ৰাজদ্বীপ অসমৰ এজন সাংবাদিক। অসমীয়া দৈনিক বাতৰি কাকত অসমীয়া খবৰত কৰ্মৰত ৰাজদ্বীপ সাংবাদিকতাৰ উপৰিও নাটক, চিত্ৰনাট্য ৰচনা আৰু সংগীত ৰচনাৰ লগত জড়িত।

ৰাজদ্বীপ
জন্ম ১৯৮৬, ২০ ছেপ্তেম্বৰ
নগাঁও
পেচা নাট্যকাৰ, গীতিকাৰ, লেখক, সমালোচক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা অৰ্থনীতি স্নাতকোত্তৰ
উল্লেখনীয় কৰ্মৰাজি MTV Dewarist Memories, খেল-দি গেম, পখী পখী মন মোৰ, বনৰীয়া, বেকাৰ বাহুবলী, প্ৰতিঘাত
ৱেবছাইট http://www.rajdweep.com/

শিক্ষা সম্পাদনা কৰক

ৰাজদ্বীপে কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।

কৰ্মৰাজি সম্পাদনা কৰক

সংগীত সম্পাদনা কৰক

বৰ্ষ গীত এলবাম সংযোগ
২০১৫ আকাশ চুব খোজোঁ [1] আকাশ চুব খোজোঁ "IMDB". http://www.imdb.com/name/nm7376968/?ref_=tt_ov_wr. 

নাট্যকাৰ সম্পাদনা কৰক

বৰ্ষ নাটক ভ্ৰাম্যমাণ দল টিপ্পনী
২০১৪ আকৌ এদিন হেঙুল থিয়েটাৰ নাট্যকাৰ ৰূপে আত্মপ্ৰকাশ
২০১৫ বলিয়া কৃষ্ণ [2] হেঙুল থিয়েটাৰ "www.assamportal.com". Archived from the original on 2016-11-15. https://web.archive.org/web/20161115025608/http://www.assamportal.com/boliya-krishna-new-play-at-hengool-theatre/। আহৰণ কৰা হৈছে: 2016-11-06. 
২০১৫ যুঁজ (সম্পাদনা) হেঙুল থিয়েটাৰ
২০১৬ ব্ৰেকিং নিউজ কহিনুৰ থিয়েটাৰ
২০১৬ বনৰীয়া হেঙুল থিয়েটাৰ
২০১৬ বেকাৰ বাহুবলী হেঙুল থিয়েটাৰ
২০১৬ বেতাল পুলিছ থিয়েটাৰ ভাগ্যদেৱী
২০১৬ বেষ্ট অফ লাক কহিনুৰ থিয়েটাৰ
২০১৭ বিন্দাছ চিৰঞ্জীৱ থিয়েটাৰ
২০১৭ বলিয়া দৌপদী হেঙুল থিয়েটাৰ

চিত্ৰনাট্য সম্পাদনা কৰক

বৰ্ষ বোলছবি পৰিচালক সংযোগ
২০১৫ খেল-দি গেম [3] অশোক কুমাৰ বিযয়া "IMDB". http://www.imdb.com/title/tt6201216/?ref_=nm_knf_t1. 

গীতিকাৰ সম্পাদনা কৰক

বৰ্ষ বোলছবি সংগীতকাৰ টিপ্পনী
২০১৪ ৰ'দ্‌ যতীন শৰ্মা
ৰাগ
চিঞৰ
২০১৫ অহেতুক
২০১৬ দুৰণিৰ নিৰলা পজা
২০১৬ বহ্নিমান যতীন শৰ্মা
২০১৭ দুৰ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "IMDB". http://www.imdb.com/name/nm7376968/?ref_=tt_ov_wr। আহৰণ কৰা হৈছে: 30 October 2016. 
  2. "www.assamportal.com". Archived from the original on 15 November 2016. https://web.archive.org/web/20161115025608/http://www.assamportal.com/boliya-krishna-new-play-at-hengool-theatre/। আহৰণ কৰা হৈছে: 06 November 2016. 
  3. "IMDB". http://www.imdb.com/title/tt6201216/?ref_=nm_knf_t1। আহৰণ কৰা হৈছে: 06 November 2016.