জাহ্নু বৰুৱা

চলচ্চিত্ৰ পৰিচালক

জাহ্নু বৰুৱা (ইংৰাজী: Jahnu Barua) একাধিক দেশী-বিদেশী পুৰস্কাৰ তথা সন্মানেৰে বিভূষিত এগৰাকী অসমীয়া চলচ্চিত্ৰ পৰিচালক।[2][3] তেখেতে অসমীয়া আৰু হিন্দী ভাষাত কেবাখনো বোলছবি পৰিচালনা কৰিছে।

জাহ্নু বৰুৱা
জন্ম ১৭ অক্টোবৰ ১৯৫২
শিৱসাগৰ, অসম, ভাৰত
নাগৰিকত্ব ভাৰত ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক
দাম্পত্যসঙ্গী গায়ত্ৰী বৰুৱা[1]
পিতৃ-মাতৃ দেৱেশ্বৰ বৰুৱা (পিতৃ)
গুণৱতী বৰুৱা (মাতৃ)
সন্তান অজু বৰুৱা (পুত্ৰ)
বঁটা, সন্মান, পুৰস্কাৰ আদি ইণ্টাৰনেচনেল ফিপৰেস্কি এৱাৰ্ড (২০০৫)
ইণ্টাৰনেচনেল ফিপৰেস্কি এৱাৰ্ড (১৯৯৬)
কোডাক ভিজন এৱাৰ্ড
পদ্মশ্ৰী (২০০৩)
কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা (সংস্কৃতি বিষয়ত, ২০০৪)
ভূপেন হাজৰিকা বঁটা (২০১২)
পদ্মভূষণ (২০১৫)
ৱেবছাইট
www.jahnubarua.com

জাহ্নু বৰুৱাৰ জন্ম হয় ১৯৫২ চনৰ ১৭ অক্টোবৰত অসমশিৱসাগৰ জিলাৰ বকতাত। তেওঁৰ পিতৃৰ নাম দেৱেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম গুণৱতী বৰুৱা। জাহ্নু বৰুৱাৰ ৭জন ভাতৃ আৰু ৩ গৰাকী ভগ্নী আছে[4]

তেখেতে গুৱাহাটীবি বৰুৱা মহাবিদ্যালয়ত বিজ্ঞান বিষয়ত শিক্ষা গ্ৰহণ কৰি স্নাতক উপাধি লাভ কৰে।[4]

কৰ্মৰাজি

সম্পাদনা কৰক
বৰ্ষ ছবিৰ নাম[4][5] ভাষা ইংৰাজী নাম সন্মান তথা স্বীকৃতি
১৯৮২ অপৰূপা
(হিন্দী: अपेक्षा)
অসমীয়া, হিন্দী Expectation
অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৮৩)
১৯৮৬ পাপৰি অসমীয়া
১৯৮৭ হালধীয়া চৰায়ে বাওধান খায় অসমীয়া The Catastrophe শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৮৭)

লোকাৰ্ণো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- চিলভাৰ লিওপাৰ্ড; বৰ্ল্ড ইকোমেনিকাল এৱাৰ্ড; চিটিজেন্‌চ প্ৰাইজ; শ্ৰেষ্ঠ অভিনেতা (ইন্দ্ৰ বনিয়া)
টকিঅ’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- এছিয়াৰ শ্ৰেষ্ঠ বঁটা
এমিয়েন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ফ্ৰান্স- শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেতা
ৰাজ্যিক বঁটা- শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ সম্পাদনা

১৯৯০ বনানি অসমীয়া The Forest শ্ৰেষ্ঠ পাৰিপাৰ্শ্বিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯০)
১৯৯২ ফিৰিঙতি অসমীয়া The Spark দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯২)
শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯২, মলয়া গোস্বামী)
১৯৯৫ সাগৰলৈ বহু দূৰ অসমীয়া It's a Long Way to the Sea শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৫)[1]

অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৫)
ফেষ্টিভেল দি তয় কণ্টিন’, নাণ্টেছ, ফ্ৰান্স- দৰ্শকৰ দ্বাৰা নিৰ্বাচিত চলচ্চিত্ৰ বঁটা; শ্ৰেষ্ঠ সংগীত (১৯৯৫)
মণ্ডিয়েল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- শ্ৰেষ্ঠ পৰিচালক (১৯৯৬)
চিকাগো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- ৱৰ্ল্ড পীচ প্ৰাইজ (১৯৯৫)
ফ্ৰাইবুৰ্গ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- দৰ্শকৰ দ্বাৰা নিৰ্বাচিত চলচ্চিত্ৰ বটাঁ; চিটিজেন্‌চ এৱাৰ্ড; য়ং পাব্লিক এৱাৰ্ড (১৯৯৬)
ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- ইণ্টাৰনেচনেল ফিপৰেস্কি এৱাৰ্ড; শ্ৰেষ্ঠ অভিনেতা (১৯৯৬)
ফেষ্টিভেল অফ ইণ্ডিপেন্দেণ্ট ফ্লিমমেকাৰচ, ব্ৰুছেলচ- শ্ৰেষ্ঠ পৰিচালক (১৯৯৬)

