ৱিকিপিডিয়া:সন্মিলন/প্ৰাগজ্যোতিষ মহাবিদ্যালয়
অসমীয়া ৱিকিমিডিয়ানসকলৰ প্ৰীতিমেল আৰু কৰ্মশালাখনি ২/১/২০২২ তাৰিখে কামৰূপ (মহানগৰ) ৰ ভৰলুমুখস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সভাগৃহত সুকলমে অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২৩ গৰাকী প্ৰবীণ-নবীন সদস্য আৰু শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে। সদস্য ভাস্কৰ ভূঞাই আঁত ধৰা এই অনুষ্ঠানটি দিনৰ প্ৰায় ১১ বজাত বন্তি প্ৰজ্বলনৰে আৰম্ভ হয়। বন্তি প্ৰজ্বলন কাৰ্যসূচীত আগভাগ লয় ৱিকিপিডিয়াৰ নবীন সদস্যা কৃষ্ণা সোণোৱাল, নীলাক্ষী ডেকা আৰু প্ৰবীণ সদস্য বাবুল বৈশ্যই। ২০০২ চনত নিজা ড'মেইন লাভ কৰা অসমীয়া ৱিকিপিডিয়াৰ প্ৰাৰম্ভিক সময়ৰ সদস্যসকলৰ অৱদানক স্মৰণ কৰাৰ উপৰি অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীক তেখেতৰ মৃত্যু-দিৱসত সুঁৱৰি এই বন্তিভাগ প্ৰজ্বলন কৰা হয়।
কাৰ্যসূচীসমূহ সম্পাদনা কৰক
(১) উপস্থিত ৱিকিপিডিয়ানসকলৰ পৰিচয়-পৰ্ব, ১১:১৫-১১:৩০
(২) ৱিকি-উদ্ধৃতিৰ পৰিচয় আৰু প্ৰায়োগিক ব্যাখ্যা আগবঢ়ায় ৱিকিপিডিয়ান চন্দন চিৰিং ফুকনে, ১১:৩৫- ১২:৩০
(৩) চাহ-বিৰতি, ১২:৩০-১:০০
(৪) ৱিকিপিডিয়াৰ পৰিচয় আৰু প্ৰায়োগিক ব্যাখ্যা আগবঢ়ায় প্ৰশাসক ডাঃ গীতাৰ্থ বৰদলৈয়ে, ১:০৫-২:০০
(৫) ৱিকিডাটাৰ পৰিচয়সহ প্ৰায়োগিক ব্যাখ্যা আগবঢ়ায় সদস্য বাবুল বৈশ্যই, ২:০৫-২:৪৫
(৬) অসমীয়া ৱিকিউৎস তথা অ'টিআৰএছ সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় সদস্য মৃদুল কুমাৰ শৰ্মাই, ২:৫০-৩:১৫
(৭) সদস্যা প্ৰণামিকা অধিকাৰীৰ দুখন গ্ৰন্থ যথাক্ৰমে 'ভটিয়নী সোঁতত ওভতনি যাত্ৰা' আৰু 'সুখ আৰু দুখৰ মালিতা'ৰ পৰিচয় আৰু উন্মোচন। উন্মোচকদ্বয়: বাবুল বৈশ্য আৰু ৰুমী বৰা। ৩:২০- ৩:৪০
(৮) শলাগৰ শৰাই আগবঢ়ায় সদস্য নয়ন জ্যোতি নাথে। মহাবিদ্যালয় কৰ্তৃপক্ষলৈ বিশেষ কৃতজ্ঞতা আগবঢ়োৱা হয়। ৩:৪২-৩:৫০
(৯) জাতীয় সংগীত পৰিৱেশন আৰু সভাভংগ, ৩:৫১-৩:৫৩
(১০) আহাৰ গ্ৰহণ, ৩:৫৫-৪:২০
অনুষ্ঠানৰ দাতাসকল সম্পাদনা কৰক
- চাহ, দুপৰীয়াৰ আহাৰ আৰু সভা গৃহৰ খৰচ: প্ৰণামিকা অধিকাৰী
- বেনাৰ: চন্দন চিৰিং ফুকন
- কমলা: ৰুমী বৰা
- বিস্কুট/চকলেট: জোনালী বৰুৱা
- পানী বটল: ঈশান জ্যোতি বৰা
- বন্তি প্ৰজ্বলনৰ সামগ্ৰী: নয়ন জ্যোতি নাথ
উপস্থিত সদস্য আৰু শুভাকাংক্ষীসকলৰ স্বাক্ষৰ সম্পাদনা কৰক
- চন্দন চিৰিং ফুকন
- ঈশান জ্যোতি বৰা
- ভাস্কৰ ভূঞা
- প্ৰিয়াংকুশ ডেকা
- ৰুমী বৰা
- জোনালী বৰুৱা
- বাবুল বৈশ্য
- কৃষ্ণা সোণোৱাল
- নয়ন জ্যোতি নাথ
- প্ৰণামিকা অধিকাৰী
- বিশ্বজিৎ বৈশ্য
- ৰাজদ্বীপ ৰাজবংশী
- গীতাৰ্থ বৰদলৈ
- মৃদুল কুমাৰ শৰ্মা
- পল্লবী দত্ত বৰুৱা
- নীলাক্ষী ডেকা
- অৰ্থৱ কৌশিক
- ঋতিক শইকীয়া
- দীপক জ্যোতি মহন্ত
- ধ্ৰুপদ ডেকা
- কালিন্দ্ৰ দাস
- পূৰবী চৌধুৰী
- অভিজিৎ দত্ত
অনুষ্ঠানৰ আলোকছবিসমূহ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত অসমীয়া ৱিকিমিডিয়ানসকলৰ প্ৰীতিমেল আৰু কৰ্মশালা, ২০২২ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
-
Wikimeet 2022
-
Wikimedian Gitartha Bordoloi explaining about adding reference in Wikipedia at Wikimeet 2022
-
Wikimedian Mridul Kumar Sharmah explaining OTRS at Wikimeet 2022
|