স্বপ্নালী গগৈ তেখেত নৰ্থ লখিমপুৰ কলেজৰ ভূগোল বিভাগৰ অধ্যাপক। সাহিত্যিক আৰু সমালোচক। ভূগোল বিষয়ক গৱেষণা কাৰ্যৰ লগত জড়িত।[1]

স্বপ্নালী গগৈ
জন্ম লখিমপুৰ, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিভাগত স্নাতকোত্তৰ
বিষয় বিজ্ঞান সাহিত্য

শিক্ষা সম্পাদনা কৰক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিষয়ত স্নাতকোত্তৰ।

কৰ্মজীৱন সম্পাদনা কৰক

নৰ্থ লখিমপুৰ কলেজৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক।

সাহিত্যৰাজি সম্পাদনা কৰক

  • সময়ৰ সংশ্লেষ, ২০১৪, প্ৰবন্ধ সংকলন
  • সাধনাৰ চন্দ্ৰকমল, ২০১৭, ৰচনাৱলী
  • লক্ষীমপুৰৰ ভূগোল, ২০১৮, প্ৰবন্ধ সংকলন
  • Advanced Topics on River Study[2]
  • Fuzzy Rule-based Modelling on River Study (বিমান চন্দ্ৰ চেতিয়াৰ সৈতে যুতীয়াভাৱে)[3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. অৰবিন্দ ৰাজখোৱা, হিৰণ্য সভাপণ্ডিত (প্ৰথম প্ৰকাশ-২০০৮). লখিমপুৰ, স্মৃতিগ্ৰন্থ. পৃষ্ঠা. ২০৩. 
  2. Swapnali Gogoi. Advanced Topics on River Study. ISBN 978-3-8465-5590-3. https://www.morebooks.de/store/gb/book/advanced-topics-on-river-study/isbn/978-3-8465-5590-3. 
  3. Biman Chandra Chetia, Swapnali Gogoi. Fuzzy Rule-based Modelling on River Study. ISBN 978-3-8465-3484-7. https://www.morebooks.de/store/gb/book/fuzzy-rule-based-modelling-on-river-study/isbn/978-3-8465-3484-7.