১৯৯৮ কুশল অসমীয়া The Price of Freedom অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৮)
২০০০ পখী অসমীয়া And the River Flows অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৯)
২০০৩ কণিকাৰ ৰামধেনু অসমীয়া Ride on the Rainbow অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০০২)
২০০৪ তৰা অসমীয়া Tora's Love শ্ৰেষ্ঠ শিশু ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০০৪)
২০০৫ মেইনে গান্ধীকো নেঁহি মাৰা হিন্দী I did not kill Gandhi ফুকোকা ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল- কোডাক ভিজন এৱাৰ্ড

মুম্বাই ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল- ইণ্টাৰনেচনেল ফিপৰেস্কি এৱাৰ্ড (২০০৫)

২০১০ মুম্বাই কাটিং হিন্দী
২০১২ বান্ধোন অসমীয়া Waves of Silence অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০১২)
২০১৩ অজেয় অসমীয়া Invincible অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০১৩)
২০১৮ ভগা খিৰিকী অসমীয়া Broken Window

প্ৰযোজনা স্তৰত থকা ছবিসমূহ

সম্পাদনা কৰক
  • হৰপল
  • হ’মিং পিজিয়ন্‌চ
  • বাটাৰফ্লাই ছেচ
  • কপাৰ ৰিং
  • হিণ্ডোল

উল্লেখযোগ্য বঁটা / পুৰস্কাৰ

সম্পাদনা কৰক

লগতে চাওক

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 Bipuljyoti Saikia. "Bipuljyoti Saikia's Home Page : Cinema & Stage - Jahnu Barua". Bipuljyoti.in. Archived from the original on 2012-12-13. https://web.archive.org/web/20121213070425/http://www.bipuljyoti.in/cinema/jahnubarua.html। আহৰণ কৰা হৈছে: 2013-03-10. 
  2. Fare, Eastern (1952-10-17). "North-East India | NE Blog: Jahnu Barua - an Assamese film-maker". Neblog.in. Archived from the original on 2013-01-12. https://web.archive.org/web/20130112144133/http://www.neblog.in/2012/12/jahnu-barua-assamese-film-maker.html। আহৰণ কৰা হৈছে: 2013-03-10. 
  3. "Jahnu Barua: The Man Behind the Films". Theinduslink.com. 2011-09-15. Archived from the original on 2012-03-26. https://web.archive.org/web/20120326165824/http://www.theinduslink.com/3426/jahnu-barua-the-man-behind-the-films। আহৰণ কৰা হৈছে: 2013-03-10. 
  4. 4.0 4.1 4.2 4.3 "Jahnu Barua - Well know film director from Assam". Onlinesivasagar.com. http://onlinesivasagar.com/movies/jahnubarua.html। আহৰণ কৰা হৈছে: 2013-03-10. 
  5. "Films". Jahnu Barua. Archived from the original on 2017-04-02. https://web.archive.org/web/20170402185727/http://www.jahnubarua.com/films.php। আহৰণ কৰা হৈছে: 2013-03-10. 
  6. "Indian Cinema Database: Jahnu Barua". Chaosmag.in. Archived from the original on 2016-03-03. https://web.archive.org/web/20160303165050/http://www.chaosmag.in/barua.html। আহৰণ কৰা হৈছে: 2013-03-10. 
  7. "Jahnu Barua". Cinemaofmalayalam.net. Archived from the original on 2013-02-24. https://web.archive.org/web/20130224045555/http://www.cinemaofmalayalam.net/barua.html। আহৰণ কৰা হৈছে: 2013-03-10. 
  8. "1st Bhupen Hazarika Award to Jahnu Barua.". Assam Times. 2012-12-02. http://www.assamtimes.org/node/7641। আহৰণ কৰা হৈছে: 2013-03-10. 
  9. "Full list: Padma Awards 2015". Government of India Ministry of Home Affairs. 25-January-2015 20:25 IST. http://pib.nic.in/newsite/PrintRelease.aspx?relid=114952। আহৰণ কৰা হৈছে: 26 জানুৱাৰী 2015. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক