বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান

(Advanced Satellite Launch Vehicleৰ পৰা পুনঃনিৰ্দেশিত)

বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান (ইংৰাজী: Augmented Satellite Launch Vehicle) বা অগ্ৰগামী উপগ্ৰহ উৎক্ষেপণ যান (ইংৰাজী: Advanced Satellite Launch Vehicle) (সংক্ষেপে ASLV) নিম্ন ভূ-কক্ষপথত ১৫০ কিলোগ্ৰাম ওজনৰ উপগ্ৰহ স্থাপন কৰিবলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা বিকশিত পাঁচটা পৰ্যায় বিশিষ্ট এখন গোটা ইন্ধনযুক্ত ৰকেট।[1] এটা ভূ-স্থিৰ কক্ষপথত পেলোড স্থাপন কৰিবলৈ প্ৰয়োজনীয় প্ৰযুক্তিৰ বিকাশ সাধন কৰাৰ উদ্দেশ্যে ১৯৮০ দশকৰ সময়ছোৱাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এই প্ৰকল্পটো আৰম্ভ কৰে।[2][3] এ এছ এল ভিৰ আৰ্হি এছ এল ভিৰ আধাৰত প্ৰস্তুত কৰা হৈছিল।[4]একে সময়তে পি এছ এল ভি আৰু এ এছ এল ভি দুয়োটা কাৰ্যসূচীৰ বাবে ইছৰোৰ পৰ্যাপ্ত পুঁজি নাছিল আৰু সেয়েহে প্ৰাৰম্ভিক উন্নয়নশীল উৰণৰ পাছতেই এ এছ এল ভি কাৰ্যসূচীৰ অৱসান ঘটোৱা হয়।[2] সম্প্ৰসাৰিত ৰোহিণী উপগ্ৰহ শৃংখলা আছিল এ এছ এল ভিৰ পেলোড।[4]


বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান
কাৰ্য সৰু উৎক্ষেপণ যান
Manufacturer ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
মূল দেশ ভাৰত
আকাৰ
Height 24 মিটাৰ (79 ফুট)
Diameter 1 মিটাৰ (3.3 ফুট)
Mass ৪১,০০০ কেজি (৯০,০০০ পাউণ্ড)
ধাৰণ-ক্ষমতা
৪০০ কিলোমিটাৰ নিম্ন ভূ-কক্ষপথলৈ পে লোড
Mass ১৫০ কেজি (৩৩০ পাউণ্ড)
সহযোগী ৰকেট
পৰিয়াল এছ এল ভি, পি এছ এল ভি, জি এছ এল ভি
উৎক্ষেপণ ইতিহাস
বৰ্তমান স্থিতি অৱসৰপ্ৰাপ্ত
উৎক্ষেপণ স্থলী শ্ৰীহৰিকোটা
মুঠ উৎক্ষেপণ
সফল
বিফল
আংশিকভাৱে বিফল
প্ৰথম উৰণ ২৪ মাৰ্চ, ১৯৮৭
অন্তিম উৰণ ৫ মে’, ১৯৯৪
Type of passengers/cargo সম্প্ৰসাৰিত ৰোহিণী উপগ্ৰহ শৃংখলা
প্ৰথম পৰ্যায়
Powered by গোটা
Maximum thrust 502.6 kN (1,13,000 lbf) each
আপেক্ষিক ঘাতবল ২৫৩ ছেকেণ্ড
জ্বলন কাল ৪৯ ছেকেণ্ড
ইন্ধন গোটা
দ্বিতীয় পৰ্যায়
Powered by গোটা
Maximum thrust 702.6 kN (1,58,000 lbf)
আপেক্ষিক ঘাতবল ২৫৯ ছেকেণ্ড
জ্বলন কাল ৪৫ ছেকেণ্ড
ইন্ধন গোটা
তৃতীয় পৰ্যায়
Powered by গোটা
Maximum thrust 304 kN (68,000 lbf)
আপেক্ষিক ঘাতবল ২৭৬ ছেকেণ্ড
জ্বলন কাল ৩৬ ছেকেণ্ড
ইন্ধন গোটা
চতুৰ্থ পৰ্যায়
Powered by গোটা
Maximum thrust 90.7 kN (20,400 lbf)
আপেক্ষিক ঘাতবল ২৭৭ ছেকেণ্ড
জ্বলন কাল ৪৫ ছেকেণ্ড
ইন্ধন গোটা
পঞ্চম পৰ্যায়
Powered by গোটা
Maximum thrust 35 kN (7,900 lbf)
আপেক্ষিক ঘাতবল ২৮১ ছেকেণ্ড
জ্বলন কাল ৩৩ ছেকেণ্ড
ইন্ধন গোটা

যান সম্পাদনা কৰক

এ এছ এল ভি আছিল পাঁচটা পৰ্যায় বিশিষ্ট এখন গোটা ইন্ধনযুক্ত ৰকেট। ৪৭° নতি সহ ৪০০ কিলোমিটাৰৰ এটা কক্ষপথত প্ৰায় ১৫০ কিলোগ্ৰাম ওজনৰ পেলোড স্থাপন কৰিব পৰাকৈ এ এছ এল ভিৰ ধাৰণ ক্ষমতা আছিল। উৎক্ষেপণৰ সময়ত এ এছ এল ভিয়ে ৯২, ৭৮০ kgf থ্ৰাষ্ট্ উৎপাদন কৰিছিল। ২৩.৫ মিটাৰ দৈৰ্ঘ্যৰ আৰু ১ মিটাৰ আন্তঃব্যাসৰ এই ৰকেটখনৰ ওজন আছিল ৪১,০০০ কিলোগ্ৰাম।[4]

