সাঁচ বাৰ্তা:ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ
পাঞ্জাব-->পঞ্জাব। — গীতাৰ্থ বৰদলৈ (talk)
- আলোচনাৰ কিবা সমাধান হ’ল জানো? যদি হ’ল কৰি দিব পৰা যায়| বিষ্ণু শইকীয়া বাৰ্তা 09:31, 25 মাৰ্চ 2012 (UTC)
- ৱিকি গ্ৰুপত ভোট লওঁতে "পঞ্জাব" আৰু "পঞ্জাৱ"এ চাৰিতাকৈ ভোট পালে। কিন্তু পঞ্জাবৰ সপক্ষে আছে "ਪੰਜਾਬ= পঞ্জাব"ৰ চিধাচিধি সমীকৰণটো। বাকী আল্লাই জানে! — গীতাৰ্থ বৰদলৈ (talk) 09:38, 25 মাৰ্চ 2012 (UTC)
- সেয়ে ময়ো এই বিষয়ত হাত দাঙি দিলো| পঞ্জাব প্ৰবন্ধটো নায়েই যেতিয়া মই বৰকৈ মূৰ মাৰাও নাই তাত| বিষ্ণু শইকীয়া বাৰ্তা 09:47, 25 মাৰ্চ 2012 (UTC)
সাঁচ:ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন সাঁচ:ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।