আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়
অসমৰ মহাবিদ্যালয়
(Arya Vidyapeeth Collegeৰ পৰা পুনঃনিৰ্দেশিত)
আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (ইংৰাজী: Arya Vidyapeeth College) হৈছে ১৯৫৮ চনৰ ২৯ জুলাইত স্থাপিত অসমৰ কামৰূপ জিলাৰ গোপীনাথ নগৰত অৱস্থিত এক উচ্চশিক্ষাৰ প্ৰতিষ্ঠান, য’ত কলা, বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখা আছে। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[2][3]
আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় | |
---|---|
স্থাপিত | ২৯ জুলাই, ১৯৫৮ |
ধৰণ | ৰাজহুৱা |
ধৰ্মীয় ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
অধ্যক্ষ | ড° প্ৰদীপ কুমাৰ ভট্টাচাৰ্য[1] |
ৱেবছাইট | avcollege |
বিভাগ
সম্পাদনা কৰককলা
সম্পাদনা কৰক- অসমীয়া
- বঙালী
- শিক্ষা
- অৰ্থনীতি
- ইংৰাজী
- দৰ্শন
- ৰাজনীতি
- সংস্কৃত
বিজ্ঞান
সম্পাদনা কৰক- নৃতত্ত্ব
- উদ্ভিদ বিজ্ঞান
- ৰসায়ন বিদ্যা
- ভূগোল
- ভূবিজ্ঞান
- গণিত
- পদাৰ্থ বিজ্ঞান
- পৰিসংখ্যা
- প্ৰাণী বিজ্ঞান[4]
মান্যতা
সম্পাদনা কৰক২০১৬ চনত মহাবিদ্যালয়খনে 'ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ' (National Assessment and Accreditation Council চমুকৈ NAAC) কৰ্তৃক ‘এ’ গ্ৰেড পাবলৈ সক্ষম হয়।[5][6] মহাবিদ্যালয়খন 'বিশ্ববিদ্যালয় মঞ্জুৰি কমিশন (ভাৰত)' -ৰ দ্বাৰাও স্বীকৃত।[7]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Principal's message". Arya Vidyapeeth College. http://avcollege.ac.in/principals-message/। আহৰণ কৰা হৈছে: 10 June 2017.
- ↑ "Affiliated Colleges". Gauhati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 10 June 2017.
- ↑ "Provincialised Colleges affiliated to Gauhati University". Directorate of Higher Education. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 10 June 2017.
- ↑ "Departments". Arya Vidyapeeth College. http://avcollege.ac.in/departments/। আহৰণ কৰা হৈছে: 10 June 2017.
- ↑ "18th SC - 2nd cycle". National Assessment and Accreditation Council. http://www.naac.gov.in/docs/18th%20SC%20-%202nd%20cycle.pdf। আহৰণ কৰা হৈছে: 10 June 2017.
- ↑ "CCycle212047" (PDF). National Assessment and Accreditation Council. http://web5.kar.nic.in/naac_ec/ShowPdf.aspx?Field1=College&Field2=Arya+Vidyapeeth+College&Field3=Guwahati&Field4=AS&Field5=Cycle2&Field6=12047। আহৰণ কৰা হৈছে: 10 June 2017.[সংযোগবিহীন উৎস]
- ↑ "Colleges in Assam". University Grants Commission. http://www.ugc.ac.in/inside/browse_reco_colleges.php?st=Assam। আহৰণ কৰা হৈছে: 10 June 2017.