা | ১৯৮৪ | |
এক পল | কল্পনা লাজমী | ১৯৮৬ | |
ৰুদালী | কল্পনা লাজমী | ১৯৯২ | |
দৰমিয়া | কল্পনা লাজমী | ১৯৯৭ | |
মিল গেয়া মঞ্জিল মুঝে | লেখ টেণ্ডন | ১৯৯৭ | |
সাজ | সাই পাৰাঞ্জাপে | ১৯৯৭ | |
দমন | কল্পনা লাজমী | ২০০০ | |
গজগামিনী | এম এফ হুছেইন | ২০০১ | |
কিউ | কল্পনা লজমী | ২০০৩ | |
চিংগাৰ | কল্পনা লাজমী | ২০০৬ |
সংগীত পৰিচালক হিচাপে বঙালী চলচিত্ৰ
সম্পাদনা কৰকছবিৰ নাম! | বৰ্ষ! | পৰিচালক! | টোকা |
---|---|---|---|
জীবন তৃষ্ণা | অসিত সেন | ১৯৫৭ | |
কড়ি ও কোমল | অসিত সেন | ১৯৫৭ | |
জোনাকিৰ আলো | অসিত সেন | ১৯৫৮ | |
দুই বেচেৰা | “” | ১৯৭৬ | |
এখানে পিঞ্জৰ | “” | ১৯৭১ | |
দম্পতি | “” | ১৯৭৬ | |
মহুয়া | “” | ১৯৭৭ | |
সীমনা পেৰিয়ে | আলমগীৰ কবিৰ | ১৯৭৬ | |
নাগিনী কন্যাৰ কাহিনী | “” | ১৯৭৯ | |
কালী সিঁদূৰ | “” | ১৯৮৪ | |
কোমল আন্ধাৰ | “” | “” |
সংগীত পৰিচালক হিচাপে আন ভাষাৰ চলচিত্ৰ
সম্পাদনা কৰকগ্ৰন্থপঞ্জী
সম্পাদনা কৰকগ্ৰন্থৰ নাম! | বৰ্ষ! | বিষয়! | |
---|---|---|---|
সুন্দৰৰ ন দিগন্ত | ১৯৬৭ | প্ৰবন্ধ | |
সুন্দৰৰ সৰু-বৰ আলিয়েদি | ১৯৮০ | প্ৰবন্ধ | |
সময়ৰ পখী ঘোঁৰাত উঠি | ১৯৮১ | প্ৰবন্ধ | |
সহস্ৰজনে মোক প্ৰশ্ন কৰে | ১৯৮৩ | প্ৰবন্ধ | |
কৃষ্টিৰ পথাৰে পথাৰে | ১৯৯৩ | প্ৰবন্ধ | |
জ্যোতি ককাইদেউ | ১৯৯৩ | প্ৰবন্ধ | |
বিষ্ণু ককাইদেউ | ১৯৯৩ | প্ৰবন্ধ | |
ব’হাগ মাঁথো এটি ঋতু নহয় | ১৯৯৩ | প্ৰবন্ধ | |
বহ্নিমান লুইতৰ পাৰে পাৰে | ১৯৯৩ | প্ৰবন্ধ | |
নন্দনতত্বৰ কৰ্মীসকল | ১৯৯৩ | প্ৰবন্ধ | |
সোঁৱৰণী মোৰ ৰঙালী জীৱনৰ | ১৯৯৩ | প্ৰবন্ধ | |
সম্পাদকীয় | ১৯৯৩ | প্ৰবন্ধ | |
মোৰ দেশঃ মোৰ মনৰ কথা | ১৯৯৩ | প্ৰবন্ধ | |
প্ৰসংগ সুন্দৰৰ | ২০০৬ | প্ৰবন্ধ | |
জিলিকাব লুইতৰে পাৰ | ১৯৫৫ | গীত সংকলন | |
সংগ্ৰাম লগ্নে আজি | ১৯৬২ | গীত সংকলন | |
আগলি বাঁহৰে লাহৰি গগনা | ১৯৬৮ | গীত সংকলন | |
বহ্নিমান ব্ৰহ্মপুত্ৰ | ১৯৮০ | গীত সংকলন | |
গীতাৱলী | ১৯৯৩ | গীত সংকলন | |
দিহিঙে-দিপাঙে | ১৯৭৬ | ভ্ৰমণ কাহিনী | |
মই এটি যাযাবৰ | ১৯৯৩ | ভ্ৰমণ কাহিনী | |
ভূপেন মামাৰ গীতে-মাতে অ-আ ক-খ | ১৯৭৬ | শিশুগ্ৰন্থ |