ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দ্বাদশ বৰ্ষ | মাৰ্চ | ২০২৩ | তৃতীয় সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
ৱিকিপিডিয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ লোক-সংস্কৃতি আৰু লোকগাথাত মহিলা বিষয়ক সমল বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ৱিকিপিডিয়াত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা হৈছে নাৰীবাদ আৰু লোকগাথা সম্পাদনামেলা। ২০১৯ চনত “ৱিকি লাভ্‌ছ লাভ” নামেৰে এই প্ৰতিযোগিতাৰ আৰম্ভ কৰা হৈছিল আৰু ২০২০ চনত ইয়াৰ নাম সলনি কৰি “ৱিকি লাভ্‌ছ ফকল’ৰ” কৰা হৈছিল। ২০২১ চনৰে পৰা এই প্ৰকল্পক “নাৰীবাদ আৰু লোকগাথা” হিচাপে নামকৰণ কৰা হয়। অন্য ভাষাৰ ৱিকিপিডিয়াসমূহৰ দৰেই ২০১৯ চনত “ৱিকি লাভ্‌ছ ৱুমেন”, ২০২০ চনত “ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া” আৰু ২০২১ চনৰ পৰা “নাৰীবাদ আৰু লোকগাথা” নামেৰে অসমীয়া ৱিকিপিডিয়াতো প্ৰতিবছৰে এই প্ৰতিযোগিতা আয়োজন কৰি অহা হৈছে। নাৰীবাদ আৰু লোকগাথা সম্পাদনা মেলাৰ অংশ হিচাপে ২০১৯ চনত ১১১টা, ২০২০ চনত ১৩৫টা, ২০২১ চনত ৫০৭টা, ২০২২ চনত ১৭৫টা আৰু ২০২৩ চনত বৰ্তমানলৈকে ১৮০টা প্ৰবন্ধ ৰচনা কৰা হৈছে। ইয়াৰ লগতে একে উদ্দেশ্যৰে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া নামৰ আন এটা সম্পাদনামেলাও অনুষ্ঠিত কৰা হৈছিল। বিভিন্ন সময়ত ৱিকিপিডিয়াত আয়োজন কৰা এনে ধৰণৰ সম্পাদনামেলাসমূহে ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে সম্পাদকসকলকো উৎসাহিত কৰে আৰু সামগ্ৰিকভাবে ইণ্টাৰনেটত অসমীয়া ভাষাৰ উন্নতি সাধন কৰে। এয়াই আমাৰ বাবে এক ডাঙৰ সফলতা। - দিব্য দত্ত (বাৰ্তা) 17:55, 27 February 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

নন্-বাইনেৰী হৈছে লিংগ পৰিচয়ৰ বাবে ব্যৱহৃত এটা আমব্ৰেলা টাৰ্ম অৰ্থাৎ শব্দ। যিসকলে নিজক কেৱল পুৰুষ বা মহিলা হিচাপে পৰিচয় নিদি, লিংগ বাইনেৰীৰ বাহিৰত থকা বুলি পৰিচয় দিয়ে। নন্-বাইনেৰী পৰিচয়সমূহ ৰূপান্তৰকামিতাৰ ভাগটোৰ অধীনত পৰে, কিয়নো নন্-বাইনেৰী লোকসকলে সাধাৰণতে তেওঁলোকৰ নিৰ্ধাৰিত লিংগৰ পৰা পৃথক লিংগৰ সৈতে চিনাক্তকৰণ কৰে, যদিও কিছুমান নন্-বাইনেৰী লোকে নিজকে ৰূপান্তৰকামী বুলি নাভাবে। নন্-বাইনেৰী লোকসকলে মধ্যৱৰ্তী বা পৃথক তৃতীয় লিংগ হিচাপে চিনাক্ত কৰিব পাৰে, এটাতকৈ অধিক লিংগৰ সৈতে চিনাক্ত কৰিব পাৰে, কোনো লিংগৰ পৰিচয়ত আৱদ্ধ নাৰাখিব পাৰে। লিংগ পৰিচয় যৌন বা ৰোমাণ্টিক অভিমুখিতাৰ পৰা পৃথক: নন্-বাইনেৰী লোকৰ যৌন অভিমুখিতা বিভিন্ন। নন্-বাইনেৰী হোৱাটো আৰু আন্তঃলিংগ হোৱাটোও একে নহয়; বেছিভাগ আন্তঃলিংগ লোকে পুৰুষ বা মহিলা বুলি চিনাক্ত কৰে। বিতংকৈ ইয়াত পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ লোণ উৎপাদনৰ বিষয়ে ইয়াত পঢ়ক...
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
বৰপেটাৰ দৌল যাত্ৰাৰ এটি দৃশ্য।
চিত্ৰ শিল্পী: ভৃগু বায়ন
উল্লেখনীয় ৱিকিমিডিয়ান

