১৭ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | |||
২০২৫ |
১৭ এপ্ৰিল (ইংৰাজী: 17 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৭তম (অধিবৰ্ষত ১০৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৮টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৯৫৩ - কম্বোডিয়াই ফৰাচী সকলৰ পৰা স্বাধীনতা লাভ কৰে।
জন্ম
সম্পাদনা কৰক- ১৮০৬ - মণিৰাম দেৱান, উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল। (মৃত্যু:১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী)
- ১৯২৭ - চন্দ্ৰ শেখৰ সিং, ভাৰতীয় ৰাজনীতবিদ তথা অষ্টম প্ৰধান মন্ত্ৰী।
- ১৯৬৬ - বিক্ৰম, প্ৰকৃত নাম কেণ্ডি জন ভিক্টৰ, দক্ষিণ ভাৰতীয় অভিনেতা আৰু গায়ক।
- ১৯৭২ - মুত্তিয়া মুৰলিধৰণ, শ্ৰীলঙ্কাৰ ক্ৰিকেট খেলুৱৈ।
- ১৯৭৯ - সিদ্ধাৰ্থ সূৰ্যনাৰায়ণ, তামিল, তেলুগু, হিন্দী আৰু মালয়ালম চলচ্চিত্ৰৰ অভিনেতা।
মৃত্যু
সম্পাদনা কৰক- ১৭৯০ - বেঞ্জামিন ফ্ৰেংকলিন, আমেৰিকাৰ লেখক, চিত্ৰশিল্পী, ৰাজনীতিবিদ, বিজ্ঞানী, সঙ্গীতজ্ঞ, উদ্ভাৱক, ৰাষ্ট্ৰপ্ৰধান, কৌতুকবিদ, গণআন্দোলনকাৰী আৰু কূটনীতিবিদ।
- ১৯৭৫ - ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ, ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেখেত স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল। ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হৈছিল। (জন্ম: ১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্টেম্বৰ)
- ২০০৪ - কে এছ সৌম্যা, ভাৰতীয় অভিনেত্ৰী।
- ২০১০ - ভি. এছ. ৰমাদেৱী, ভাৰতীয় ৰাজনীতিবিদ।
- ২০১৪ - গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ, কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী।
দিৱস
সম্পাদনা কৰক- বিশ্ব হিমোফিলিয়া দিৱস। হিমোফিলিয়া হ'ল একধৰণৰ বিলম্বিত ৰক্তক্ষৰণজনিত ৰোগ।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৭ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |