হবিৰ্ভূ বা মনিনী (হিন্দী: हविर्भू) আছিল কৰ্দম ঋষি আৰু দেৱহুতীৰ চতুৰ্থী কন্যা আৰু ঋষি পুলস্ত্যৰ পত্নী। তেওঁ ঋষি বিশ্ৰবা আৰু ঋষি অগস্ত্যৰ মাতৃ আছিল।[1][2]

হবিৰ্ভূ
অন্য নাম মনিনী
দাম্পত্যসঙ্গী ঋষি পুলস্ত্য
পিতৃ-মাতৃ কৰ্দম ঋষি (পিতৃ)
দেৱহুতী (মাতৃ)
সন্তান ঋষি বিশ্ৰবা
ঋষি অগস্ত্য

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক