ৰেঙণি টিভি

অসমীয়া ভাষাৰ মনোৰঞ্জন-ধৰ্মী দূৰদৰ্শন কেন্দ্ৰ

ৰেঙণি হৈছে এটা অসমীয়া ভাষাৰ মনোৰঞ্জন-ধৰ্মী টিভি চেনেল। গুৱাহাটীৰ এ.এম. টেলিভিজন প্ৰাইভেট লিমিটেড ইয়াৰ গৰাকী। এই চেনেল ২০১৩ চনৰ ৩ জুন তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াত বিভিন্ন প্ৰকাৰৰ মনোৰঞ্জন-ধৰ্মী কাৰ্যক্ৰম সম্প্ৰচাৰ কৰা হয়।[1]

ৰেঙণি
উদ্বোধন ৩ জুন ২০১৩
গৰাকী এ এম টেলিভিজন প্ৰাইভেট লিমিটেড
দেশ ভাৰত
ভাষা অসমীয়া ভাষা
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম, ভাৰত
ভগ্নী কেন্দ্ৰসমূহ প্ৰাগ নিউজ
ৱেবছাইট rengonitv.com
উপলদ্ধতা
কৃত্ৰিম উপগ্ৰহ
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) চেনেল ৬৩২
ডিশ্ব টিভি (ভাৰত) চেনেল ১৫০৭
ৰিলায়েঞ্চ ডিজিটেল টিভি (ভাৰত) চেনেল ৭৮৭
টাটা স্কাই (ভাৰত) চেনেল ১৯৭০
ভিডিঅ'কন ডিটুএইচ চেনেল ৭৭১
কেবল টিভি
ACC Channel 6/10

বৰ্তমান প্ৰদৰ্শিত সম্পাদনা কৰক

নাম খণ্ড সংখ্যা শৈলী আৰম্ভ
বেহাৰবাৰী আউটপষ্ট ১৫৫০ হৈছে ২০ চেপ্তেম্বৰ ২০১৯ কমেডি ৭ অক্টোবৰ ২০১৩
Chandmarir Chandini 196 as of 13 April 2019 Drama 30 July 2018
Khoj 126 as of 13 April 2019 Drama 5 November 2018
Alpona 71 as of 13 April 2019 Drama 21 January 2019
Rodali - Ek Aaxar Rengoni 36 as of 12 April 2019 Drama 4 March 2019

তথ্য উৎস সম্পাদনা কৰক

  1. "Rengoni TV- Premium Assamese Entertainment Channel". rengonitv.com. http://rengonitv.com। আহৰণ কৰা হৈছে: 20 October 2015.