ৰেণ্ডম ৰিফ্লেকশ্যনছ্
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
ৰেণ্ডম ৰিফ্লেকশ্যনছ্(ইংৰাজী: Random Reflections) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন ইংৰাজী প্ৰবন্ধৰ সংকলন। আঁক-বাক প্ৰকাশনৰ পৰা ২০১৬ চনৰ নৱেম্বৰত প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনৰ মূল্য দুশ টকা। পিতৃ-মাতৃলৈ কিতাপখন উছৰ্গা কৰি লেখকে এনেদৰে লিখিছে,"for my parents who are no more...Banalata Bora and Bharat Chandra Bora।" [1]
Random Reflections | |
---|---|
লেখক | ময়ূৰ বৰা |
প্ৰচ্ছদ শিল্পী | নিতুল কুমাৰ দত্ত |
ভাষা | ইংৰাজী |
প্ৰকাৰ | প্ৰবন্ধ সংকলন |
প্ৰকাশক | আঁক-বাক |
প্ৰকাশ | নৱেম্বৰ,২০১৬ |
আই.এচ.বি.এন. | 978-93-85934-18-6 |
বিৱৰণ
সম্পাদনা কৰককিতাপখনত মুঠ ২৪টা প্ৰবন্ধ আছে।[1] প্ৰবন্ধসমূহ হৈছে-
- How periphery can enrich mainland
- Attitude and development
- Counter narrative as metaphor
- Whither our literary world
- Slutwalk: Will it transcend symbolism?
- Agriculture in Assam: Perennially wait-listed?
- Facebook and Sankaradeva
- Asom Sahitya Sabha: A few questions
- when unremitting emotional outpouring ebb...
- Obituary of indifference
- Inclusive development as the master narrative
- Bezbaroa on Sankaradeva
- When rhetoric reigns supreme...
- Bonhomie at border
- Appropriating Ambedkar, denigrating Dalit
- When perception collides with reality
- Tragic trend among teenagers
- Enchanting Egypt
- That night in Cairo
- A river through time
- Monsoon idyll
- Scintillating Singapore
- What an encounter!
- The sound of Silence
লেখকৰ পৰিচয়
সম্পাদনা কৰকময়ূৰ বৰা হৈছে এজন অসমীয়া লেখক আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰাৰ। [2]তেখেতে ২০১৮ চনলৈকে ১৪খন গ্ৰন্থ ৰচনা কৰে।[3] ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা। তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা[4] আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।[2]বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬খন গ্ৰন্থৰ লেখক।[5]
তথ্যৰ উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 ময়ূৰ বৰা (নৱেম্বৰ,২০১৬). Random Reflections. আঁক-বাক. ISBN 978-93-85934-18-6.
- ↑ 2.0 2.1 সম্পাদনা-ডিম্পল চমুৱা (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃষ্ঠা. 95.
- ↑ "Meet Mayur Bora- the acclaimed writer with 14 books to his credit" (en ভাষাত). Guwahati Plus. https://www.guwahatiplus.com/article-detail/meet-mayur-bora-the-acclaimed-writer-with-14-books-to-his-credit। আহৰণ কৰা হৈছে: 28 September 2018.
- ↑ "বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন". North east now. 10 dec, 2017. https://assam.nenow.in/%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a6%bf%e0%a6%b7%e0%a7%8d%e0%a6%9f-%e0%a6%b2%e0%a7%87%e0%a6%96%e0%a6%95-%e0%a6%9a%e0%a6%bf%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a6%be%e0%a6%ac%e0%a6%bf%e0%a6%a6-%e0%a6%ae/। আহৰণ কৰা হৈছে: 21 July 2021.
- ↑ বৰা, ময়ূৰ (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা. অৰ্চনা বৰঠাকুৰৰ সৈতে সাক্ষাৎকাৰ. Archana's Let us talk. https://www.youtube.com/embed/dGjuEwDa6d4.+Guwahati.