হজ্জ
ইছলামৰ ৫ম স্তম্ভ
হজ্জ বা হজ্জ্ব (আৰবী: حج হ্বজ্জ্) ইছলামৰ বৰ্ণনা অনুসৰি হজ্জ এটা আৱশ্যকীয় বা ফৰজ উপাসনা বা ইবাদত। এইটো ইছলামৰ ৫ম স্তম্ভ। হজ্জ শব্দৰ আভিধানিক অৰ্থ হৈছে- "'ইচ্ছা"' বা "'সংকল্প'" কৰা। আচাৰ আৰু আদব-কায়দাৰ বিবেচনাত হজ্জ হ'ল বছৰৰ নিৰ্দিষ্ট দিনত নিৰ্দিষ্ট পোচাকত কেইটামান স্থানত অৱস্থান বা ওকুফ, কাবা তাওয়াফ, পশু কোৰবাণী, ছফা-মৰওয়াৰ মাজত খুজকঢ়া। শাৰীৰিক আৰু আৰ্থিকভাৱে সক্ষম প্ৰত্যেক মুছলিম নৰ-নাৰীৰ বাবে জীৱনত এবাৰ হজ্জ সম্পাদন কৰা ফৰজ বা আৱশ্যিক।[1] আৰৱী জিলহজ মাহৰ ৮ ৰ পৰা ১২ তাৰিখ হজ্জৰ বাবে নিৰ্ধাৰিত সময়। হজ্জ পালনৰ বাবে বৰ্তমান চৌদি আৰৱৰ মক্কা নগৰী আৰু সন্নিহিত মিনা, আৰাফাত, মুযদালফা প্ৰভৃতি স্থানত গমন আৰু অৱস্থান আৱশ্যক। এইটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ বছৰেকীয়া তীৰ্থযাত্ৰা।[2] যিজনে হজ্জ সম্পাদনৰ বাবে গমন কৰে তেখেতক কোৱা হয় হাজী।
ইছলামত হজ্জৰ গুৰুত্ব
সম্পাদনা কৰকহজ্জৰ ঐতিহাসিক পটভূমি
সম্পাদনা কৰকহজ্জৰ চৰ্তাৱলী
সম্পাদনা কৰকহজ্জৰ ৰীতি-নীতি
সম্পাদনা কৰকবিভিন্ন প্ৰকাৰ হজ্জ
সম্পাদনা কৰকলগতে চাওক
সম্পাদনা কৰকগ্ৰন্থ সূত্ৰ
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰকবহিঃসংযোগ
সম্পাদনা কৰক- ↑ Dalia Salah-El-Deen, Significance of Pilgrimage (Hajj)
- ↑ Atlas of Holy Places, p. 29