সোণৰ চামুচ মুখত লৈ: বিক্ষিপ্ত আত্মজীৱনী হৈছে অসমীয়া গল্পকাৰ, ঔপন্যাসিক, অভিধান প্ৰণেতা, গৱেষক আৰু অধ্যাপক ড॰ প্ৰণৱজ্যোতি ডেকাৰ আত্মজীৱনী। অগতানুগতিক শৈলীৰে লিখা এই আত্মজীৱনীখন প্ৰথম প্ৰকাশ হয় ২০১৬ চনৰ নৱেম্বৰ মাহত। গ্ৰন্থখন প্ৰকাশ কৰে গুৱাহাটীৰ পাণবজাৰৰ বান্ধৱ প্ৰকাশনৰ হৈ ৰঞ্জন শৰ্মাই।[1]

সোণৰ চামুচ মুখত লৈ: বিক্ষিপ্ত আত্মজীৱনী  
লেখক ড॰ প্ৰণৱজ্যোতি ডেকা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ আত্মজীৱনী
প্ৰকাশক বান্ধৱ
প্ৰকাশ নৱেম্বৰ, ২০১৬
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৬১৬

গ্ৰন্থখনৰ সূচীপত্ৰ সম্পাদনা কৰক

  • আগকথা
  • সোণৰ চামুচ মুখত লৈ
  • আনাদি পাতন
  • বাল-গোপালৰ সোণৰ বাঁহী
  • সৰস্বতী বন্দনা
  • কামৰূপ-কামাখ্যা আৰু ভাৰতৰ স্কটলেণ্ড
  • পুনৰ কামৰূপ-কামাখ্যা
  • স্নাতক মহলালৈ
  • কাশীত স্নাতকোত্তৰ পাঠ
  • বিৰাম কাল
  • টাসখন্দ
  • লেনীনগ্ৰাডত অৱস্থান
  • মোৰ বৈজ্ঞানিক গৱেষণাৰ ফল: জীৱনত
  • জিলিকিছে লুইতৰে পাৰ
  • জীৱনে মোক কি শিকালে
  • জীৱনৰ আধোবিন্দু
  • মোৰ জীৱনত ৰাজনীতি আৰু সাহিত্য চৰ্চা
  • মোৰ যৌন অন্বেষণৰ কাহিনী
  • অনুভূতি
  • ভূত আৰু অদ্ভুত
  • বিবিধ
  • সময় বালিত খোজ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. ডেকা, ড॰ প্ৰণৱজ্যোতি (November, 2016). সোণৰ চামুচ মুখত লৈ: বিক্ষিপ্ত আত্মজীৱনী. বান্ধৱ.