একে-৪৭
একে-৪৭ (ইংৰাজী: ) হ'ল এটা গেছ-পৰিচালিত ৭.৬২x৩৯মিমি এচ্চাল্ট ৰাইফল। চোভিয়েট ৰাচিয়াৰ মিখাইল কালাচনিকভে ইয়াৰ ডিজাইন কৰিছিল। অফিচিয়েলি এভট'মেট কালাচনিকভ (ইংৰাজী: Avtomat Kalashnikova, ৰুছ: Автомат Калашникова) বুলি জনা গৈছিল। hiBa| hup|iho hiBak কালাচনিকভ, একে নামেৰেও জনা যায়। ২য় বিশ্বযুদ্ধৰ শেষৰফালে ইয়াৰ ডিজাইনৰ কাম আৰম্ভ হয়। ১৯৪৬ চনত একে-৪৬ প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰি চোৱা হয়। ১৯৪৭ চনত কিছুসংখ্যক একে-৪৭ চোভিয়েট সেনাবাহিনীক ব্যৱহাৰৰ বাবে দিয়া হয়। আৰু ১৯৪৯ চনত একে-৪৭ক চোভিয়েট সেনাই কাৰ্যকৰিভাবে গ্ৰহণ কৰে। [10]
একে-৪৭ | |
---|---|
এটা একে-৪৭ | |
প্ৰকাৰ | এচ্চাল্ট ৰাইফল |
উদ্ভাৱনকৰ্তা | চোভিয়েট য়ুনিয়ন |
ব্যৱহাৰৰ ইতিহাস | |
ব্যৱহাৰকাল | ১৯৪৯-বৰ্তমানলৈ |
উৎপাদনৰ ইতিহাস | |
নক্সাকৰ্তা | মিখাইল কালাচনিকভ্ |
নক্সা প্ৰস্তুত | ১৯৪৪-১৯৪৭[1] |
উৎপাদন কৰ্তা | ইজমাশ্ব |
উৎপাদনৰ সময় | ১৯৪৯–১৯৫৯[2] |
উৎপাদন সংখ্যা | প্ৰায় ৭৫০ কোটি[3][4] |
তথ্যৱলী | |
ওজন | মেগ্জিনৰ অবিহনে: ৩.৪৭ কেজি (৭.৭ পাউণ্ড) AK[5] ২.৯৩ কেজি (৬.৫ পাউণ্ড) AKM[6][N 1] Magazine, empty: ০.৪৩ কেজি (০.৯৫ পাউণ্ড) (early issue)[5] ০.৩৩ কেজি (০.৭৩ পাউণ্ড) (steel)[6] ০.২৫ কেজি (০.৫৫ পাউণ্ড) (plastic)[7] ০.১৭ কেজি (০.৩৭ পাউণ্ড) (light alloy)[6] Ammo weight: 16.3 g × 30 = ০.৪৯ কেজি (১.১ পাউণ্ড)[8] |
দৈৰ্ঘ্য | 880 mm (35 in) fixed wooden stock[উদ্ধৃতিৰ প্ৰয়োজন] 875 mm (34.4 in) folding stock extended[উদ্ধৃতিৰ প্ৰয়োজন] 645 mm (25.4 in) stock folded[5] |
বেৰেলৰ দৈৰ্ঘ্য | 415 mm (16.3 in) total[5] 369 mm (14.5 in) rifled[5] |
কাৰ্টিজ | 7.62×39mm M43/M67 |
কাৰ্যপদ্ধতি/একশ্যন | গেছ-চালিত |
গুলিৰ হাৰ | ৬০০ৰাউণ্ড প্ৰতি মিনিট [5] practical 40 rounds/min semi-automatic[5] 100 rounds/min fully automatic[5] |
নিক্ষেপণ বেগ | সাঁচ:Convert/m/s[5] |
কাৰ্যকৰ পাল্লা | ৪০০ মিটাৰ (440 yd) (অৰ্ধ-স্বয়ংক্ৰিয়)[9] ৩০০ মিটাৰ (330 yd) (স্বয়ংক্ৰিয়)[9] |
ফিডিং | Standard magazine capacity is 30 rounds;[5] there are also 5- 10-, 20- and 40-round box and 75- and 100-round drum magazines |
ছাইট | Adjustable iron sights with a 378 mm (14.9 in) sight radius:[5] 100–800 m adjustments (AK)[5] 100–1000 m adjustments (AKM)[7] |
