সৰল জীৱন সুখী জীৱন
সৰল জীৱন সুখী জীৱন (ইংৰাজী: Horol Jibon Hukhi Jibon) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক হোমেন বৰগোহাঞিৰ শৰীৰ, মন আৰু স্বাস্থ্যবিষয়ক এখন প্ৰবন্ধ-সংকলন। ২০১৭ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশকৰ পৰা প্ৰকাশ হোৱা ১৫২ পৃষ্ঠাৰ এই গ্ৰন্থখনত ২৩টা প্ৰৱন্ধ আছে। চাৰিটা সংস্কৰণৰ মুখ দেখা গ্ৰন্থখনৰ বৰ্তমান মূল্য ১৭৫.০০ টকা। [1]
সৰল জীৱন সুখী জীৱন | |
---|---|
লেখক | হোমেন বৰগোহাঞি |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বিষয় | শৰীৰ, মন আৰু স্বাস্থ্যবিষয়ক |
প্ৰকাৰ | প্ৰবন্ধ সংকলন |
প্ৰকাশক | ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ |
প্ৰকাশ | নৱেম্বৰ,২০১৭ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ১৫২ |
আই.এচ.বি.এন. | 978-81-7665-668-9 |
বিৱৰণ
সম্পাদনা কৰক২৩টা প্ৰবন্ধ থকা এই কিতাপখনৰ প্ৰবন্ধসমূহ হ'ল—
- সৰল জীৱন, সুখী জীৱন।
- স্বাস্থ্যৰ কাৰণে দুখীয়া মানুহৰ আহাৰ।
- স্বাস্থ্য সম্পৰ্কে মোৰ চিন্তা আৰু অভিজ্ঞতা।
- মনৰ টনিক।
- স্বাস্থ্যৱান মানুহ।
- আপোনাৰ মনটোৱে আপোনাক সুস্থ কৰিব পাৰে।
- স্বাস্থ্যৰ নিচা।
- বৃদ্ধসকলে আমাক কি শিকাব পাৰে।
- মোৰাৰজী দেশাইৰ লগত পাঞ্জাখেল।
- ৰোগ আৰু স্বাস্থ্য।
- ভিটামিন কিয় খাব লাগে।
- ৰোগৰ মাহাত্ম্য।
- মূৰৰ বিষ।
- আমিষ নে নিৰামিষ।
- সকলো মানুহ এদিন নিৰামিষভোজী হ'ব।
- বেঞ্জামিন ফ্ৰেংকলিন আৰু তেওঁৰ বাত-বিষ।
- অসমৰ স্বাস্থ্য।
- স্বাস্থ্য গঢ়াৰ দহটা নিয়ম।
- শৰীৰ, মন আৰু স্বাস্থ্য।
- স্বাস্থ্য।
- দেহ আৰু মন।
- আধুনিক মানুহৰ মানসিক স্বাস্থ্য।
- সুদীৰ্ঘ সন্ধান।
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ বৰগোহাঞি, হোমেন (2017). সৰল জীৱন সুখী জীৱন. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ্ ষ্ট’ৰচ্. ISBN 978-81-7665-668-9.