ৱিমেনজ্ কলেজ, তিনিচুকীয়া
অসমৰ মহাবিদ্যালয়
ৱিমেনজ্ কলেজ, তিনিচুকীয়া (ইংৰাজী: Women's College, Tinisukia) তিনিচুকীয়াৰ এখন কলেজ৷ [1]
ৱিমেনজ্ কলেজ, তিনিচুকীয়া | |
---|---|
স্থাপিত | ১৯৬৬ |
স্থান | তিনিচুকীয়া, অসম, ভাৰত |
ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
ৱেবছাইট | https://wcttsk.ac.in/ |
পৰিচয়
সম্পাদনা কৰকইতিহাস
সম্পাদনা কৰককলেজখনৰ প্ৰতিষ্ঠা হয় ১৯৬৬ চনত৷ [2]
প্ৰতিষ্ঠাকালৰ সৈতে জডিত ব্যক্তিসকল
সম্পাদনা কৰক- প্ৰয়াত অনাথ বন্ধু বোস
- প্ৰয়াত শান্তি ৰঞ্জন ভট্টাচাৰ্য্য
- প্ৰয়াত উমা প্ৰসন্ন দে
- প্ৰয়াত সুবোধ চন্দ্ৰ দে সৰকাৰ
- প্ৰয়াত পৃথ্বীশ চন্দ্ৰ ভাদুৰী
অধ্যক্ষসকলৰ তালিকা
সম্পাদনা কৰক- উমা প্ৰসন্ন দে (১৯৬৬-১৯৭২)
পুথিভঁৰাল
সম্পাদনা কৰক- উমাপ্ৰসন্ন দে পুথিভঁৰাল (প্ৰতিষ্ঠাঃ)
বিভাগসমূহ
সম্পাদনা কৰক- অসমীয়া বিভাগ
- অৰ্থনীতি বিভাগ
- ইংৰাজী বিভাগ
- কম্পিউটাৰ বিভাগ
- গণিত বিভাগ
- গাৰ্হস্থ্য বিজ্ঞান বিভাগ
- দৰ্শন বিভাগ
- পৰ্যটন বিভাগ
- বাণিজ্য বিভাগ
- বাংলা বিভাগ
- বুৰঞ্জী বিভাগ
- ৰাজনীতি বিজ্ঞান বিভাগ
- শিক্ষাতত্ত্ব বিভাগ
- সমাজতত্ত্ব বিভাগ
- সংস্কৃত বিভাগ
- হিন্দী বিভাগ
ছাত্ৰী নিবাস
সম্পাদনা কৰক- এচ. চি. দে সৰকাৰ মেমৰিয়েল গাৰ্লছ হোষ্টেল, (প্ৰতিষ্ঠা-)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ দেৱাশীষ ফুকন (২০১৬). ৱিমেনজ্ কলেজ, তিনিচুকীয়াৰ খনিকৰসকল. কলেজ প্ৰকাশন. পৃষ্ঠা. ২৬.
- ↑ "কলেজখনৰ বিষয়ে". নিজা প্ৰকাশ. https://wcttsk.ac.in/। আহৰণ কৰা হৈছে: 6 April 2024.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- কলেজখনৰ ৱেবচাইট [[1]]