ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২৩/নিৰ্বাচিত উদ্ধৃতি

(ঈশ্বৰ ভক্তি থাকক বা নাথাকক, আখৈ-কলৰ লোভতে কোনো লোক ভকত হ'ব পাৰে। ইয়াৰ দ্বাৰা আন্তৰিকতা নাথাকিলেও লোভৰ বশৱৰ্তী হৈ কোনো কাম কৰাৰ কথা কোৱা হৈছে।)