সাঁচ বাৰ্তা:Bridges over the Brahmaputra river
Latest comment: 9 বছৰৰ পূৰ্বে by দিব্য দত্ত in topic তথ্য
তথ্য
সম্পাদনা কৰকঢলা-শদিয়া দলংখন প্ৰকৃততে ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নাই, ই লোহিত নদীৰ ওপৰতহে আছে।[1] ঢলা ঘাটৰ পৰা কিছু পশ্চিমত লোহিত, দিহাং আৰু দিবাং নদী লগলাগি ব্ৰহ্মপুত্ৰ নাম লৈছে।[টোকা- ১] - দিব্য দত্ত (বাৰ্তা) 08:39, 26 October 2015 (ইউ.টি.চি.)