তিনিচুকীয়া (ইংৰাজী: Tinisukia) অসমৰ এখন মুখ্য নগৰ আৰু পৌৰসভা অঞ্চল। ই অসমৰ এক মুখ্য উদ্যোগিক নগৰ। তিনিচুকীয়া জিলাৰ সদৰ। চহৰখনৰ পুৰণি নাম বেংমৰা যি মটক ৰাজ্যৰ ৰাজধানী আছিল। তিনিচুকীয়া নামৰ উৎপত্তি চহৰখনৰ পশ্চিমত থকা তিনিকোণীয়া নামৰ তিনিটা চুক থকা পুখুৰী এটাৰ পৰা হৈছে। ১৮৮৪ চনত ডিব্ৰু-শদিয়া ৰেলপথ প্ৰতিষ্ঠাৰ পাছত চহৰখনৰ প্ৰভুত আৰ্থ-সামাজিক পৰিবৰ্ত্তন হ'বলৈ লয়।

তিনিচুকীয়া
চহৰ
তিনিচুকীয়া পুখুৰীৰ এজ দৃশ্য
তিনিচুকীয়া পুখুৰীৰ এজ দৃশ্য
দেশ  ভাৰত
ৰাজ্যসমূহ অসম
জিলা তিনিচুকীয়া
উচ্চতা
১১৬ মিটাৰ (৩৮১ ফুট)
জনসংখ্যা
 (2011)
 • মুঠ
১,০৮,১২৩




আলোকচিত্ৰ ভঁৰাল

সম্পাদনা কৰক





তথ্য সংগ্ৰহ

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক