ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২৪/উল্লেখনীয় কাম
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১৩,৬২৩ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৬০৮ খনলৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ১১৪১ টালৈ বৃদ্ধি পালে।
- যোৱা ৭, ৮, ৯ আৰু ১০ আগষ্ট তাৰিখে পোলেণ্ডৰ কাট’ৱিজত অনুষ্ঠিত "ৱিকিমেনিয়া ২০২৪"-ত অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ হৈ নয়ন জ্যোতি নাথে আংশগ্ৰহণ কৰে।
- অসমীয়া ৱিকিপিডিয়াত ৮০০ টা প্ৰৱন্ধ সৃষ্টি কৰি ঈশান জ্যোতি বৰাই অভিলেখ সৃষ্টি কৰে।
- অসমীয়া ৱিকিপিডিয়াত ৭০০ টা প্ৰৱন্ধ সৃষ্টি কৰি বাবুল বৈশ্যই অভিলেখ সৃষ্টি কৰে।
- অসমীয়া ৱিকিপিডিয়াত ১০,০০০ টা সম্পাদনা কৰি নয়ন জ্যোতি নাথে অভিলেখ সৃষ্টি কৰে।
- ৱিকিউৎসত আগষ্ট মাহত সম্পূৰ্ণহোৱা গ্ৰন্থ:
- চান (কবিতা পুথি) (লেখক: খগেশ্বৰ দত্ত বৰুৱা, ১৯৩৮)
- আত্মানন্দৰ আত্মকাহিনী (লেখক: দণ্ডিনাথ কলিতা, ১৯৩৫)
- বৈদেহী-বিচ্ছেদ (নাট্যকাৰ-দেৱনাথ বৰদলৈ,১৯০৪)
- ৰাইনা আৰু শিয়ালৰ সাধু (লেখক:সুৰেন গোস্বামী, ২০২০)
- চিকাৰ কাহিনী (তৰুণৰাম ফুকন) (লেখক: তৰুণৰাম ফুকন)
- বহল ব্যাকৰণ (লেখক: সত্যনাথ বৰা, ১৯২৬)