ৱিকিপিডিয়া বাৰ্তা:সৰল সহায়িকা

এই ৰচনাখন ইয়াত নাথাকিলেও হয়! মই ৱিকিপিডিয়াধৰ্মী কৰি লিখা নাছিলোঁ। মানুহে এইখনৰ আড্ডাৰ ধৰণ চাই ভুলকৈ শিকিব পাৰে! — গীতাৰ্থ বৰদলৈ (talk) 19:47, 16 অক্টোবৰ 2012 (UTC)

আনি থৈছো... লাহে লাহে বনাম ভালদৰে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:54, 16 অক্টোবৰ 2012 (UTC)
"সৰল সহায়িকা" প্ৰকল্প পৃষ্ঠালৈ উভতি যাওক।