হাম্পি (ইংৰাজী: Hampi; কন্নড়: ಹಂಪೆ) ভাৰতৰ কৰ্ণাটকৰ উত্তৰপাৰত অৱস্থিত এখন গাঁও। হাম্পিত অৱস্থিত ভগ্নাৱশেষসমূহৰ বাবে ঠাইখন বিখ্যাত। হাম্পি স্মাৰকসমূহ হ'ল উত্তৰ কৰ্ণাটকৰ মনোৰম বিলাসবহুল হাম্পি নগৰৰ স্মাৰকসমষ্টি। হাম্পিত বিজয়নগৰ সাম্ৰাজ্যৰ অধুনালুপ্ত ৰাজধানী বিজয়নগৰৰ ধ্বংসাৱশেষ অৱস্থিত। এই নগৰৰ চাৰিওফালে দ্ৰাবিড় স্থাপত্য মন্দিৰ আৰু প্ৰাসাদৰ ধ্বংসাৱশেষে আৱৰি আছে। চতুৰ্দশ আৰু ষোড়শ শতাব্দীৰ মধ্যৱৰ্তী কালত যিসকল পৰ্যটক ভাৰতলৈ আহিছিল সেইসকলে এই মন্দিৰসমূহৰ ভূয়সী প্ৰশংসা কৰি গৈছে। হাম্পিত বহুতো গুৰুত্বপূৰ্ণ হিন্দু ধৰ্মীয় মন্দিৰ আছে। ইয়াত বিৰুপাক্ষ মন্দিৰসহ একাধিক স্মাৰক অৱস্থিত। তদুপৰি আছে বহুতো অভিজাত বাসগৃহ, হাতী বন্ধা ঘৰ, ৰাণীৰ আভিজাত স্নানাগাৰ, লটাচ মহল আদি। এই স্মাৰকসমূহ ইউনেস্কো বিশ্ব ঐতিহ্য তালিকা (i), (iii) আৰু (iv) অনুযায়ী সাংস্কৃতিক ঐতিহ্যৰ মৰ্যাদাপ্ৰাপ্ত[1][2]

হাম্পি
ಹಂಪೆ
—  ঐতিহাসিক নগৰ  —
Virupaksha_Temple,Hampi.JPGভীৰুপক্ষ মন্দিৰ, হাম্পি, কৰ্ণাটক
হাম্পি is located in কৰ্ণাটক
হাম্পি
ভৌগোলিক স্থানাংক: 15°20′06″N 76°27′43″E / 15.335°N 76.462°E / 15.335; 76.462স্থানাংক: 15°20′06″N 76°27′43″E / 15.335°N 76.462°E / 15.335; 76.462
দেশ ভাৰত
ৰাজ্য কৰ্ণাটক
জিলা বেলাৰী
প্ৰতিষ্ঠাপক হৰিহৰ আৰু বোকাৰয়
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
Nearest city হজপেট
ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
Group of Monuments at Hampi
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
Hampi virupaksha temple.jpg
হাম্পি

দেশ ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি (i)(iii)(iv)
উদ্ধৃতি 241
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া-পেছিফিক
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৬ (১০তম অধিবেশন)
বিপদজ্জনক ১৯৯৯–২০০৬

ব্যুৎপত্তিসম্পাদনা কৰক

লোকভাষাত হাম্পিক পাম্পা-ক্ষেত্ৰ, কৃষকৃন্দ ক্ষেত্ৰা নতুবা ভাষ্কৰা ক্ষেত্ৰ বুলি জনা যায়, ভাষ্কৰ নামটো পাম্পাৰ পৰা উৎপত্তি হৈছে, যিটো তুঙ্গভদ্ৰা নদী প্ৰাচীন নাম। হাম্পি নামটো হাম্পেৰ পৰা উৎপত্তি হোৱা।

ইতিহাসসম্পাদনা কৰক

৩য় শতিকাত(যীশুক্ষীষ্ট জন্মৰ আগৰ) এসময়ত অশোক ৰজাৰ শাসনৰ অধীনত আছিল বুলি অলেখ প্ৰমাণ আছে।

ভোগৌলিক বিৱৰণসম্পাদনা কৰক

হাম্পি তুঙ্গভদ্ৰা নদীৰ পাৰত অৱস্থিত। বাংগালোৰৰ পৰা দূৰত্ব ৩৪৩ কিঃমিঃ আৰু বেলাৰীৰ পৰা ৭৪ কিঃমিঃ। ন্যূনতম দূৰত্বত থকা ৰেল ষ্টেচনটো হৈছে মণ্ট্ৰালয়ম, যিটো তুঙ্গভদ্ৰা নদীৰ পাৰত অৱস্থিত।

আন্তঃ গাঁথনিসম্পাদনা কৰক

ধৰ্মীয় মঠ-মন্দিৰসম্পাদনা কৰক

অসামৰিক গাঁথনিসম্পাদনা কৰক

সামৰিক গাঁথনিসম্পাদনা কৰক

হাম্পিৰ দাঁতিকাষৰীয়া উল্লেখযোগ্য ঠাইসম্পাদনা কৰক

সৌৰ্ন্দয্যসম্পাদনা কৰক

হাম্পিৰ সৌৰ্ন্দয্য, ৩৬০° পেনোৰমা দৃশ্য মাতাঙ্গা পাহাৰৰ পৰা

চিত্ৰভঁৰালসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. "Group of Monuments at Hampi". World Heritage: Unesco.org. http://whc.unesco.org/en/list/241। আহৰণ কৰা হৈছে: 2010-11-06. 
  2. "Group of Monuments at Hampi" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/241.pdf। আহৰণ কৰা হৈছে: 2010-11-06. 

বাহ্যিক সংযোগসম্পাদনা কৰক