ষ্ট্ৰামগৱেৰ্-৪৪ৰ পাছতে একে-৪৭ প্ৰথম এচ্চাল্ট ৰাইফলবোৰৰ এটা।[11] প্ৰথম ব্যবহাৰৰ প্ৰায় ৬ দশক পাচতো ই আটাইতকৈ বহুলভাবে ব্যৱহাৰ হয়, কিয়নো ইয়াৰ উৎপাদন ব্যয় কম, বেছি দিন টিকে আৰু সহজে ব্যৱহাৰ কৰিব পাৰি। বহুতো দেশত ইয়াৰ উৎপাদন হয় আৰু নানান দেশৰ সেনা তথা অন্যান্য বাহিনীয়ে ইয়াক ব্যৱহাৰ কৰে।
ইতিহাস
সম্পাদনা কৰকডিজাইনৰ পটভূমি
সম্পাদনা কৰক২য় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানসকলে এচ্চাল্ট ৰাইফলৰ ধাৰণাতো আনে। এই কথা দেখা গৈছিল যে বেছিভাগ গুলিয়া-গুলি কম দূৰত্ব অৰ্থাৎ প্ৰায় ৩০০মিটাৰৰ মাজতে হয়। সেয়ে তেওঁলোকে বেছি গুলি থকা মেগ্জিন আৰু মধ্যম ক্ষমতাসম্পন্ন কাৰ্ট্ৰিজৰ সৈতে এটা ৰাইফল বিছাৰিলে। যুদ্ধৰ শেষৰফালে জাৰ্মান সেনাই ষ্ট্ৰামগৱেৰ্-৪৪ ব্যৱহাৰ কৰিবলৈ লয়।
ব্ৰায়নস্কৰ যুদ্ধক্ষেত্ৰত আঘাতপ্ৰাপ্ত হৈ চিকিৎস্যালয়ত থকাৰ সময়ত মিখাইল কালাচনিকভে অস্ত্ৰ-ডিজাইনাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।[4][12] চোভিয়েট সেনাই সেমেকা, বোকাময় আৰু বৰফভৰা ঠাইত ব্যৱহাৰৰ বাবে এটা ৰাইফল বিছাৰিছিল। কালাচনিকভে আমেৰিকান এম্-১ৰ ওপৰত ভিত্তি কৰি এটা কাৰ্বাইন ডিজাইন কৰে, কিন্তু অন্য এটা কাৰ্বাইনহে বাছনি কৰা হয়। ইয়াৰ পাচতে চোভিয়েট সেনাই এটা এচ্চাল্ট ৰাইফল ব্যৱহাৰ কৰিবলৈ বিছাৰিলে। ইয়াৰ বাবে হোৱা প্ৰতিযোগিতাত কালাচনিকভৰ দলে এটি গেচ-পৰিচালিত ৰাইফলৰ ডিজাইন প্ৰদৰ্শন কৰে।
কালচনিকভৰ ৰাইফল এই প্ৰতিযোগিতাত ২য় ৰাউণ্ডৰ বাবে বাছনি কৰা হয়। ১৯৪৬ চনত কালাচনিকভৰ সহযোগী আলেকজাণ্ডাৰ জাইতচেভৰ পৰামৰ্শমতে এই ডিজাইনৰ নানান সালসলনি কৰা হয়। অৱশেষত ১৯৪৯ চনত চোভিয়েট সেনাই একে-৪৭ক বহুলভাবে ব্যৱহাৰৰ বাবে গ্ৰহণ কৰে।
ডিজাইনৰ ধাৰণা
সম্পাদনা কৰকএকে-৪৭ক পূৰ্বৱৰ্তী কিছু ৰাইফল প্ৰযুক্তিৰ সংমিশ্ৰণ বুলিব পাৰি। এম-১ কাৰ্বাইনৰ ট্ৰিগাৰ্, ৰেমিংটন মদেল্-৮ ৰাইফলৰ চেফতি-কেছ, ষ্ট্ৰামগৱেৰ্-৪৪ৰ গেচ্-চিষ্টেম আদিৰ ব্যৱহাৰ ইয়াত দেখা যায়। অৱশ্যে কালাচনিকভে এই কথা মানি নলয়।
ব্যৱহাৰকাৰী
সম্পাদনা কৰক- আফগানিস্তান[14]
- আলবেনিয়া[15]
- আলজেৰিয়া[15]
- আংগলা[15]
- আৰ্মেনিয়া[15]
- আজেৰবাইজান[15][16]
- বাংলাদেশ[15]
- বেলাৰুছ[15]
- বেনিন[15]
- বচনিয়া আৰু হাৰজেগ’ভিনা[15]
- বৎচোৱানা[15]
- বুলগেৰিয়া[15]
- বাৰ্কিনা ফাছো[17][18][19]
- বুৰুণ্ডী[20][21]
- কম্বোডিয়া[15]
- কেমেৰুন[22][23]
- কেপ ভাৰ্ডে[15]
- চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক[15]
- চাদ[15]
- চিলি[24]
- গণচীন: Type 56 variant was used.[25]
- কম'ৰছ[15]
- কংগো গণৰাজ্য[15]
- কংগো গণৰাজ্য[15]
- কিউবা[15]
- দীজিবৌটি[26][27]
- ইজিপ্ত[15]
- এৰিট্ৰিয়া[15]
- ইথিঅ'পিয়া[15]
- এল চালভাড’ৰ[28]
- ফিনলেণ্ড: Rk 62, Rk 95 Tp.
