ৰাগ ঐনিতম
অসমীয়া অভিনেতা
ৰাগ ঐনিতম অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী বিখ্যাত অভিনেতা আৰু মডেল। তেওঁ অসমীয়া ধাৰাবাহিক ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছে।
ৰাগ ঐনিতম | |
---|---|
স্থানীয় নাম | দীপজ্যোতি বৰা |
জন্ম | ২২ জুলাই গুৱাহাটী, অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেতা, মডেল |
ধৰ্ম | হিন্দু |
অভিনীত চলচ্চিত্ৰ
সম্পাদনা কৰকবৰ্ষ | চলচ্চিত্ৰ | পৰিচালক | উল্লেখযোগ্য তথ্য |
---|---|---|---|
২০০৯ | জীৱন বাটৰ লগৰী | তিমথি দাস হান্সে | |
২০১১ | জেতুকা পাতৰ দৰে | যদুমনি দত্ত | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী |
২০১৩ | বাঁকৰ পুতেক | চন্দ্ৰ মুদৈ | |
২০১৪ | জিলমিল জোনাক | শিবানন বৰুৱা | |
২০১৫ | আৰোহী | অৰূপ মান্না | |
২০১৬ | সাত নম্বৰৰ সন্ধানত | আব্দুল মজিদ |
পুৰস্কাৰ আৰু মনোনয়ন
সম্পাদনা কৰকবৰ্ষ | পুৰস্কাৰ | চলচ্চিত্ৰ | মনোনয়ন | ফলাফল |
---|---|---|---|---|
২০১১ | প্ৰাগ চিনে এৱৰ্ড | জেতুকা পাতৰ দৰে | শ্ৰেষ্ঠ অভিনেতা | মনোনীত |