ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২১/মে’ মাহৰ বিশেষ অভিলেখ

প্ৰাণজ্যোতি নাথ, কুলধৰ ৰাভা আৰু ভাস্কৰজ্যোতি ভূঞাই নতুন প্ৰবন্ধৰ সৃষ্টিত শতক, চন্দন চিৰিং ফুকনে দ্বিশতক আৰু ঈশান জ্যোতি বৰাই ত্ৰিশতক সম্পূৰ্ণ কৰে।