ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২৪/উল্লেখনীয় ৱিকিমিডিয়ান

উল্লেখনীয় ৱিকিমিডিয়ান

ৰঞ্জিৎ শৰ্মা: ২০১৩ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এগৰাকী পুৰণি ৱিকিমিডিয়ান। বৰ্তমান তেওঁ‌ সক্ৰিয় নহয় যদিও অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৮। চালুকীয়া অৱস্থাৰ অসমীয়া ৱিকিপিডিয়াক আগুৱাই নিয়াত সহায় কৰাৰ বাবে তেওঁক ধন্যবাদ জনোৱাৰ লগতে আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।