- গেবন[15]
- গাম্বিয়া[29][30][31][32]
- জৰ্জিয়া (দেশ):[15] Replaced by the M4 carbine in 2008.[33]
- পূব জাৰ্মানী[2]
- ঘানা[34][35]
- গ্ৰীচ: EKAM counter-terrorist unit of the Hellenic Police.[36][37]
- গুইনিয়া[15]
- বিষুৱীয় গিনি
- গুইনিয়া-বিচ্চাও[15]
- গুৱানা[15]
- হাংগেৰী[15]
- ভাৰত:[15] Used by Force One.[38]
- ইৰান[15]
- ইৰাক[14][15]
- আইভৰি ক’ষ্ট[39][40][41]
- কাজাখাস্তান[15]
- কেনিয়া[42]
- উত্তৰ কোৰিয়া: Type 56 and Type 58 variants were used.[15]
- লাউচ[15]
- কুৱেইট[43]
- লেবানন[15]
- লাইবেৰিয়া[15]
- লিবিয়া[15]
- মেছেদনীয়া প্ৰজাতন্ত্ৰ[15][44]
- মাদাগাস্কাৰ[15]
- মালি[15]
- মালটা: Type 56 variant.[15]
- মৌৰিতানিয়া[45][46][47]
- মেক্সিকো[15]
- মলডভা[15]
- মংগোলিয়া[15]
- মৰক্কো[15]
- মজাম্বিক[15]
- ম্যানমাৰ: Used by the Myanmar Police Force (include the Chinese Type 56).[উদ্ধৃতিৰ প্ৰয়োজন]
- নামিবিয়া[15]
- নেডাৰলেণ্ডচ[উদ্ধৃতিৰ প্ৰয়োজন]
- নাইজাৰ[48][49][50]
- নাইজেৰিয়া[51][52][53]
- পাকিস্তান: Type 56[54] and AK-103[55] used.
- পেলেষ্টাইন[56]
- পেৰু[15]
- ফিলিপাইন: Used by the Santiago City PNP.[57]
- পোলেণ্ড:[2] Replaced by AKM and kbs wz. 1996 Beryl.
- কাটাৰ[15]
- ৰ’দিছিয়া[58]
- ৰোমানিয়া[15]
- ৰাছিয়া:[2] Replaced by the AK-74M since 1974.
- ৰুৱাণ্ডা[59]
- চাহৰাৱী আৰৱ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ[60]
- চাও টমে আৰু প্ৰিন্সিপে[15]
- ছেনেগাল[61]
- ছাৰ্বিয়া[15]
- ছেচেল্লেচ[15]
- ছিয়েৰা লিয়ন[15]
- শ্ল’ভেনিয়া[15]
- ছোমালিয়া[15]
- দক্ষিণ আফ্ৰিকা: Used by the Special Forces Brigade.[62]
- ছ'ভিয়েট সংঘ: Adopted in 1949.[10]
- শ্ৰীলংকা: Type 56 variant.[15]
- ছুদান[15]
- দক্ষিণ ছুডান[উদ্ধৃতিৰ প্ৰয়োজন]
- ছুৰিনাম[15]
- ছিৰিয়া[15]
- তাজিকিস্তান[15]
- তাঞ্জানিয়া[15]
- তগ’[15]
- তুৰস্ক[15]
- তুৰ্কমেনিস্তান[15]
- উগাণ্ডা[15]
- ইউক্ৰেইন[15]
- সংযুক্ত আৰৱ আমিৰাত[15]
- উজবেকিস্তান[15]
- ভিয়েটনাম: Type 56 variant was used extensively by the Viet Cong.[25]
- য়েমেন[15]
- য়ুগোশ্লভিয়া[2]
- জাম্বিয়া[15]
- জিম্বাৱৱে[15]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ AKMS is ~200 গ্ৰাম (0.44 পাউণ্ড) heavier.
- ↑ Monetchikov 2005, chpts. 6 and 7.
- ↑ 2.0 2.1 2.2 2.3 2.4 Popenker, Maksim (5 February 2009). "Kalashnikov AK (AK-47) AKS, AKM and AKMS assault rifles (USSR)". World Guns. Modern Firearms & Ammunition. http://world.guns.ru/assault/rus/ak-akm-e.html। আহৰণ কৰা হৈছে: 14 March 2011.
- ↑ Killicoat 2007, পৃষ্ঠা. 3.