প্ৰণামিকা অধিকাৰী: ২০২০ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত মুঠ ৯,৬৯৫ টা সম্পাদনা কৰিছে। ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ১৪৮। অসমীয়া ৱিকিউৎসত তেওঁৰ সম্পাদনা সংখ্যা ৬,০৭৩। ইয়াৰ লগতে তেওঁ ৱিকিমিডিয়া কমন্সলৈয়ো উল্লেখনীয় বৰঙনি আগবঢ়াইছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “শ্ৰীময়ী অসমী পদক”, “লোকসংস্কৃতি পদক”, “এই মাহৰ ৱিকিমিডিয়ান”, “শ্ৰেষ্ঠ নৱাগত প্ৰবন্ধকাৰ পদক”, “ৱিকি শতক পদক”, “এডিটাথনৰ তেজীঘোঁৰা” আদি পদকেৰে সন্মানিত কৰিছে। অসমীয়া ৱিকি সমাজে তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছে।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
গীতাশ্ৰী গগৈ আপ্তে
ৰুমী বৰা
এডিটাথনৰ তেজীঘোঁৰা
ঈশানজ্যোতি বৰা
বাবুল বৈশ্য
প্ৰণামিকা অধিকাৰী
ৱিকিউদ্ধৃতি অধিনায়ক পদক
চন্দন চিৰিং ফুকন
যৌন সচেতনতা পদক
নয়ন জ্যোতি নাথ






বিশেষ অভিলেখ
ফেব্ৰুৱাৰী-২০২৩ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা ৱিকিপিডিয়া:নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩ ত বৰ্তমানলৈকে নাৰীবাদ আৰু লোকগাথা বিষয়ক ১৭৬ টা প্ৰৱন্ধ যোগ দিয়া হৈছে।

উল্লেখনীয় কাম সম্পাদনা কৰক


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ফেব্ৰুৱাৰী-২০২৩ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ১৭৪

