সাঁচ বাৰ্তা:Multiple issues
এই পৃষ্ঠাখন Multiple issues-ৰ আলোচনাৰ বাবে আলোচনা পৃষ্ঠা | |||
---|---|---|---|
|
অসমীয়া ৱিকিপিডিয়াত শ্ৰেণীসমূহৰ ভাৰসাম্যতা ৰক্ষা কৰা লগতে কিছু সৰলীকৰণ কৰা উদ্দেশ্য আগত ৰাখি এনে ধৰণৰ সাঁচসমূহৰ লগত তাৰিখ নিদিয়াৰ এক আলোচনা কৰা হৈছিল, সেয়ে পৰাপক্ষত বছৰ বা মাহবোৰ দিয়াৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হ’ল |
বিষ্ণু শইকীয়া বাৰ্তা 19:53, 3 মাৰ্চ 2012 (UTC)
- তাৰিখ নোহোৱা কৰিবলৈ সাঁচটো সলাব লাগিব। কোনোবাই কৰিবনে? -- গীতাৰ্থ বৰদলৈ (talk) 16:50, 15 মাৰ্চ 2012 (UTC)
- চেষ্ঠা কৰি চাম| কিয়নো সাঁচটো অলপ জটিল আৰু দীঘলীয়া| বিষ্ণু শইকীয়া বাৰ্তা 17:14, 15 মাৰ্চ 2012 (UTC)
- সাঁচটো যোগ কৰোঁতে তাৰিখটো দি্য়াটো অত্যন্ত প্রয়োজনীয় গতিকে তাৰিখ দিয়াটো তেনেই থাকক। মই ভাবোঁ যে সাঁচটো আমি যেনে আছে তেনেই অনুবাদ কৰাটোহে উচিৎ। তদুপৰি সাঁচটো যিজনে লিখিছিল তেওঁ আমাতকৈ নিশ্চয় অভিজ্ঞ ৱিকিপিডিয়ান। আমি সাঁচবিলাক আখৰে আখৰে অনুবাদ কৰাটো টেকনিকেলি অত্যন্ত প্রয়োজনীয়। প্রভাকৰ শৰ্মা নেওগ (talk) 17:45, 15 মাৰ্চ 2012 (UTC)