- ↑ 4.0 4.1 "AK-47 Inventor Doesn't Lose Sleep Over Havoc Wrought With His Invention". FoxNews.com. প্ৰকাশক USA: News Corporation. 6 July 2007. OCLC 36334372. http://www.foxnews.com/story/0,2933,288456,00.html। আহৰণ কৰা হৈছে: 3 April 2010.
- ↑ 5.00 5.01 5.02 5.03 5.04 5.05 5.06 5.07 5.08 5.09 5.10 5.11 НСД. 7,62-мм автомат АК 1967, পৃষ্ঠা. 161–162.
- ↑ 6.0 6.1 6.2 НСД. 7,62-мм автомат АКМ (АКМС) 1983, পৃষ্ঠা. 149–150.
- ↑ 7.0 7.1 "AKM (AK-47) Kalashnikov modernized assault rifle, caliber 7.62mm". Izhmash. http://www.izhmash.ru/eng/product/akm.shtml। আহৰণ কৰা হৈছে: 8 June 2012.
- ↑ Land Forces Weapons: Export Catalogue. প্ৰকাশক Moscow: Rosoboronexport. 2003. পৃষ্ঠা. 85. OCLC 61406322. http://www.scribd.com/doc/30301368/Rosoboronexport-Land-Forces-Weapons-Catalogue.
- ↑ 9.0 9.1 Shelford Bidwell et al. (25 February 1977). Bonds, Ray. ed. The Encyclopedia of land warfare in the 20th century. A Salamander book. প্ৰকাশক London; New York: Spring Books. পৃষ্ঠা. 199. ISBN 978-0-600-33145-2. OCLC 3414620. http://books.google.com/books?id=RuIgAQAAIAAJ.
- ↑ 10.0 10.1 Monetchikov 2005, পৃষ্ঠা. 67; Bolotin 1995, পৃষ্ঠা. 129.
- ↑ Zlobin, Vladimir (15 February 2013). "["Kalashnikovs" for the XXI century]". Yefimov, N. N. ed (Russian ভাষাত) (PDF). «Калашниковы» для XXI века. Andrei Bondarenkoৰ সৈতে সাক্ষাৎকাৰ. pp. 10–11. Archived from the original on 21 January 2019. https://web.archive.org/web/20190121232428/http://redstar.ru/images/files/2013/02-2013/krz28_15.02.2013.pdf। আহৰণ কৰা হৈছে: 31 May 2014. "If we talk about assault rifles in general, the AK-12 could be classified as fourth generation. This is my opinion as a gunmaker. First generation is Fyodorov Avtomat, second – AK-47 and the German MP43, third – AK-74.".
- ↑ Bolotin 1995, পৃষ্ঠা. 123–124.
- ↑ Laffin, John; Chappell, Mike (29 July 1982). The Israeli Army in the Middle East Wars 1948–73. Men at Arms. Osprey Publishing. পৃষ্ঠা. 21. ISBN 978-0-85045-450-5. http://books.google.com/books?id=jSuKRkUSWwcC.
- ↑ 14.0 14.1 Kahaner, Larry (26 November 2006). "Weapon Of Mass Destruction". The Washington Post. http://www.washingtonpost.com/wp-dyn/content/article/2006/11/24/AR2006112400788.html। আহৰণ কৰা হৈছে: 3 April 2010.
- ↑ 15.00 15.01 15.02 15.03 15.04 15.05 15.06 15.07 15.08 15.09 15.10 15.11 15.12 15.13 15.14 15.15 15.16 15.17 15.18 15.19 15.20 15.21 15.22 15.23 15.24 15.25 15.26 15.27 15.28 15.29 15.30 15.31 15.32 15.33 15.34 15.35 15.36 15.37 15.38 15.39 15.40 15.41 15.42 15.43 15.44 15.45 15.46 15.47 15.48 15.49 15.50 15.51 15.52 15.53 15.54 15.55 15.56 15.57 15.58 15.59 15.60 15.61 15.62 15.63 15.64 15.65 15.66 15.67 15.68 15.69 15.70 15.71 15.72 Jones, Richard D.; Ness, Leland S., eds (27 January 2009). Jane's Infantry Weapons 2009–2010 (35 সম্পাদনা). Jane's Information Group. ISBN 978-0-7106-2869-5. http://books.google.com/books?id=A5ngPgAACAAJ.
- ↑ St. John, Marshall. "Mikhail Timofeevich Kalashnikov and the AK-47". Mouseguns.com. http://www.southernoutdoorlife.com/mouseguns/ak47info/ak47info.htm। আহৰণ কৰা হৈছে: 20 May 2012.
