সাঁচ বাৰ্তা:আহোম ৰাজবংশ

Latest comment: 3 বছৰৰ পূৰ্বে by Chiring chandan in topic নাম

নাম সম্পাদনা কৰক

স্বৰ্গদেউসকলৰ আহোম নামবোৰৰ ভিন্নতা পোৱা যায়। এই সাঁচটোৰ নামবোৰ "ইতিহাসে সোঁৱৰা ছশটা বছৰ" কিতাপৰ পৰা লোৱা হৈছে। — গীতাৰ্থ বৰদলৈ (talk) 18:39, 8 August 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Gitartha.bordoloi: চুক্লফা নামটো ইংৰাজী ৱিকিপিডিয়াৰ মতে চুক্লমফা কৰিছিলো। আপোনাৰ হাতত কিতাপখন যদি আছে চাবচোন। নহ'লে ৰিভাৰ্ট কৰিম সালসলনিটো। --Chiring chandan (talk) 09:41, 3 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক
"আহোম ৰাজবংশ" পৃষ্ঠালৈ উভতি যাওক।