ৰাজদীপ ৰায় এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ৭ ছেপ্টেম্বৰ, ১৯৭০ চনত অসমৰ শিলচৰ জন্মগ্ৰহণ কৰে। তেওঁ লোকসভা, অৰ্থাৎ নিম্ন সদনসংসদ আছিল। অসমশিলচৰ লোকসভা সমষ্টিৰ পৰা ২০১৯ ভাৰতীয় সাধাৰণ নিৰ্বাচনত নিৰ্বাচিত হয়। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।[1][2][3]

ৰাজদ্বীপ ৰয়
সংসদ, লোকসভা
কাৰ্যকাল
২৩ মে ২০১৯ – ৩ জুন ২০২৪
পূৰ্বসূৰী সুস্মিতা দেৱ
উত্তৰসূৰী পৰিমল শুক্লবৈদ্য
সমষ্টি শিলচৰ
ব্যক্তিগত তথ্য
জন্ম ৭ ছেপ্টেম্বৰ, ১৯৭০ (৫৪ বছৰ)
শিলচৰ, অসম, ভাৰতবৰ্ষ
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী ডোল বিশ্বাস

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Silchar Election Results 2019 Live Updates: Rajdeep Roy of BJP Wins". News 18. 23 May 2019. https://www.news18.com/news/india/silchar-election-results-2019-live-updates-winner-loser-leading-trailing-2154613.html। আহৰণ কৰা হৈছে: 24 May 2019. 
  2. "BJP improves tally in Assam, bags nine of 14 seats". The Economic Times. 24 May 2019. https://economictimes.indiatimes.com/news/elections/lok-sabha/bjp-improves-tally-in-assam-bags-nine-of-14-seats/articleshow/69476425.cms। আহৰণ কৰা হৈছে: 26 May 2019. 
  3. "Rajdeep Roy visits Sushmita Dev's residence, seeks Bithika Dev's Blessing". Barek Bulletin. 24 May 2019. https://www.barakbulletin.com/en_US/rajdeep-roy-visits-sushmita-devs-residence-seeks-bithika-devs-blessings/। আহৰণ কৰা হৈছে: 26 May 2019.