- ↑ "Burkina Faso Army defence force ranks military pattern camouflage combat field uniforms dress grades - Army Recognition - Army Recognition". Armyrecognition.com. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015195846/http://www.armyrecognition.com/burkina_faso_army_land_forces_ranks_combat_uniform/burkina_faso_army_defence_force_ranks_military_pattern_camouflage_combat_field_uniforms_dress_grades.html। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ "Burkina : nouveau mouvement de colère des militaires à Ouagadougou | Africa Defense Journal". Africadefensejournal.wordpress.com. 24 May 2011. http://africadefensejournal.wordpress.com/2011/05/24/burkina-nouveau-mouvement-de-colere-des-militaires-a-ouagadougou/। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ "Burkina Faso: Ces Mesures Présidentielles Qui Font Plaisir à l'Armée". :. http://www.afrikitalia.it/burkina-faso-ces-mesures-presidentielles-qui-font-plaisir-a-larmee/। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ Franks Photos - Catching Up (21 July 2012). "Blending [Image 18 of 32] | Flickr - Photo Sharing!". Flickr. http://www.flickr.com/photos/dvids/7591704762/। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ "Latest edition of the SSR Monitor: Burundi focuses on armed forces reform | Security Sector Reform Resource Centre". Ssrresourcecentre.org. 20 December 2013. Archived from the original on 18 October 2013. https://web.archive.org/web/20131018020437/http://www.ssrresourcecentre.org/2010/10/22/latest-edition-of-the-ssr-monitor-burundi-focuses-on-armed-forces-reform/। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ "Dozens of Pentecostal Churches being shut down in Cameroon | News that matters". Ivarfjeld.com. 11 September 2013. http://ivarfjeld.com/2013/09/11/dozens-of-pentecostal-churches-being-shut-down-in-cameroon/। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ Sunday 29.12.2013. "Nouvelles - CRTV". Crtv.cm. Archived from the original on 18 October 2013. https://web.archive.org/web/20131018004815/http://www.crtv.cm/cont/nouvelles/nouvelles_sola_fr.php?idField=10126&table=nouvelles&sub=special। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ Gander, Terry J.; Hogg, Ian V. (1 May 1995). Jane's Infantry Weapons 1995–96 (21 সম্পাদনা). Jane's Information Group. ISBN 978-0-7106-1241-0. http://books.google.com/books?id=qSL8AAAACAAJ.
- ↑ 25.0 25.1 Miller, David M. O. (1 May 2001). The Illustrated Directory of 20th Century Guns. Illustrated Directory Series. Salamander Books. ISBN 978-1-84065-245-1. http://books.google.com/books?id=GgpRPgAACAAJ.
- ↑ roberthuffstutter (22 December 2011). "Djiboutian Army Quick Reaction Regiment trains at Ali Oune, Djibouti, February 2011 | Flickr - Photo Sharing!". Flickr. http://www.flickr.com/photos/usarmyafrica/5505821033/। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ "Djibouti Army ranks land ground forces combat field uniforms military grades uniformes de - Army Recognition - Army Recognition". Armyrecognition.com. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015195846/http://www.armyrecognition.com/djibouti_army_ranks_military_combat_uniforms/djibouti_army_ranks_land_ground_forces_combat_field_uniforms_military_grades_uniformes_de.html। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;http://www.elsalvador.com/mwedh/nota/nota_completa.asp
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Gambia, The. "Members of the Gambia Armed Forces (GAF)Missing For Months Families in Desperate Situation | Gambia News and Commentary | The Gambia voice". Thegambiavoice.blogspot.ca. http://thegambiavoice.blogspot.ca/2011/05/members-of-gambia-armed-forces.html। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ "GAF, GPF Undergo British Army Training - WOW Gambia". Wow.gm. 1 March 2008. Archived from the original on 29 October 2014. https://web.archive.org/web/20141029085111/http://wow.gm/africa/gambia/fajara/article/2008/2/29/gaf-gpf-undergo-british-army-training-1। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ "Office of The Gambian President: State House Online: Yahya A.J.J. Jammeh". Statehouse.gm. 30 March 2007. Archived from the original on 30 January 2012. https://web.archive.org/web/20120130065919/http://www.statehouse.gm/army-recuits-gradu_300307.htm। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2014-10-06. https://web.archive.org/web/20141006114203/http://kibaaro.com/gambia-army-pledge-support-to-ntcg-of-sidia-bayo/। আহৰণ কৰা হৈছে: 2014-05-31.
- ↑ "Georgian Army Bids Farewell to Soviet Guns" (PDF). "Today Defence" supplement of "Georgia Today" (Tbilisi: Georgia Today Ltd.) (7). January 2008. ISSN 1512-4304. Archived from the original on 31 December 2010. https://web.archive.org/web/20101231163645/http://mod.gov.ge/files/ijwtsgknrxgeo.pdf। আহৰণ কৰা হৈছে: 8 October 2010.
