ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২৩/উল্লেখনীয় কাম
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১১,১৫২ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৪৩৪ খনলৈ বৃদ্ধি পালে।
- CIS-A2K ৰ উদ্যোগত ফেব্ৰুৱাৰী মাহত মাহটোৰ ৱিকিউৎস-অসমীয়া অনুষ্ঠিত হয়।
- ২৬ ফেব্ৰুৱাৰী তাৰিখে অসমীয়া ৱিকিমিডিয়া সমাজৰ ২০২৩ বৰ্ষৰ দ্বিতীয়খন মাহেকীয়া অনলাইন সভা অনুষ্ঠিত হয়।