ৰাজদ্বীপ
ৰাজদ্বীপ অসমৰ এজন সাংবাদিক। অসমীয়া দৈনিক বাতৰি কাকত অসমীয়া খবৰত কৰ্মৰত ৰাজদ্বীপ সাংবাদিকতাৰ উপৰিও নাটক, চিত্ৰনাট্য ৰচনা আৰু সংগীত ৰচনাৰ লগত জড়িত।
ৰাজদ্বীপ | |
---|---|
জন্ম | ১৯৮৬, ২০ ছেপ্তেম্বৰ নগাঁও |
পেচা | নাট্যকাৰ, গীতিকাৰ, লেখক, সমালোচক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | অৰ্থনীতি স্নাতকোত্তৰ |
উল্লেখনীয় কৰ্মৰাজি | MTV Dewarist Memories, খেল-দি গেম, পখী পখী মন মোৰ, বনৰীয়া, বেকাৰ বাহুবলী, প্ৰতিঘাত |
ৱেবছাইট | http://www.rajdweep.com/ |
শিক্ষা
সম্পাদনা কৰকৰাজদ্বীপে কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।
কৰ্মৰাজি
সম্পাদনা কৰকসংগীত
সম্পাদনা কৰকবৰ্ষ | গীত | এলবাম | সংযোগ |
---|---|---|---|
২০১৫ | আকাশ চুব খোজোঁ [1] | আকাশ চুব খোজোঁ | "IMDB". http://www.imdb.com/name/nm7376968/?ref_=tt_ov_wr. |
নাট্যকাৰ
সম্পাদনা কৰকবৰ্ষ | নাটক | ভ্ৰাম্যমাণ দল | টিপ্পনী |
---|---|---|---|
২০১৪ | আকৌ এদিন | হেঙুল থিয়েটাৰ | নাট্যকাৰ ৰূপে আত্মপ্ৰকাশ |
২০১৫ | বলিয়া কৃষ্ণ [2] | হেঙুল থিয়েটাৰ | "www.assamportal.com". Archived from the original on 2016-11-15. https://web.archive.org/web/20161115025608/http://www.assamportal.com/boliya-krishna-new-play-at-hengool-theatre/। আহৰণ কৰা হৈছে: 2016-11-06. |
২০১৫ | যুঁজ (সম্পাদনা) | হেঙুল থিয়েটাৰ | |
২০১৬ | ব্ৰেকিং নিউজ | কহিনুৰ থিয়েটাৰ | |
২০১৬ | বনৰীয়া | হেঙুল থিয়েটাৰ | |
২০১৬ | বেকাৰ বাহুবলী | হেঙুল থিয়েটাৰ | |
২০১৬ | বেতাল পুলিছ | থিয়েটাৰ ভাগ্যদেৱী | |
২০১৬ | বেষ্ট অফ লাক | কহিনুৰ থিয়েটাৰ | |
২০১৭ | বিন্দাছ | চিৰঞ্জীৱ থিয়েটাৰ | |
২০১৭ | বলিয়া দৌপদী | হেঙুল থিয়েটাৰ |
চিত্ৰনাট্য
সম্পাদনা কৰকবৰ্ষ | বোলছবি | পৰিচালক | সংযোগ |
---|---|---|---|
২০১৫ | খেল-দি গেম [3] | অশোক কুমাৰ বিযয়া | "IMDB". http://www.imdb.com/title/tt6201216/?ref_=nm_knf_t1. |
গীতিকাৰ
সম্পাদনা কৰকবৰ্ষ | বোলছবি | সংগীতকাৰ | টিপ্পনী |
---|---|---|---|
২০১৪ | ৰ'দ্ | যতীন শৰ্মা | |
ৰাগ | |||
চিঞৰ | |||
২০১৫ | অহেতুক | ||
২০১৬ | দুৰণিৰ নিৰলা পজা | ||
২০১৬ | বহ্নিমান | যতীন শৰ্মা | |
২০১৭ | দুৰ |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "IMDB". http://www.imdb.com/name/nm7376968/?ref_=tt_ov_wr। আহৰণ কৰা হৈছে: 30 October 2016.
- ↑ "www.assamportal.com". Archived from the original on 15 November 2016. https://web.archive.org/web/20161115025608/http://www.assamportal.com/boliya-krishna-new-play-at-hengool-theatre/। আহৰণ কৰা হৈছে: 06 November 2016.
- ↑ "IMDB". http://www.imdb.com/title/tt6201216/?ref_=nm_knf_t1। আহৰণ কৰা হৈছে: 06 November 2016.