ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/আগষ্ট, ২০২৪

ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/ আগষ্ট,২০২৪
মৈদাম; ফ্ৰাং-মৈ-দাম বা চমুকৈ মৈ-দাম হৈছে আহোমসকলৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা আৰু সমাধি যি বৰ্তমান বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰাপ্ত৷ শিৱসাগৰ, চৰাইদেউ আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিন্ন অংশত যথেষ্টসংখ্যক মৈদাম দেখিবলৈ পোৱা যায়৷ ইয়াৰে ভিতৰত ৩০টা ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰদ্বাৰা সংৰক্ষিত কৰা হৈছে।
আলোকচিত্ৰ:মজৱৰ্ল্ড

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...