- ↑ "Ghana Ghanaian Army ranks military combat field uniforms dress grades uniformes combat armee Ghana - Army Recognition - Army Recognition". Armyrecognition.com. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015195846/http://www.armyrecognition.com/ghana_ghanaian_army_ranks_combat_uniforms/ghana_ghanaian_army_ranks_military_combat_field_uniforms_dress_grades_uniformes_combat_armee_ghana.html। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ "Ghana Armed Forces Inter-Service Sports Festival opens". Gbcghana.com. http://www.gbcghana.com/index.php?id=1.368921। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ Milosevic, Milan (2005). "Trojanski Konj za Teroriste" (Serbian ভাষাত). Kalibar. Novosti AD. Archived from the original on 3 June 2009. https://web.archive.org/web/20090603003607/http://www.kalibar.rs/code/navigate.php?Id=74। আহৰণ কৰা হৈছে: 4 April 2009.
- ↑ "Greece Ministry of Public Order Press Office: Special Anti-Terrorist Unit" (PDF). Hellenic Police. July 2004. Archived from the original on 21 July 2010. http://www.webcitation.org/5rOg1WIHo। আহৰণ কৰা হৈছে: 27 September 2009.
- ↑ "Maha's elite counter terror unit Force One becomes operational". Business Standard (New Delhi: Business Standard Ltd). 25 November 2009. OCLC 496280002. http://www.business-standard.com/india/news/maha%5Cs-elite-counter-terror-unit-force-one-becomes-operational/377563/। আহৰণ কৰা হৈছে: 5 July 2010.
- ↑ "Reluctant Farewell to Arms in Côte d’Ivoire - Inter Press Service". Ipsnews.net. 22 September 2012. http://www.ipsnews.net/2012/09/reluctant-farewell-to-arms-in-cote-divoire/। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ "Gunmen attack army base in Cote d’Ivoire – www.channelstv.com". Channelstv.com. 17 August 2012. http://www.channelstv.com/home/2012/08/17/gunmen-attack-army-base-in-cote-divoire/। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ "Faith helps Ivoirian general endure suffering, challenges". UMC.org. 22 July 2009. http://www.umc.org/site/apps/nlnet/content2.aspx?c=lwL4KnN1LtH&b=5285925&ct=7227769#.UmAaPhAcQ8Z। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ Kenya National Assembly Official Record. 25 September 2007. http://books.google.com/books?id=XjdMPwvVWW4C&pg=PT13&dq.
- ↑ United States Marine Corps Reserve Officers' Association, Turner Publishing Company, 2000, pp. 38–, ISBN 978-1-56311-489-2, http://books.google.com/books?id=kZKXOQlvccMC&pg=PA38
- ↑ Nikolovski, Zoran (12 October 2006). "Macedonian military police, US National Guard conduct joint manoeuvres". Southeast European Times (United States European Command). OCLC 731936128. http://www.setimes.com/cocoon/setimes/xhtml/en_GB/features/setimes/features/2006/10/12/feature-03। আহৰণ কৰা হৈছে: 14 March 2011.
- ↑ "Mauritanian army destroys al Qaeda camp in Mali - France". France 24. 25 June 2011. http://www.france24.com/en/20110625-al-qaeda-camp-destroyed-mali-mauritania-aqim-terrorism। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ "Nouakchott displays military might". Magharebia. http://magharebia.com/en_GB/articles/awi/features/2011/11/29/feature-04। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ By Taoufik MJAIED, James ANDRE. "International breaking news and headlines". France 24. http://www.france24.com/en/20111028-reporters-mauritania-aqim-terrorism-france24। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ "Find Imagery". DefenseImagery.mil. Archived from the original on 24 September 2015. https://web.archive.org/web/20150924204910/http://www.defenseimagery.mil/imagery.html#a=search&s=322nd%20Parachute%20Regiment&n=90&guid=b3feba8b8d594b98b11ac0da741e776e62c4d095। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ http://www.hettwer.com/#/green-sahara---archeology/GUNS___B1Z5047__1_
- ↑ Bozonette, Charlotte (5 March 2013). "Niger remains wary of Mali crisis on its doorstep". The Guardian. http://www.theguardian.com/world/2013/mar/05/niger-conflict-mali-army.
- ↑ "People's Daily Online - Nigeria to mass-produce Nigerian version of AK-47 rifles". English.peopledaily.com.cn. 2 October 2006. http://english.peopledaily.com.cn/200610/02/eng20061002_308128.html। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ "Defence Industry Corporation Of Nigeria (Dicon) Official Website". DICON. Archived from the original on 27 December 2013. https://web.archive.org/web/20131227081924/http://www.dicon.gov.ng/military1.html। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ "World Exclusive: Nigerian Army Special Forces In Mali(Inspiration..Henry, A Beegeagle’S Blogger) | Beegeagle'S Blog". Beegeagle.wordpress.com. 4 February 2013. http://beegeagle.wordpress.com/2013/02/04/world-exclusive-nigerian-army-soldiers-in-maliinspiration-henry-a-beegeagles-blogger/। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ "Pakistan Army". প্ৰকাশক Indianapolis, IN: Pakistan Defence. Archived from the original on 13 May 2013. https://web.archive.org/web/20130513205333/http://www.defence.pk/pakistan-army/। আহৰণ কৰা হৈছে: 25 February 2013.
