ৰামকৃষ্ণ ঘোষ
ৰামকৃষ্ণ ঘোষ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। অসম বিধানসভাৰ নিৰ্বাচনত ৯১ নং হোজাই সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়।[1][2][3][4]
ৰামকৃষ্ণ ঘোষ | |
---|---|
অসম বিধানসভাৰ সদস্য | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২১ মে ২০২১ | |
পূৰ্বসূৰী | শিলাদিত্য দেৱ |
সমষ্টি | হোজাই |
ব্যক্তিগত তথ্য | |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি (বৰ্তমান) |
দাম্পত্যসঙ্গী | শ্ৰীমতী অপৰ্ণা ঘোষ |
সন্তান | ১ (কন্যা) |
পিতৃ-মাতৃ | প্ৰয়াত ননী গোপাল ঘোষ (পিতৃ) |
বাসস্থান | হোজাই, অসম |
শিক্ষানুষ্ঠান | গুৱাহাটী বিশ্ববিদ্যালয় (স্নাতকোত্তৰ) |
পেচা | অসম বিধানসভাৰ সদস্য। |
আৰম্ভণি জীৱন
সম্পাদনা কৰকৰামকৃষ্ণ ঘোষ প্ৰয়াত ননী গোপাল ঘোষৰ পুত্ৰ। তেওঁ অপৰ্ণা ঘোষৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে আৰু তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Ramkrishna Ghosh(Bharatiya Janata Party(BJP)):Constituency- HOJAI(HOJAI) - Affidavit Information of Candidate". myneta.info. https://myneta.info/Assam2021/candidate.php?candidate_id=452। আহৰণ কৰা হৈছে: 2021-06-01.
- ↑ "Ramkrishna Ghosh | Assam Assembly Election Results Live, Candidates News, Videos, Photos". News18. https://www.news18.com/assembly-elections-2021/assam/ramkrishna-ghosh-hojai-candidate-s03a091c002/। আহৰণ কৰা হৈছে: 2021-06-01.
- ↑ Desk, Sentinel Digital (2021-03-30). "Ramkrishna Ghosh from Hojai: Early Life, Controversy & Political Career - Sentinelassam" (en ভাষাত). www.sentinelassam.com. https://www.sentinelassam.com/assam-election-2021/candidates/phase2/ramkrishna-ghosh-from-hojai-early-life-controversy-political-career-531219। আহৰণ কৰা হৈছে: 2021-0=6-01.
- ↑ "Chief Electoral Officer, Assam". ceoassam.nic.in. http://ceoassam.nic.in/assembly/2021/form21E_2021.html। আহৰণ কৰা হৈছে: 2021-06-01.