ৱিমেনজ্ কলেজ, তিনিচুকীয়া

অসমৰ মহাবিদ্যালয়


ৱিমেনজ্ কলেজ, তিনিচুকীয়া (ইংৰাজী: Women's College, Tinisukia) তিনিচুকীয়াৰ এখন কলেজ৷ [1]

ৱিমেনজ্ কলেজ, তিনিচুকীয়া
স্থাপিত ১৯৬৬
স্থান তিনিচুকীয়া, অসম, ভাৰত
ভুক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়
ৱেবছাইট https://wcttsk.ac.in/

পৰিচয় সম্পাদনা কৰক

ইতিহাস সম্পাদনা কৰক

কলেজখনৰ প্ৰতিষ্ঠা হয় ১৯৬৬ চনত৷ [2]

প্ৰতিষ্ঠাকালৰ সৈতে জডিত ব্যক্তিসকল সম্পাদনা কৰক

  1. প্ৰয়াত অনাথ বন্ধু বোস
  2. প্ৰয়াত শান্তি ৰঞ্জন ভট্টাচাৰ্য্য
  3. প্ৰয়াত উমা প্ৰসন্ন দে
  4. প্ৰয়াত সুবোধ চন্দ্ৰ দে সৰকাৰ
  5. প্ৰয়াত পৃথ্বীশ চন্দ্ৰ ভাদুৰী

অধ্যক্ষসকলৰ তালিকা সম্পাদনা কৰক

  • উমা প্ৰসন্ন দে (১৯৬৬-১৯৭২)

পুথিভঁৰাল সম্পাদনা কৰক

বিভাগসমূহ সম্পাদনা কৰক

  • অসমীয়া বিভাগ
  • অৰ্থনীতি বিভাগ
  • ইংৰাজী বিভাগ
  • কম্পিউটাৰ বিভাগ
  • গণিত বিভাগ
  • গাৰ্হস্থ্য বিজ্ঞান বিভাগ
  • দৰ্শন বিভাগ
  • পৰ্যটন বিভাগ
  • বাণিজ্য বিভাগ
  • বাংলা বিভাগ
  • বুৰঞ্জী বিভাগ
  • ৰাজনীতি বিজ্ঞান বিভাগ
  • শিক্ষাতত্ত্ব বিভাগ
  • সমাজতত্ত্ব বিভাগ
  • সংস্কৃত বিভাগ
  • হিন্দী বিভাগ

ছাত্ৰী নিবাস সম্পাদনা কৰক

  • এচ. চি. দে সৰকাৰ মেমৰিয়েল গাৰ্লছ হোষ্টেল, (প্ৰতিষ্ঠা-)

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. দেৱাশীষ ফুকন (২০১৬). ৱিমেনজ্ কলেজ, তিনিচুকীয়াৰ খনিকৰসকল. কলেজ প্ৰকাশন. পৃষ্ঠা. ২৬. 
  2. "কলেজখনৰ বিষয়ে". নিজা প্ৰকাশ. https://wcttsk.ac.in/। আহৰণ কৰা হৈছে: 6 April 2024. 

বাহ্যিক সংযোগ সম্পাদনা কৰক

  • কলেজখনৰ ৱেবচাইট [[1]]