- ↑ "Special Forces (Maritime) (Pakistan), Amphibious and special forces". Jane's Amphibious and Special Forces. Jane's Information Group. 28 June 2012. http://articles.janes.com/articles/Janes-Amphibious-and-Special-Forces/Special-Forces-Maritime-Pakistan.html। আহৰণ কৰা হৈছে: 23 February 2013.
- ↑ "Israel Aids Palestinians With Arms". The New York Times. 5 September 2008. http://www.nytimes.com/2008/09/06/world/middleeast/06mideast.html.
- ↑ "Santiago city forms SWAT team to combat crime". Philippine Information Agency. 2 September 2006. Archived from the original on 19 November 2018. https://web.archive.org/web/20181119073659/http://archives.pia.gov.ph/?m=12&sec=reader&rp=1&fi=p060902.htm&no=3&date=09%2F02%2F2006। আহৰণ কৰা হৈছে: 1 February 2010.
- ↑ Rod Wells. Part-Time War (2011 সম্পাদনা). Fern House. পৃষ্ঠা. 155. ISBN 978-1-902702-25-4.
- ↑ "Rwanda Rwandan Army ranks land ground forces combat uniforms military equipment rwandais grades unif - Army Recognition - Army Recognition". Armyrecognition.com. Archived from the original on 19 October 2015. https://web.archive.org/web/20151019015400/http://www.armyrecognition.com/rwanda_armee_rwandaise_grades_uniformes_combat/rwanda_rwandan_army_ranks_land_ground_forces_combat_uniforms_military_equipment_rwandais_grades_unif.html। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ "Western Sahara – In the unforgiving deserts of south west Algeria, Nick Ryan meets the nomads fighting a 25 year battle". Geographical (Royal Geographical Society). 1999. ISSN 0016-741X. http://www.nickryan.net/articles/sahara.html। আহৰণ কৰা হৈছে: 20 May 2012.
- ↑ "AFRICOM: 106th SOAR (A) Trains with Senegalese: | Flickr - Photo Sharing!". Flickr. http://www.flickr.com/photos/africom/4597959610/। আহৰণ কৰা হৈছে: 29 December 2013.
- ↑ Harry McCallion. Killing Zone (11 April 1996 সম্পাদনা). Bloomsbury Paperbacks. পৃষ্ঠা. 13–281. ISBN 0-7475-2567-6.
গ্ৰন্থসূচী
সম্পাদনা কৰক- Gulevich, I. D., ed (1967) (Russian ভাষাত). НСД. 7,62-мм автомат АК [7.62 mm AK] (3 সম্পাদনা). প্ৰকাশক Moscow: Voenizdat. http://weapon.at.ua/blog/2011-07-14-570.
- Honeycutt Jr, Fred L. and Anthony, Patt F. Military Rifles of Japan. (1996) Fifth Edition, 8th printing; Julin Books. ISBN 0-9623208-7-0.
- Vilchinsky, I. K., ed (1983) (Russian ভাষাত). НСД. 7,62-мм автомат АКМ (АКМС) [7.62 mm AKM (AKMS)] (3 সম্পাদনা). প্ৰকাশক Moscow: Voenizdat. http://militera.lib.ru/manuals/nastav_akm/index.html.
- Monetchikov, Sergei Borisovich (2005) (Russian ভাষাত). История русского автомата [The History of Russian Assault Rifle]. Entsiklopediya Russkoi Armii. Izdatel'stvo "Atlant 44". ISBN 5-98655-006-4. http://www.rulit.net/books/istoriya-russkogo-avtomata-read-249341-1.html.
- Bolotin, David Naumovich (1995) (Russian ভাষাত) (PDF). История советского стрелкового оружия и патронов [The History of Soviet Small-arms and Ammunition]. Voyenno-Istoricheskaya Biblioteka. প্ৰকাশক Saint Petersburg: Poligon. ISBN 5-85503-072-5. http://www.shooting-ua.com/dop_arhiv/dop_2/books/Istor_sovet_orujiya.pdf.
- Killicoat, Phillip (April 2007). "Weaponomics: The Global Market for Assault Rifles" (PDF). World Bank Policy Research Working Paper 4202 (Post-Conflict Transitions Working Paper No. 10). Oxford University. http://www-wds.worldbank.org/servlet/WDSContentServer/WDSP/IB/2007/04/13/000016406_20070413145045/Rendered/PDF/wps4202.pdf। আহৰণ কৰা হৈছে: 3 April 2010.
