সূত্ৰধাৰ (আলোচনী)
অসমীয়া ভাষাৰ আলোচনী
সূত্ৰধাৰ (ইংৰাজী: Sutradhar) হৈছে এখন অসমীয়া ভাষাৰ আলোচনী। অসম চৰকাৰৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।[1]অসমত পঢ়ুৱৈ সমাজ সৃষ্টি কৰাৰ ক্ষেত্ৰত, সাংবাদিকতাৰ বিৰল দৃষ্টান্ত গঢ়ি তোলা আলোচনী ৰূপে সূত্ৰধাৰৰ স্থান উল্লেখযোগ্য।[2]
সূত্ৰধাৰ আলোচনীৰ প্ৰচ্ছদ ফটো, চতুৰ্থ বছৰ, দ্বিতীয় সংখ্যা, ১৯৯২ | |
সম্পাদক | হোমেন বৰগোহাঞি |
---|---|
প্ৰকাৰ | আলোচনী |
প্ৰকাশক | অনিল কুমাৰ গগৈ |
প্ৰতিষ্ঠাপক | হোমেন বৰগোহাঞি |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাশ
সম্পাদনা কৰকসূত্ৰধাৰ আলোচনীখন ১৯৮৯ চনত প্ৰথম প্ৰকাশ হৈছিল। [2]