সিদ্ধাৰ্থ সূৰ্যনাৰায়ণ
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
সিদ্ধাৰ্থ নাৰায়ণ (তামিল: சித்தார்த்) (জন্ম: ১৭ এপ্ৰিল ১৯৭৯) মূলতঃ এজন তামিল চলচ্চিত্ৰ অভিনেতা, গায়ক, লেখক আৰু পৰিচালক । ব্যৱসায় ব্যৱস্থাপনাৰ শিক্ষা সাং কৰি সিদ্ধাৰ্থই চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত খোজ দিয়ে আৰু মণি ৰত্নমৰ সহায়ক হিচাপে কাম কৰে। ২০০৩ চনত শংকৰৰ 'বয়্জ' বোলছবিৰ যোগেদি তেওঁ অভিনয়ৰ জগতত প্ৰৱেশ কৰে। এই বোলছবিখনৰ সফলতাই তেওঁক মণি ৰত্নমৰ Aayutha Ezhuthu (২০০৪) বোলছবিত অভিনয় কৰাৰ সুযোগ দিয়ে। ইয়াৰ পাছত তেওঁ নুভোষ্তান্তে নিনদান্তানা (২০০৫), ৰংগ দে বচন্তি আৰু ব'ম্মাৰিল' (২০০৬) ছবিৰ জৰিয়তে তেলুগু আৰু হিন্দী চলচ্চিত্ৰ জগতত সমালোচকৰ প্ৰশংসা আৰু ব্যৱসায়িক সফলতা লাভ কৰে। ষ্ট্ৰাইকাৰ (২০১০) আৰু ফেণ্টাচী ছবি আনাগানাগা অ' ধীৰুদু' (২০১১) বোলছবিত তেওঁ ক্ৰমে এজন কেৰম খেলুৱৈ আৰু এজন অন্ধ যোদ্ধাৰ চৰিত্ৰ অভিনীত কৰে। কিছু কালৰ বিৰতিৰ পাছত তেওঁ ২০১১ চনত তামিল বোলছবি জগতলৈ উভতি বালাজী মোহনৰ সফল ৰোমাণ্টিক হাস্য ছবি Kadhalil Sodhappuvadhu Yeppadi (২০১২) প্ৰযোজনা কৰে। ২০১৪ চনো সিদ্ধাৰ্থৰ বাবে সফল বৰ্ষ পৰিগণিত হয়। Jigarthanda বোলছবিত তেওঁ ৰূপায়ন কৰা নৱাগত বোলছবি নিৰ্মাতা আৰু Kaaviya Thalaivan বোলছবিত ১৯২০ দশকৰ মাদ্ৰাছ থিয়েটাৰৰ এজন অভিনেতাৰ চৰিত্ৰৰ বাবে তেওঁ প্ৰশংসিত হয়।
সিদ্ধাৰ্থ | |
---|---|
জন্ম | সিদ্ধাৰ্থ সূৰ্যনাৰায়ণ ১৭ এপ্ৰিল, ১৯৭৯ (৪৫ বছৰ) চেন্নাই, তামিল নাডু, ভাৰত |
সক্ৰিয় হৈ থকা সময় | ২০০২-বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | মেঘনা নাৰায়ণ |
Early life
সম্পাদনা কৰকSiddharth was born to a Tamil-speaking family in Chennai, India on 17 April 1979.
চলচ্চিত্ৰপঞ্জী
সম্পাদনা কৰকঅভিনেতা
সম্পাদনা কৰকপ্ৰযোজক
সম্পাদনা কৰকYear | Film | ভাষা | Notes |
---|---|---|---|
2012 | Kadhalil Sodhappuvadhu Yeppadi | তামিল | |
2012 | Love Failure | তেলেগু |
নেপথ্য গায়ক
সম্পাদনা কৰকবৰ্ষ | শিৰোনাম | ভাষা | সংগীত | সংগীতকাৰ |
---|---|---|---|---|
2006 | Chukkallo Chandrudu | তেলেগু | "Everybody", "Edhalo Epudo" | Chakri |
2006 | Bommarillu | তেলেগু | "Appudo Ippudo" | Devi Sri Prasad |
2007 | Aata | তেলেগু | "Ninu chusthunte" | Devi Sri Prasad |
2008 | Santosh Subramaniam | তামিল | "Adada Adada" | Devi Sri Prasad |
2009 | Oy! | তেলেগু | "Oy Oy" | Yuvan Shankar Raja |
2010 | Striker | হিন্দী | "Bombay Bombay", "Haq Se" | Amit Trivedi, Yuvan Shankar Raja |
2010 | Baava | তেলেগু | "Baava Baava" | Chakri |
2011 | Oh My Friend | তেলেগু | "Maa Daddy Pockets", "Sri Chaitanya Junior College" | Rahul Raj |
2012 | Kadhalil Sodhappuvadhu Yeppadi | তামিল | "Parvathi Parvathi", "Ananda Jaladosam" | Thaman |
2013 | Udhayam NH4 | তামিল | "Neevevvaro neevevvaro"[1] | G. V. Prakash Kumar |
2014 | Enakkul Oruvan | তামিল | "Prabalamagavey" | Santhosh Narayanan |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Siddharth's singles from Valentine's Day". IndiaGlitz. http://www.indiaglitz.com/channels/তামিল/article/90801.html। আহৰণ কৰা হৈছে: 14 February 2013.[সংযোগবিহীন উৎস]
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত সিদ্ধাৰ্থ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Siddharth সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- এক্সত Siddharth