নাৰীবাদ আৰু লোকগাথা ২০২৩ এডিটাথনৰ অন্তৰ্গত

  1. অনিতা গুপ্তা
  2. অনুপমা দেৱী
  3. অৰ্চনা পূৰণ সিং
  4. অৱা নৃত্য
  5. আইচলেণ্ডৰ নাৰী
  6. আউলা পূজা
  7. আফগানিস্তানৰ নাৰী
  8. ইডলি
  9. ইণ্ডোনেছিয়াৰ নাৰী
  10. ইথিঅ’পিয়াৰ নাৰী
  11. ইহুদী লোককথা
  12. উগ্ৰ নাৰীবাদ
  13. উমাশশী
  14. উৰুলি
  15. ঋতুস্ৰাৱৰ সমন্বয়
  16. এংগোলাৰ নাৰী
  17. কঢ়ী
  18. কনকলতা আই
  19. কনকলতা মহিলা বেংক
  20. কমফোৰ্ট ৱুমেন
  21. কম্বোডিয়াৰ নাৰী
  22. কল্পকাহিনীত কথা কোৱা প্ৰাণী
  23. কাণ বিন্ধনী
  24. কাতি পূজা
  25. কাম্বালা
  26. কালিন্দী আই
  27. কিংকৰী দেৱী
  28. কিকলী
  29. কিৰণ খেৰ
  30. কিৰণজিৎ আলুৱালিয়া
  31. কুমাৰীত্ব
  32. কুম্মি নৃত্য
  33. কুশান নৃত্য
  34. কে সৰস্বতী আম্মা
  35. কেনিয়াৰ নাৰী
  36. কোৰিয়ান ড্ৰেগন
  37. কোৰ্মা
  38. ক্ৰ'য়েচিয়াৰ নাৰী
  39. খেৰশুতী
  40. খেৰসূতী
  41. গটকা
  42. গণ্ডভেৰুণ্ড
  43. গাৰ্লি গাৰ্ল
  44. গুণেশ্বৰী দেৱী
  45. গোপাল ভোগ
  46. গৰীয়া নৃত্য
  47. ঘানাৰ নাৰী
  48. ঘুমৰ
  49. চতুৰ্থ ঢৌৰ নাৰীবাদ
  50. চন্দৰী আই
  51. চাথাৰ
  52. চাবাণ্টু
  53. চূড়ামণি
  54. চেণ্টাৰ ফৰ ৰিপ্ৰ’ডাক্টিভ ৰাইটছ্
  55. চৰিত তোলা
  56. ছিংগাপুৰৰ নাৰী
  57. ছিষ্টাৰ্ছ ইন ইছলাম
  58. ছৌ নাচ
  59. জধিয়া বাঈ বাইগা
  60. জয়ন্তী নায়ক
  61. জাপানী ড্ৰেগন
  62. জোহানছন বিশ্লেষণ
  63. ঝুম নৃত্য
  64. টিপ্পনী নৃত্য
  65. ট্ৰান্সমেস্কুলাইন হৰম’ন থেৰাপী
  66. ডাইনী বল
  67. ডিম্পল কপাড়িয়া
  68. ঢোপ খেল
  69. তৃতীয় ঢৌৰ নাৰীবাদ
  70. তৃপ্তি ডিমৰি
  71. ত্ৰিবেণী আচাৰ্য
  72. ত্ৰিভূৱন মহাদেৱী প্ৰথম
  73. দপ্পন কুথু
  74. দলিত নাৰীবাদ
  75. দাসকাঠিয়া
  76. দিশা পাৰমাৰ
  77. দুপাট্টা
  78. দৈয়ন দিয়া
  79. দ্বিতীয় ঢৌৰ নাৰীবাদ
  80. ধাই
  81. নং টানি
  82. নন্-বাইনেৰী
  83. নলিনী জমীলা
  84. নলিনী পাৰ্থসাৰথি
  85. নাও খেল
  86. নাৰীবাদ আৰু সমতা
  87. নাৰীবাদত পুৰুষ
  88. নাৰীবাদী দৰ্শন
  89. নাৰীবাদী নৈতিকতা
  90. নাৰীবাদী ভাষা সংস্কাৰ
  91. নাৰীবাদী মনোবিজ্ঞান
  92. নাৰীবাদী শান্তি গৱেষণা
  93. নাৰীৰ অধিকাৰ
  94. নেপালৰ নাৰী
  95. পাণ্ডৱনী
  96. পাপুয়া নিউ গিনিত নাৰীৰ অধিকাৰ
  97. পাৰিবাৰিক লোককথা
  98. পাৰ্ৱতী মুন্নিয়াম্মা
  99. পিজৌ গাভৰু
  100. পিতাং অয়িং
  101. পূব টিমৰৰ নাৰী
