ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৩/নিৰ্বাচিত উদ্ধৃতি
“ | পৰিবৰ্তন জগতৰ ধৰ্ম৷ কালৰ অবিৰাম সোঁতে জগতক একেথিৰে ৰখা নাই৷ কেৱল ঢৌৰ উপৰি ঢৌ৷ পৰিবৰ্তনৰ পিছত পৰিবৰ্তন৷ এটা কথাৰে পৰিবৰ্তনৰ মাজেদি বিকাশ আৰু আনটোৰে পৰিবৰ্তনৰ মাজেদি বিনাশ৷ বিকাশৰ পৰিবৰ্তনেই উন্নতি আৰু বিনাশৰ পৰিবৰ্তনেই অৱনতি৷ | ” |
— ৰত্নকান্ত বৰকাকতী |
“ | খৰ ৰান্ধনী খৰ বাঢ়নী পৈয়েক লঘোণে যায়, উদা ৰান্ধনী উদা বাঢ়নী পৈয়েকে তিনি সাজ খায় | ” |
— ফকৰা যোজনা |