ৱিকিপিডিয়া:ৱিকিমিডিয়াৰ সজাগতা সভা আৰু কৰ্মশালা ২০২৪, নগাঁও মহাবিদ্যালয়

যোৱা ৩০ এপ্ৰিল, ২০২৪ত নগাঁও মহাবিদ্যালয়ত She Leads Capmpaignৰ অধীনত এখনি এদিনীয়া ৱিকি-সজাগতা সভা আৰু প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হয়৷ কৰ্মশালাখনিত ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিউদ্ধৃতি আৰু ৱিকিকমন্সৰ বিষয়ে প্ৰাৰম্ভিক প্ৰশিক্ষণ দিয়া হয়৷ এই অনুষ্ঠানৰ আয়োজন কৰে সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান প্ৰণামিকা অধিকাৰীয়ে। প্ৰায় অৰ্দ্ধশতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে কৰ্মশালাখন সফলতাৰে সম্পন্ন হয়। সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান ৰুমী বৰা আৰু জ্যোতি চিৰিঙে কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশ লৈ অসমীয়া ৱিকিপিডিয়াৰ লগতে বিভিন্ন ভগ্নী প্ৰকল্প যেনে ৱিকিউৎস, ৱিকিউদ্ধৃতি আৰু ৱিকিকমন্সৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে।

কাৰ্যসূচী সম্পাদনা কৰক

  • পুৱা ৯:১৫ বজাৰ পৰা ১০:০০ বজালৈ -পৰিচয়মূলক ভাষণ৷
  • পুৱা ১০:০০ বজাৰ পৰা ১০:১৫ বজালৈ -ৱিকিপিডিয়াত কেনেকৈ একাউণ্ট তৈয়াৰ কৰিব পাৰি।
  • পুৱা ১০:১৫ বজাৰ পৰা ১০:০০ বজালৈ -ৱিকিকমন্সত ফটো কেনেকৈ আপলোড কৰিব।
  • পুৱা ১১:০০ বজাৰ পৰা ১১:১৫ বজালৈ -চাহ-বিৰতি।
  • পুৱা ১১:১৫ বজাৰ পৰা দুপৰীয়া ১২:৩০ বজালৈ -ৱিকিউদ্ধৃতিত সম্পাদনা কৰা।
  • দুপৰীয়া ১২:৩০ বজাৰ পৰা ০১:০০ বজালৈ - প্ৰশ্নোত্তৰ
  • দুপৰেয়া ০১:০০ বজাৰ পৰা ০২:০০ বজালৈ -আহাৰ বিৰতি
  • দুপৰীয়া ০২:০০ বজাৰ পৰা ০৪:০০ বজালৈ -দুটা গোটত বিভক্ত, একে সময়তে দুগৰাকী সমল ব্যক্তিৰ দ্বাৰা ৱিকিউৎস আৰু ৱিকিপিডিয়াত সম্পাদনা প্ৰশিক্ষণ।
  • বিয়লি ০৪:০০ বজাৰ পৰা ০৪:৩০ বজালৈ -অংশগ্ৰহণকাৰীসকলৰ পৰা প্ৰশ্ন।
  • সন্ধিয়া ০৪:৩০ বজাত -প্ৰতিষ্ঠানলৈ ধন্যবাদ জ্ঞাপন। (নগাঁও মহাবিদ্যালয়)

