জীৱবৈজ্ঞানিক বৰ্গীকৰণ
জীৱৰ বৈজ্ঞানিক শ্ৰেণীবিন্যাস পদ্ধতি
(Biological classificationৰ পৰা পুনঃনিৰ্দেশিত)
জীৱবৈজ্ঞানিক বৰ্গীকৰণ (ইংৰাজী: biological taxonomy) এক প্ৰকাৰৰ বৈজ্ঞানিক শ্ৰেণীবিন্যাস (scientific classification) পদ্ধতি যাৰ মাধ্যমত মহাবিশ্বৰ সকলো জীৱকে বিভিন্ন গোষ্ঠী বা শ্ৰেণীত সজোৱা হয়। কেৰলাছ লিনিয়াছক আধুনিক জীৱবৈজ্ঞানিক শ্ৰেণীবিন্যাসৰ জনক বুলি কোৱা হয়। তেৱেই পোনপ্ৰথমে বৈজ্ঞানিক ভাৱে জীৱৰ শ্ৰেণীবিভাগ কৰিছিল। চাৰ্লছ ডাৰউইনৰ সাধাৰণ পূৰ্বপুৰুষ (Principle of common descent)ৰ তত্ত্বৰ স’তে খাপ খোৱাকৈ লিনিয়াছৰ এই শ্ৰেণীবিভাজন পদ্ধতিক পৰৱৰ্তী কালত বিভিন্নভাবে সংশোধন কৰা হৈছে। বৰ্তমানৰ শ্ৰেণীবিভাজনত ডি.এন.এ. চিকুৱেন্স (DNA sequences) ব্যৱহাৰে এই পদ্ধতিৰ শুদ্ধতা অধিক বৃদ্ধি কৰিছে।
জীৱবৈজ্ঞানিক বৰ্গীকৰণৰ ধাৰাক্ৰম
সম্পাদনা কৰক- অধিজগৎ, ডোমেইন বা সম্ৰাজ্য
- মহাপৰ্ব (উদ্ভিদবিজ্ঞানত মহাবিভাগ)
- পৰ্ব (উদ্ভিদবিজ্ঞানত বিভাগ)
- উপপৰ্ব (উপবিভাগ)
- ইনফ্ৰাপৰ্ব (ইনফ্ৰাবিভাগ)
- উপপৰ্ব (উপবিভাগ)
- পৰ্ব (উদ্ভিদবিজ্ঞানত বিভাগ)
- মহাকোহৰ্ট (উদ্ভিদবিজ্ঞান)
- কোহৰ্ট (উদ্ভিদবিজ্ঞান)
- উপকোহৰ্ট (উদ্ভিদবিজ্ঞান)
- ইনফ্ৰাকোহৰ্ট (উদ্ভিদবিজ্ঞান)
- উপকোহৰ্ট (উদ্ভিদবিজ্ঞান)
- কোহৰ্ট (উদ্ভিদবিজ্ঞান)
- মহাশ্ৰেণী
- মহাবিভাগ (প্ৰাণীবিজ্ঞান)
- বিভাগ (প্ৰাণীবিজ্ঞান)
- উপবিভাগ (প্ৰাণীবিজ্ঞান)
- ইনফ্ৰাবিভাগ (প্ৰাণীবিজ্ঞান)
- উপবিভাগ (প্ৰাণীবিজ্ঞান)
- বিভাগ (প্ৰাণীবিজ্ঞান)
- মহালিজন (প্ৰাণীবিজ্ঞান)
- লিজন (প্ৰাণীবিজ্ঞান)
- উপলিজন (প্ৰাণীবিজ্ঞান)
- ইনফ্ৰালিজন (প্ৰাণীবিজ্ঞান)
- উপলিজন (প্ৰাণীবিজ্ঞান)
- লিজন (প্ৰাণীবিজ্ঞান)
- মহাকোহৰ্ট (প্ৰাণীবিজ্ঞান)
- কোহৰ্ট (প্ৰাণীবিজ্ঞান)
- উপকোহৰ্ট (প্ৰাণীবিজ্ঞান)
- ইনফ্ৰাকোহৰ্ট (প্ৰাণীবিজ্ঞান)
- উপকোহৰ্ট (প্ৰাণীবিজ্ঞান)
- কোহৰ্ট (প্ৰাণীবিজ্ঞান)
- গিগাবৰ্গ (প্ৰাণীবিজ্ঞান)
- মেগানবৰ্গ বা মেগাবৰ্গ (প্ৰাণীবিজ্ঞান)
- অনুচ্ছেদ (প্ৰাণীবিজ্ঞান)
- উপঅনুচ্ছেদ (প্ৰাণীবিজ্ঞান)
- গিগাপৰিয়াল (প্ৰাণীবিজ্ঞান)
- মহাগোত্ৰ
- গণ
- উপগণ
- অনুচ্ছেদ (উদ্ভিদবিজ্ঞান)
- উপঅনুচ্ছেদ (উদ্ভিদবিজ্ঞান)
- চিৰিজ (উদ্ভিদবিজ্ঞান)
- উপচিৰিজ (উদ্ভিদবিজ্ঞান)
- চিৰিজ (উদ্ভিদবিজ্ঞান)
- উপঅনুচ্ছেদ (উদ্ভিদবিজ্ঞান)
- অনুচ্ছেদ (উদ্ভিদবিজ্ঞান)
- উপগণ
- মহাপ্ৰজাতি বা প্ৰজাতিশ্ৰেণী