  102. পেলেষ্টাইনৰ মহিলা
  103. প্ৰথম ঢৌৰ নাৰীবাদ
  104. প্ৰীতিলতা ওৱাদ্দেদাৰ
  105. পৰিৱেশ নাৰীবাদ
  106. ফিনলেণ্ডৰ মহিলা
  107. ফিনিক্স (কিংবদন্তি)
  108. ফ্ৰান্সৰ নাৰী
  109. বাংলাদেশৰ নাৰী
  110. বাণী কাপুৰ
  111. বান্ধনী
  112. বিব্বো (অভিনেত্ৰী)
  113. বিশ্লেষণাত্মক নাৰীবাদ
  114. বীণা শেঠ লস্কৰী
  115. ব্লেংক নয়জ
  116. ব্ৰুনেইৰ নাৰী
  117. ভাৰতত কন্যা ভ্ৰুণ হত্যা
  118. ভাৰতত মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণ
  119. ভূতকথা
  120. ভোকাতুৰ ভূত
  121. ভৰি বান্ধি ৰখা
  122. মংগোলিয়াৰ নাৰী
  123. মটকি নৃত্য
  124. মনোৰমা (অভিনেত্ৰী)
  125. মমিতা (নৃত্য)
  126. মহাকপি জাতক
  127. মহুৱা মুখাৰ্জী
  128. মাছৰ টেঙা
  129. মাতৃত্বকালীন মৃত্যু
  130. মানুহ খোৱা গছ
  131. মালয়েছিয়াৰ নাৰী
  132. মিচেল য়হ
  133. মিটু আন্দোলন
  134. মিতু খুৰানা
  135. মীনা উপাধ্যায়
  136. মেক্সিকোৰ নাৰী
  137. মেল গে'জ
  138. মেষ্টেক্টমী
  139. মেহতাব (অভিনেত্ৰী)
  140. যক্ষগণ
  141. যজ্ঞ
  142. যমুনা টুডু
  143. যশোধৰা বাগচী
  144. যাত্ৰা (নাট্য পৰম্পৰা)
  145. লাওছৰ নাৰী
  146. লিপষ্টিক নাৰীবাদ
  147. লেট'
  148. শোভনা নাৰায়ণ
  149. শ্ৰীলতা বাটলিৱালা
  150. সত্যা
  151. সবিতা দেৱী
  152. সাতজন জ্ঞানী গুৰু
  153. সাধুকথা
  154. সুচিত্ৰা ভট্টাচাৰ্য
  155. সুদেষ্ণা সিন্‌হা
  156. সুবচনী পূজা
  157. সুৱাগুৰি তোলা
  158. হীৰাবাঈ ইব্ৰাহিম লোবি
  159. হেপ্পী টু ব্লিড
  160. হেমো আইদেউ
  161. হেলেন কেলাৰ
  162. হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি
  163. ৰ'জি আফচাৰি
  164. ৰঙিলী আইদেউ
  165. ৰশ্মি আনন্দ
  166. ৰাজপথৰ হাৰাশাস্তি
  167. ৰাধিকা শান্তি
  168. ৰীতা বেনাৰ্জি
  169. ৰুনা লাইলা
  170. ৰেখা মিশ্ৰ
  171. ৰেখা ৰাজু

অন্যান্য

  1. আগিয়া মহাবিদ্যালয়
  2. এল আৰ চি (ফাইল ফৰমেট)
  3. কাঠ হোৱা চকুলোৰ গান
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
বাবুল বৈশ্য ৬৩৩ ২০০
চন্দন চিৰিং ফুকন ২০১ ৪৭ ১৫৪ ৩০ ৩২
ঈশান জ্যোতি বৰা ৪৬৯ - - ১৮
জলী ৰুমী বৰা ৭৪ ৩৭ -
প্ৰাণজ্যোতি নাথ ১১১ ১২৮ - ২০ ৩৪
নয়ন জ্যোতি নাথ ৯৮ - ১৭ ৩১
প্ৰণামিকা অধিকাৰী ৬৬৩ ৬৯ -
গীতাশ্ৰী গগৈ আপ্তে ১৫৪ - - -
দিব্য দত্ত ১৫৪ - - ৭৪
১০ ৰুমী বৰা - 8৩৯ - - -
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।