ৱিকিপিডিয়া বাৰ্তা:ভিজুৱেল এডিটৰ

Latest comment: 7 বছৰৰ পূৰ্বে by Elitre (WMF) in topic Announcement

ভিজুৱেল এডিটৰ পৰীক্ষা কৰি আপুনি সন্মুখীন হোৱা যিকোনো অসুবিধাৰ কথা ইয়াত লিখি ৰাখক। — গীতাৰ্থ বৰদলৈ (talk) 09:14, 28 জুন 2013 (UTC)

প্ৰতিক্ৰিয়া সম্পাদনা কৰক

অভ্ৰৰে টাইপিঙত অসুবিধা সম্পাদনা কৰক

মই অভ্ৰ ব্যৱহাৰ কৰো। কিন্তু অসুবিধা হৈছে চাৰিআলি বুলি টাইপ কৰিলে "চৰলি " বুলি ওলাই। - দ্বিজেন মহন্ত (talk) 17:32, 29 জুন 2013 (UTC)

ফটো ডিলিট কৰিব পৰা নাই। সম্পাদনা কৰক

এবাৰ এখন ফটো ইনচাৰ্ট কৰাৰ পাছত ডিলিট কেনেকৈ কৰিব পাৰি ? দ্বিজেন মহন্ত (talk) 17:46, 29 জুন 2013 (UTC)

ছবিখনত এবাৰ ক্লিক কৰি (select কৰি) কীব'ৰ্ডৰ ডিলিট্‌ বুটামটো টিপি চাওকচোন। — গীতাৰ্থ বৰদলৈ (talk) 14:54, 30 জুন 2013 (UTC)

পাৰিলো গীতাৰ্থ।ধন্যবাদ। দ্বিজেন মহন্ত (talk) 17:39, 1 জুলাই 2013 (UTC)

আ-কাৰ, ই-কাৰ নাই অহা সম্পাদনা কৰক

ভিজুৱেল এডিটৰ ব্যৱহাৰ কৰি সম্পাদনা কৰি চাইছিলো৷ বেলেগকৈ পৃষ্ঠা এখনৰ সলনি পোনে পোনে সম্পাদনা কৰিব পৰা বাবে সহজ যেন লাগিল৷ কিন্তু, লিখি চাওঁতে আ-কাৰ, ই-কাৰ বোৰ নাহিল চোন!শিৰোনামা দিয়া,চিত্ৰ সংযোগ কৰা আদিবোৰ এতিয়াও কৰা নাই-কৰিলে জনাম৷--জলি বৰা (talk) 04:05, 1 জুলাই 2013 (UTC)

টাইপিঙত অসুবিধা সম্পাদনা কৰক

মই প্ৰথমে Azhagi+ কীব'ৰ্ডেৰে লিখিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু সক্ষম নহ'লোঁ। কেৱল এটা এটা ব্যঞ্জনবৰ্ণ ওলাই থাকে। তাৰ পিছত Rodaliৰে চেষ্টা কৰোঁতে অলপ অলপ লিখিব পাৰিলোঁ যদিও যথেষ্ট ভুলকৈ। পিছৰ শাৰীলৈ যাওঁতে প্ৰথম শাৰীটো মচ খাই যায়। In-built কীব'ৰ্ডকেইখনে ভিজুৱেল এডিটৰত অলপ কাম কৰা নাই। — গীতাৰ্থ বৰদলৈ (talk) 15:11, 5 জুলাই 2013 (UTC)


বৰহৰ অসুবিধা সম্পাদনা কৰক

বৰহেৰে লিখোঁতে ঐ কাৰ আৰু ঔ কাৰৰ লগত থকা আখৰটো নাহে, অকল কাৰডালহে আহে, যেনে "সৈমান" বুলি লিখিলে মাত্ৰ " ৈমান" বুলিহে আহে, তেনেকৈ "ভৌ" লিখিলে আহে " ৌ" বুলি আহে, অনুবাদ কৰিবলৈ কিন্তু আগতকৈ মজা হ’ল, সজ্জা আৰু তথ্যসূত্ৰত মূৰ ঘমাব নেলাগে এতিয়া, মাত্ৰ এবাৰ মূল ইংৰাজী প্ৰবন্ধটো কপি কৰি সাচিঁ লৈ, এইটোৰে অসমীয়া কৰি গ’লেই হ’ল দীপাংকৰ চেতিয়া? 10:20, 21 জুলাই 2013 (UTC)

গাণিতিক চিহ্ন, গ্ৰীক বৰ্ণমালা, অন্যান্য চিহ্ন ইত্যাদি সম্পাদনা কৰক

অতি সুন্দৰ ব্যৱস্থা। এতিয়া ৱৰ্ডপ্ৰেছ, ব্লগাৰ আদিত লেখা সম্পাদনা কৰাৰ দৰেই ৱিকিপিডিয়াত সম্পাদনা কৰাটো সহজ হৈ পৰিব...। সম্পাদনাৰ পুৰণা পদ্ধতিত থকাৰ দৰে গাণিতিক চিহ্ন, গ্ৰীক বৰ্ণমালা, অন্যান্য চিহ্ন ইত্যাদি কাষতে পোৱাৰ ব্যৱস্থা থাকিলে ভাল হ'ব। বৰ্তমান সেইখিনি দেখা পোৱাৰ ব্যৱস্থা কৰা নাই নেকি? পংকজ জ্যোতি মহন্ত (talk) 21:11, 6 আগষ্ট 2013 (UTC)

সাৰমৰ্ম Summary সম্পাদনা কৰক

Though the Visualeditor is a good initiative, typing Assamese is a problem in it. While writing with some tools reproduces only vowels or consonants, the in-built keyboards do not work at all. — গীতাৰ্থ বৰদলৈ (talk) 09:33, 7 আগষ্ট 2013 (UTC)

Announcement সম্পাদনা কৰক

Hello. Please review my announcement about the upcoming deployment of the visual editor on this wiki. Thank you! --Elitre (WMF) (talk) 11:25, 24 August 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক

"ভিজুৱেল এডিটৰ" প্ৰকল্প পৃষ্ঠালৈ উভতি যাওক।