ইতিহাস সম্পাদনা কৰক

এ এছ এল ভিয়ে চাৰিটাকৈ উৎক্ষেপণ সম্পন্ন কৰিছিল। ইয়াৰে দুবাৰ বিফল, এবাৰ আংশিকভাৱে বিফল আৰু এবাৰ সফল হৈছিল। ১৯৮৭ চনৰ ২৪ মাৰ্চত এ এছ এল ভিয়ে প্ৰথম উৰণ সম্পন্ন কৰিছিল আৰু ১৯৯৪ চনৰ ৫ মে'ত কৰা উৎক্ষেপণ আছিল এ এছ এল ভিৰ অন্তিম উৰণ।

উৎক্ষেপণ পৰিসংখ্যা সম্পাদনা কৰক

0.1
0.2
0.3
0.4
0.5
0.6
0.7
0.8
0.9
1
১৯৮৭
১৯৯০
১৯৯৪
  •   বিফল
  •   আংশিকভাৱে বিফল
  •   সফল

উৎক্ষেপণ ইতিহাস সম্পাদনা কৰক

এ এছ এল ভিৰ চাৰিওটা উৎক্ষেপণ সতীশ ধৱন মহাকাশ কেন্দ্ৰত থকা এ এছ এল ভি নিক্ষেপণ মঞ্চৰ পৰা কৰা হৈছিল।

ক্ৰমিক নং শিৰোনাম তাৰিখ / সময় (UTC) উৎক্ষেপণ যান উৎক্ষেপণ স্থলী পেলোড পেলোড ভৰ কক্ষপথ ব্যৱহাৰকাৰী পৰিণাম
ASLV-D1 ২৪ মাৰ্চ, ১৯৮৭[5][6] এ এছ এল ভি সতীশ ধৱন মহাকাশ কেন্দ্ৰ SROSS-1 ১৫০ কেজি (৩৩০ পাউণ্ড) নিম্ন ভূ-কক্ষপথ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বিফল
উৎক্ষেপণৰ পাছতেই প্ৰথম পৰ্যায়ত জ্বলিবলৈ ব্যৰ্থ হয়।
ASLV-D2 ১৩ জুলাই, ১৯৮৮[5][6] এ এছ এল ভি সতীশ ধৱন মহাকাশ কেন্দ্ৰ SROSS-2 ১৫০ কেজি (৩৩০ পাউণ্ড) নিম্ন ভূ-কক্ষপথ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বিফল

Control problems caused launcher to disintegrate

ASLV-D3 ২০ মে’, ১৯৯২[5][6] এ এছ এল ভি সতীশ ধৱন মহাকাশ কেন্দ্ৰ SROSS-C ১০৬ কেজি (২৩০ পাউণ্ড) নিম্ন ভূ-কক্ষপথ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা আংশিকভাৱে বিফল[7]
Orbit lower than expected and incorrect spin-stabilization. Decayed quickly.
ASLV-D4 ৫ মে’, ১৯৯৪[5][6] এ এছ এল ভি সতীশ ধৱন মহাকাশ কেন্দ্ৰ SROSS-C2 ১১৩ কেজি (২৫০ পাউণ্ড) নিম্ন ভূ-কক্ষপথ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা সফল[7]

লগতে চাওক সম্পাদনা কৰক

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. "ASLV". http://www.isro.org/launchers/aslv। আহৰণ কৰা হৈছে: 28 December 2014. 
  2. 2.0 2.1 "Archived copy". Archived from the original on 2009-08-29. https://web.archive.org/web/20090829151541/http://www.bharat-rakshak.com/SPACE/space-launchers-aslv.html। আহৰণ কৰা হৈছে: 2009-07-19. 
  3. Menon, Amarnath (15 April 1987). "Setback in the sky". India Today. http://indiatoday.intoday.in/story/failure-of-aslv-mission-comes-a-major-blow-to-india-ambitious-space-programme/1/336942.html। আহৰণ কৰা হৈছে: 18 January 2014. 
  4. 4.0 4.1 4.2 "Encyclopedia Astronautica Index: 1". http://www.astronautix.com/lvs/aslv.htm. 
  5. 5.0 5.1 5.2 5.3 McDowell, Jonathan. "Launch Log". Jonathan's Space Page. http://www.planet4589.org/space/log/launchlog.txt। আহৰণ কৰা হৈছে: 19 December 2011. 
  6. 6.0 6.1 6.2 6.3 "List of ASLV Launches". Archived from the original on January 8, 2019. https://web.archive.org/web/20190108200736/https://www.isro.gov.in/launchers/list-of-aslv-launches। আহৰণ কৰা হৈছে: January 8, 2019. 
  7. 7.0 7.1 http://heasarc.gsfc.nasa.gov/docs/heasarc/missions/sross3.html