- Ezell, Edward (1 March 1986). The AK47 story: evolution of the Kalashnikov weapons. Stackpole Books. ISBN 978-0-8117-0916-3. http://books.google.com/books?id=LsYqAQAAMAAJ.
- Kahaner, Larry (2007). AK-47: the weapon that changed the face of war. John Wiley & Sons. ISBN 978-0-471-72641-8. http://books.google.com/books?id=oBAhAQAAIAAJ.
- Poyer, Joe (1 January 2006). The AK-47 and AK-74 Kalashnikov Rifles and Their Variations: A Shooter's and Collector's Guide. North Cape Publications. ISBN 978-1-882391-41-7. http://books.google.com/books?id=EPArOwAACAAJ.
- Rottman, Gordon (24 May 2011). The AK-47: Kalashnikov-series assault rifles. Osprey Publishing. ISBN 978-1-84908-835-0. http://books.google.com/books?id=qK9Nn-2xocUC.[সংযোগবিহীন উৎস]
লগতে পঢ়ক
সম্পাদনা কৰক- গ্ৰন্থ
- Shilin, Valery; Cutshaw, Charlie (1 March 2000). Legends and Reality of the AK: A Behind-The Scenes Look at the History, Design, and Impact of the Kalashnikov Family of Weapons. Paladin Press. ISBN 978-1-58160-069-8. http://books.google.com/books?id=U3kIAAAACAAJ.
- Ezell, Edward Clinton; R. Blake Stevens (1 December 2001). Kalashnikov: The Arms and the Man. প্ৰকাশক Cobourg, ON: Collector Grade Publications. ISBN 978-0-88935-267-4.
- Michael Hodges (January 2007). Ak47: The Story of the People's Gun. Hodder & Stoughton. ISBN 978-0-340-92104-3. http://books.google.com/?id=j82yAAAACAAJ.
- Mikhail Timofeevich Kalashnikov; Elena Joly (2006). The gun that changed the world. Polity Press. ISBN 978-0-7456-3691-7. http://books.google.com/?id=CY2HlLDiaNwC.[সংযোগবিহীন উৎস]
- John Walter (4 September 1999). Kalashnikov: machine pistols, assault rifles, and machine-guns, 1945 to the present. Greenhill Books/Lionel Leventhal. ISBN 978-1-85367-364-1. http://books.google.com/?id=XnybC2qSORAC.
- Chivers, C.J (October 2010). The Gun. Simon & Schuster. ISBN 978-0-7432-7076-2. http://books.google.com/books?id=r3VwUEHoDikC&pg=PA459.
- প্ৰবন্ধ
- How the AK-47 Rewrote the Rules of Modern Warfare – Three-part article by C. J. Chivers, for Wired Magazine
- Ружье. Оружие и амуниция 1999/3, pp. 18–21 has an article about the AK-46 prototypes
- М.Т. Kalashnikov, "Кто автор АК-47?" (Who is the author of AK-47?) - an article rejecting some of the alternative theories as to the authorship of the AK-47, Kalashnikov magazine, 2002/2, pp. 4–7 (in Russian)
- М. Degtyaryov, "Неочевидное очевидное" - an article comparing the internals of the StG 44 and AK-47, Kalashnikov magazine, 2009/4, pp. 18–23 (in Russian)
- "В преддверии юбилея..." Transcription of the commission report on the testing round from the summer of 1947; no winner was selected at this point, but the commission held Kalashnikov's, Dementiev's and Bulkin's designs as most closely satisfying TTT number 3131. Kalashnikov magazine, 2009/8, pp. 18–22 (in Russian)
- "Путёвка в жизнь" Report/letter on the final round of testing, 27 December 1947, declaring Kalashnikov's design the winner. Kalashnikov magazine, 2009/9, pp. 16–22 (in Russian)
- Articles on the 1948 military trials: "На пути в войска" and "ПЕРВЫЙ В ДИНАСТИИ", Kalashnikov magazine, 2009/10-11
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত একে-৪৭ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Manufacturer's Official Site
- AK Site – Kalashnikov Home PageArchived 2007-09-29 at the Wayback Machine
- US Army Operator's Manual for the AK-47 Assault Rifle
- Nazarian's Gun's Recognition Guide (MANUAL) AK 47 Manual (.pdf)
- The Timeless, Ubiquitous AK-47 Archived 2013-08-26 at the Wayback Machine – slideshow by Time magazine
- AK-47: The Weapon Changed the Face of War – audio report by NPR
- The AK-47: The Gun That Changed The Battlefield – audio report by NPR
- AK-47 Documentary: Part 1 & Part 2 by Al Jazeera English
- AK-47 Full Auto, U.S. Army in Iraq from the Internet Archive