অংশগ্ৰহণকাৰী সম্পাদনা কৰক

নাম সম্পাদনা কৰক

  1. Gitika Bora
  2. Pritam Choudhury
  3. Ananya Bora
  4. Pranami Bora
  5. Parthajyoti Kakati
  6. Jayasri Dey
  7. Sangita Bora
  8. Bonosri Das
  9. Himasri Kasyap
  10. Nijara Saikia
  11. Arani Saikia
  12. Ponkhi Bonia
  13. Nayana Devi
  14. Payel Harijan
  15. Runara Begum
  16. Ritamoni Saikia
  17. Pahimoni Saikia
  18. Konkona Dadhora
  19. Darsana Bora
  20. porinita Bora
  21. Prakritimona Ray.
  22. Sangita Saikia
  23. Lisha Devi
  24. Sagarika Das
  25. Bornali Neog
  26. Murchana Deka
  27. Bhushan Rajkonwar
  28. Karabi Devi
  29. Roujmery Saikia
  30. Nimisha Sarma
  31. Tunmi Devi
  32. Danada Devi
  33. Kabyarupa Bora
  34. Aisha Siddika
  35. Asika Sultana
  36. Rubi Masrong
  37. Abhijit Das
  38. Bikram Bora
  39. Sanjiv Kumar Kalita
  40. Rupanjali Devi
  41. Darshana Neog
  42. Prerona Deb
  43. Priyanka Das
  44. Chumchum Khound
  45. Priyadarshini Sarma Kasyap
  46. Meghali Bordoloi
  47. Khristajyoti Das
  48. Himshikha Sandikoi
  49. Seagata Kalita
  50. Ruli Rekha Bora
  51. Raktim Jyoti hazarika
  52. Mousumi Saikia
  53. Biman kumar Nath
  54. Sanchita Bora
  55. Bornali Sarma

স্বাক্ষৰ সম্পাদনা কৰক

  1. Gitika Bora
  2. Pritam Choudhury
  3. Ananya Bora
  4. Pranami Bora
  5. Parthajyoti Kakati
  6. Jayasri Dey
  7. Sangita Bora
  8. বনশ্ৰী দাস (বাৰ্তা) 10:24, 30 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. Himasri Kasyap
  10. Nijara Saikia
  11. KukiArani (বাৰ্তা) 10:30, 30 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  12. Ponkhi Bonia
  13. Nayana Devi
  14. Payel Harijan
  15. Runara Begum
  16. ৰীতা শইকীয়া (বাৰ্তা) 10:23, 30 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  17. Pahimoni Saikia
  18. Konkona Dadhora
  19. Darsana Bora
  20. Porinita Bora
  21. Prakritimona Ray.
  22. Sangita Saikia
  23. Lisha Devi
  24. সাগৰিকা দাস (বাৰ্তা) 10:26, 30 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  25. Bornali Neog
  26. Murchana Deka (বাৰ্তা) 10:31, 30 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  27. Bhushan Rajkonwar
  28. Karabi Devi
  29. Roujmery Saikia
  30. Nimisha Sarma
  31. Tunmi Devi
  32. Danada Devi
  33. Kabyarupa Bora
  34. Aisha Siddika
  35. Asika Sultana
  36. Rubi Masrong
  37. Abhijit Das
  38. Bikram Bora
  39. Sanjiv Kumar Kalita
  40. Rupanjali Devi
  41. Darshana Neog
  42. Prerona Deb
  43. Piyanka Das Hojai (বাৰ্তা) 09:48, 30 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  44. Chumchum Khound
  45. Priyadarsiny Sarmah Kashyap (বাৰ্তা) 09:52, 30 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  46. Meghali Bordoloi
  47. Khristajyoti Das
  48. Himshikha Sandikoi
  49. Seagata Kalita
  50. Ruli Rekha Bora (বাৰ্তা) 09:58, 30 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  51. RAKTIM JYOTI HAZARIKA (বাৰ্তা) 09:35, 30 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  52. Mousumi Saikia (বাৰ্তা) 09:53, 30 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  53. Biman kumar Nath
  54. Sanchita Bora (বাৰ্তা) 10:38, 30 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  55. Bornali Sarma

সমল ব্যক্তি সম্পাদনা কৰক

  1. Pranamikaadhikary (বাৰ্তা) 10:17, 30 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. Rumi Borah~aswiki (বাৰ্তা) 12:24, 30 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আলোকচিত্ৰ সম্পাদনা কৰক