স্কাইপ (ইংৰাজী: Skype; pron.: /ˈskp/) হ'ল ভি অ’ আই পি (ভইচ অভাৰ আই পি) সঁজুলি যিয়ে দুটা ভইছ চেনেলৰ মাজত সংযোগ স্থাপন কৰে৷ স্কাইপ যি কোনো ব্যক্তিয়ে ডাউন ল'ড কৰি নিজৰ কম্পিউটাৰত স্থাপন কৰিব পাৰে, আৰু তেওঁলোকে কম্পিউটাৰটো এটা ফোনৰ দৰে ব্যৱহাৰ কৰিব পাৰে৷ এটা নেটৱৰ্কত থকা এজন স্কাইপ ব্যৱহাৰকাৰীয়ে আন এজন স্কাইপ ব্যৱহাৰকাৰীলৈ বিনামূল্যে কথা বাতা পাতিব পাৰে৷ বতমানলৈকে স্কাইপ ব্যৱহাৰকাৰীৰ সংখ্যা এক নিযুত ৰ সীমা অতিক্ৰম কৰিছে৷ স্কাইপে দূৰণিৰ ফোনসমূহ অতি কম মূল্যত আৰু উন্নত মানৰ যোগান ধৰে৷ স্কাইপৰ জৰিয়তে আমি ফোন কলসমূহ প্ৰয়োজন অনুসাৰে সংৰক্ষন কৰিব পাৰো ও কেবাজনৰ কথা আমি একে সময়ত পাতিব পাৰোঁ৷

স্কাইপ

উইণ্ডোজ ৭-ত স্কাইপ ৫.৬
বিকাশক মাইক্ৰছফ্ট স্কাইপ বিভাজন
প্ৰথম মুক্তি আগষ্ট ২০০৩
স্থিৰ মুক্তি ৫.৮.০.১৫৪ (উইণ্ডোজ) (২ ফেব্ৰুৱাৰী ২০১২; ১২ বছৰ আগত (2012-02-02)[1])

৫.৫.০.২৩৪০ (মেক অএচ এক্স) (২ ফেব্ৰুৱাৰী ২০১২; ১২ বছৰ আগত (2012-02-02)[2])
৩.৬.১ (আই অ এচ) (৩ জানুৱাৰী ২০১২; ১২ বছৰ আগত (2012-01-03))
২.২.০.৩৫ (লীনাক্স ) (২ জুন ২০১১; ১২ বছৰ আগত (2011-06-02))

২.৬.০.৯৫ (এনড্ৰয়েড) (১৬ ডিচেম্বৰ ২০১১; ১২ বছৰ আগত (2011-12-16)[3]) [±]
লিখা হৈছে Embarcadero Delphi, অৱজেক্টিভ ছি (আইঅএচ), মেক অএএক্স), Qt4 (লীনাক্স)ৰ লগত চি++
অপাৰেটিং চিষ্টেম ক্ৰছ প্লেটফৰ্ম
উপলব্ধ হয় বহুভাষিকতা
প্ৰকাৰ ভইছ অভাৰ ইন্টাৰনেট প্ৰটকল, তাৎক্ষনিক বাৰ্তা প্ৰেৰক, ভিডিঅ' কনফাৰেন্সিং
অনুজ্ঞাপত্ৰ Proprietary, some paid features
ৱেবছাইট www.skype.com


তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Skype 5.6 for Windows release notes"]. Retrieved 12 December 2012.
  2. "Skype 5.3 for Mac release notes". Retrieved 11 January 2012.
  3. "Skype 2.6 for Android release notes". Retrieved 11 January 2012.

বাহ্যিক সংযোগ সম্পাদনা কৰক