১৭ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০২৩ |
১৭ এপ্ৰিল (ইংৰাজী: 17 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৭তম (অধিবৰ্ষত ১০৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৮টা দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৯৫৩ - কম্বোডিয়াই ফৰাচী সকলৰ পৰা স্বাধীনতা লাভ কৰে।
জন্মসম্পাদনা কৰক
- ১৮০৬ - মণিৰাম দেৱান, উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল। (মৃত্যু:১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী)
- ১৯৬৬ - বিক্ৰম, প্ৰকৃত নাম কেণ্ডি জন ভিক্টৰ, দক্ষিণ ভাৰতীয় অভিনেতা আৰু গায়ক।
- ১৯৭২ - মুত্তিয়া মুৰলিধৰণ, শ্ৰীলঙ্কাৰ ক্ৰিকেট খেলুৱৈ।
- ১৯৭৯ - সিদ্ধাৰ্থ সূৰ্য্যনাৰায়ণ, তামিল, তেলুগু, হিন্দী আৰু মালয়ালম চলচ্চিত্ৰৰ অভিনেতা।
মৃত্যুসম্পাদনা কৰক
- ১৭৯০ - বেঞ্জামিন ফ্ৰাঙ্কলিন, আমেৰিকাৰ লেখক, চিত্ৰশিল্পী, ৰাজনীতিবিদ, বিজ্ঞানী, সঙ্গীতজ্ঞ, উদ্ভাৱক, ৰাষ্ট্ৰপ্ৰধান, কৌতুকবিদ, গণআন্দোলনকাৰী আৰু কূটনীতিবিদ।
- ১৯৭৫ - ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ, ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেখেত স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল। ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হৈছিল। (জন্ম: ১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্টেম্বৰ)
দিৱসসম্পাদনা কৰক
- বিশ্ব হিমোফিলিয়া দিৱস। হিমোফিলিয়া হ'ল একধৰণৰ বিলম্বিত ৰক্তক্ষৰণজনিত ৰোগ।
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৭ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |