ৰোমিত ৰাজ প্ৰাসাৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা যিয়ে জি টিভি ছিৰিয়ালৰ ঘৰ কী লক্ষ্মী বেটিয়াত যুৱৰাজ গাৰোদিয়াৰ চৰিত্ৰত আৰু মায়াক জীৎ খুৰানাৰ চৰিত্ৰত অভিনয় কৰিছিল।[1][2][3][4]

ৰোমিত ৰাজ প্ৰাসাৰ

ৰোমিত ৰাজ প্ৰাসাৰ
জন্ম ভাৰত
সক্ৰিয় হৈ থকা সময় ১৯৯০ – বৰ্তমান

টেলিভিচন সম্পাদনা কৰক

বছৰ ছিৰিয়াল ভূমিকা উপ-তাৰকা চেনেল
২০০৩ সাকা লাকা বুম বুম কৰণ জেনিফাৰ ৱিনগেট, কিনসুক বৈদ্য ষ্টাৰ প্লাচ
২০০৪ হাতিম প্ৰিঞ্চ বিশাল আদিতি প্ৰতাপ ষ্টাৰ প্লাচ
২০০৬–২০০৯ ঘৰ কী লক্ষ্মী বেটিয়া যুৱৰাজ সূৰ্য্যকান্ত গাৰোদিয়া জচবীৰ কৌৰ আৰু নিয়াতি জোশী জী টিভি
২০০৭–২০০৯ মায়কা জীৎ খুৰানা কাঞ্চি কুল, শিল্পা শিডেন আৰু দামিনি আনন্দ জী টিভি
২০০৬ সুনো হৰ দিল কুচ কেহতা হ্যাঁ ৰাহুল নিয়তি জোশি চাহাৰা ওৱান
২০০৬ ছিঃ...ফিৰ কই হ্যাঁ - ভুত বাঙলা ইমৰান ষ্টাৰ ওৱান
২০০৬-২০০৭ বেটিয়া আপনি য়া পৰয়া ধন
২০০৯ মত পিথ কে চাৰু মেঁ স্বৰ্গ ৰোমিত শিল্পা সিন্দে কালাৰ টিভি
২০১০ থোড়া হ্যাঁ বাচ থোড়ে কী জৰুৰাত হ্যাঁ নিশিকান্ত কুলকৰণী প্ৰিৱামৱাদ কান্ত / সোণালী নিকাম কালাৰ টিভি
২০১১–২০১৫ আদালত বৰুন জাবেৰি; কে.ডি. পাঠকৰ সহায়ক ৰোনিত ৰয় সোনি টিভি
২০১২,২০১৪ চি.আই.ডি বৰুন সোনি টিভি
২০১৫-২০১৬ চলতি কা নাম গাড়ী...লেটচ্ গো কৰণ আহুজা, পিয়াৰ স্বামী সৃষ্টি ৰোড সাব টিভি
২০১৮ ফেয়াৰ ফাইলচ্ মানচি শ্ৰীবাস্তৱ জী টিভি
২০১৮ কৌন হ্যাঁ? কিৰ্তী মিষ্ট্ৰি কালাৰচ্ টিভি

চলচিত্ৰ সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

  1. "Adalat actor Romit Raj is inspired by Aamir Khan". dnaindia.com. http://www.dnaindia.com/entertainment/report-adalat-actor-romit-raj-is-inspired-by-aamir-khan-1905104। আহৰণ কৰা হৈছে: 27 October 2013. 
  2. "Romit Raj". in.com. http://www.in.com/romit-raj/profile-346104.html। আহৰণ কৰা হৈছে: 27 October 2013. 
  3. "Romit Raj". articles.timesofindia.indiatimes.com. http://articles.timesofindia.indiatimes.com/keyword/romit-raj। আহৰণ কৰা হৈছে: 27 October 2013. 
  4. "Romit Raj". articles.timesofindia.indiatimes.com. http://articles.timesofindia.indiatimes.com/keyword/romit-raj/featured/3। আহৰণ কৰা হৈছে: 27 October 2013. 

বহিঃ সংযোগ সম্পাদনা কৰক