ৱিকিপিডিয়া বাৰ্তা:প্ৰবন্ধ সঁজুলি
বিশেষজ্ঞ শব্দটো খাপ খোৱা নাই| Wizard মানে প্ৰক্ৰিয়াহে... বিষ্ণু শইকীয়া⇒✉ 09:42, 21 অক্টোবৰ 2012 (UTC)
- "সৰল প্ৰবন্ধ সৃষ্টি সহায়িকা" ৰাখিলে ভাল হয়| বিষ্ণু শইকীয়া⇒✉ 11:21, 21 অক্টোবৰ 2012 (UTC)
- প্ৰক্ৰিয়া বুলি ক'ত পালেনো? Wizard শব্দটোৱে মানুহকহে সূচায়। পুৰণি অৰ্থত যাদুকৰ আৰু নতুন অৰ্থত বিশেষজ্ঞ বুলি জানো। — গীতাৰ্থ বৰদলৈ (talk) 11:43, 21 অক্টোবৰ 2012 (UTC)
- Wizard শব্দৰ আক্ষৰিক অৰ্থ এই পৃষ্ঠাত খাপ নাখায়, সেই কথাটোহে কৈছিলো... ইংৰাজীত তেওঁলোকে তেওঁলোকৰ সুবিধা অনুসৰি নাম লিখিছে... আমি আমাৰ ৱিকিত আমাৰ সুবিধা অনুসৰি ৰাখিলেই ভাল হ’ব| বিষ্ণু শইকীয়া⇒✉
ৱিকিপিডিয়া:প্ৰবন্ধ সঁজুলিৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন ৱিকিপিডিয়া:প্ৰবন্ধ সঁজুলিক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।