ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ/মে', ২০১৩

বিহুৱতীয়ে গগণা বজাই থকা দৃশ্য। বাঁহেৰে সজা এই বাদ্য দুই প্ৰকাৰৰ। পুৰুষে বজোৱাবিধক "ৰামধন গগণা" আৰু মহিলাই বজোৱাবিধক "লাহৰী গগণা" বোলা হয়।

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...